• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুৰণিগুদামৰ সমীপৱৰ্তী ভৰাগুৰিত দুটা বনৰীয়া হাতীয়ে বিনষ্ট কৰিলে কেইবাবিঘা ধান খেতি

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
May 19, 2020 8:41 am
ফটো  নর্থ-ইষ্ট নাও

ফটো নর্থ-ইষ্ট নাও

3.9k
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ পুৰণিগুদামৰ সমীপৱৰ্তী অঞ্চলত পুনৰ বনৰীয়া হাতীৰ উপদ্ৰৱ। পুৰণিগুদামৰ ভৰাগুৰি অঞ্চলত দুটাকৈ বনৰীয়া হাতী প্ৰৱেশ কৰাত আতংকিত হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ লোক সকল।

বনৰীয়া হাতী দুটাই বিনষ্ট কৰিছে ভৰাগুৰিৰ ঝাঁৰ গাঁৱৰ বহু বিঘা ঠোক ধৰা বড়ো ধানৰ খেতি। যাৰ বাবে মূৰে-কঁপালে হাত দিবলৈ বাধ্য হৈছে ভুক্তভোগি কৃষক সকলে।

দিনটো অঞ্চলটোত ঘূৰি-ফুৰি উপদ্ৰৱ চলোৱা হাতী দুটাৰ বিষয়ে বন বিভাগক স্থানীয় ৰাইজে উপায়হীন হৈ অৱগত কৰাত কঠালগুৰি আৰু উদমাৰি উপ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ কেইবাজনো বনকৰ্মীয়ে অঞ্চলটোত বিয়লি উপস্থিত হৈ সোমাবাৰে নিশা পৰ্য্যন্ত অব্যাহত ৰাখে হাতী খেদা অভিযান।

ইফালে বনৰীয়া হাতী দুটা প্ৰতি বছৰৰ দৰে লাওঁখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰিছে অভিযানকাৰী বনৰক্ষী কেইজনে।

অৱশ্যে অঞ্চলবাসীৰ সহযোগত কেৱল মাত্ৰ ফটকা অথবা আতচবাজী ফুটায়ে বহু প্ৰচেষ্টাৰ অন্তত নিশা হাতী দুটা কাৰ্বি পাহাৰৰ দিশে খেদি পঠিয়াবলৈ সক্ষম হয় বন বিভাগে।

অঞ্চলটোত সঘনাই উপদ্ৰৱ চলাই অহা বনৰীয়া হাতী দুটাক বনাঞ্চললৈ খেদি পঠিওৱাৰ বাবে স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰে অভিযানকাৰী বনকৰ্মী সকলক।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd