DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গৰুৰ অবৈধ সৰবৰাহ! যোৰহাটত আৰক্ষীয়ে জব্দ কৰিলে গৰুভৰ্তি দুখন ট্ৰাক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 14, 2022 10:40 am
WhatsApp-Image-2022-01-30-at-7.51.38-AM

প্ৰতিনিধিত্বমূলক ফটো।

124
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত গৰুৰ অবৈধ ব্যৱসায় নিষিদ্ধ হৈ থকাৰ মাজতে যোৰহাট আৰক্ষীয়ে দেওবাৰে নিশা ১০টাকৈ গৰু অবৈধভাৱে কঢ়িয়াই দুখন ট্ৰাক জব্দ কৰে।

আৰক্ষীয়ে ট্ৰাক দুখনৰ লগতে পাঁচজন লোককো আটক কৰে।

আৰক্ষীয়ে কয় যে সূত্ৰসমূহৰ পৰা গৰুৰ অবৈধ সৰবৰাহ কৰাৰ তথ্য লাভ কৰাৰ পিছত তেওঁলোকক আটক কৰা হৈছে।

আটক কৰা কেইজনক আইজুল ইছলাম, ইদুল আহমেদ, পিংকু কলিতা, বীৰেন চৌধুৰী আৰু ৰাকেশ সাহা বুলি চিনাক্ত কৰা হৈছে।

গৰুসমূহৰ ক্ষেত্ৰত তেওঁলোকৰ কাৰোৰে ওচৰত কোনো নথি নাছিল আৰু বাহনকেইখনৰো গৰু বা পশুধন পৰিবহনৰ কোনো অনুমতি নাছিল।

লগতে পঢ়ক: IPL Auction: দুদিন ধৰি চলা নিলামত ১০টা দলে ক্ৰয় কৰিলে মুঠ ২০৪গৰাকী ক্ৰিকেটাৰক; চাওক সম্পূৰ্ণ তালিকা

এই গৰুসমূহ যোৰহাটৰ কোকিলামুখৰ শান্তি আশ্ৰমৰ পৰা নগাওৱৰ আমবাগানলৈ লৈ গৈ আছিল।

আনহাতে, ট্ৰাকৰ চালকে দাবী কৰে যে গৰুসমূহ বোজাই কৰাৰ সময়ত তেওঁলোকক কোৱা হৈছিল যে গুৰসমূহৰ আশ্ৰমখনৰ আৰু তাত কোনো আইনী বাধা নাই।

আৰক্ষীয়ে দাবী কৰে যে তেওঁলোকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব কিয়নো তেওঁলোকে কোনো নথিপত্ৰ দেখুৱাব পৰা নাই।    

Recent News

মানৱকেন্দ্ৰিক বিকাশত গুৰুত্ব দিয়ক, বানগ্ৰস্ত লোকক উদ্ধাৰ কৰক,অমানৱীয় উচ্ছেদ বন্ধ কৰক:অসম নাগৰিক সমাজ

মানৱকেন্দ্ৰিক বিকাশত গুৰুত্ব দিয়ক, বানগ্ৰস্ত লোকক উদ্ধাৰ কৰক,অমানৱীয় উচ্ছেদ বন্ধ কৰক:অসম নাগৰিক সমাজ

Rajya Sabha Secretariat

দুবছৰ বিৰতিৰ পাছত ৰাজ্যসভা সচিবালয়ত উপস্থিতিৰ প্ৰামাণিকৰ বাবে পুনৰ বায়োমেট্ৰিক পদ্ধতি

কোভিডে সৃষ্টি কৰা দুখন ছবি: প্ৰতি ৩০ ঘণ্টাত এজনকৈ লোক হৈছে কোটিপতি!

কোভিডে সৃষ্টি কৰা দুখন ছবি: প্ৰতি ৩০ ঘণ্টাত এজনকৈ লোক হৈছে কোটিপতি!

বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ; শিৱসাগৰত প্ৰতিবাদত নামিল আছু

বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ; শিৱসাগৰত প্ৰতিবাদত নামিল আছু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd