• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দুগৰাকী মহিলাক বিভ্ৰান্ত কৰা গোচৰ খাৰিজ! উচ্চতম ন্যায়ালয়ৰ পৰা সদগুৰুক ডাঙৰ সকাহ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 18, 2024 3:47 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিভ্ৰান্তিৰ গোচৰত সদগুৰুৱে যথেষ্ট সকাহ পালে। তেওঁৰ সংগঠন ঈশা ফাউণ্ডেচনৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে। ঈশা ফাউণ্ডেশ্যনৰ বিৰুদ্ধে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ তদন্তৰ নিৰ্দেশ উপযুক্ত নহয় বুলি উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰে।

সদগুৰুৱে দুই কন্যাক বিভ্ৰান্ত কৰাৰ পাছত ছোৱালীকেইজনীয়ে ঘৰ এৰি সদগুৰুৱে সৃষ্টি কৰা সংগঠন ঈশা ফাউণ্ডেশ্যন আশ্ৰমত তপস্বী জীৱন বাছি লৈছিল। তামিলনাডুৰ এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপকে এই অভিযোগত মাদ্ৰাজ উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰে। ইয়াৰ পাছত মাদ্ৰাজ উচ্চ ন্যায়ালয়ে সদগুৰু আৰু তেওঁৰ ধৰ্মীয় সংগঠনৰ বিৰুদ্ধে আৰক্ষীৰ তদন্তৰ নিৰ্দেশ দিয়ে। সেই নিৰ্দেশৰ বিৰুদ্ধে সদগুৰুৱে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে কয় যে সদগুৰুৰ বিৰুদ্ধে ভ্ৰমিত কৰাৰ কোনো প্ৰমাণ পোৱা নাই। ‘ব্ৰেইনৱাছিং’ৰ অভিযোগ উত্থাপন হোৱা মহিলা দুগৰাকীয়ে নিজেই কৈছে যে তেওঁলোকে স্বেচ্ছাই সদগুৰুৰ আশ্ৰমত থাকিবলৈ লৈছে। দুয়োগৰাকী মহিলা প্ৰাপ্তবয়স্ক। মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে কয় যে ২৪ আৰু ২৭ বছৰীয়া মহিলা দুগৰাকীয়ে নিজাববীয়াকৈ উচ্চ ন্যায়ালয়ত হাজিৰ হৈছিল। ফলত সদগুৰু সংগঠনৰ বিৰুদ্ধে দাখিল কৰা ‘হাবাছ কৰ্পাছ’ৰ গোচৰটো এতিয়া বৈধ নহয়।

Apply Now

অৱশ্যে এই গোচৰত সকাহ পোৱাৰ পাছতো সদগুৰুৰ সংগঠনে এতিয়াও শিশু নিৰ্যাতন গোচৰত সকাহ পোৱা নাই। কিছুদিন পূৰ্বে ইছা ফাউণ্ডেচনৰ সৈতে জড়িত এগৰাকী চিকিৎসকৰ বিৰুদ্ধে শিশু নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছিল। চিকিৎসকগৰাকীৰ বিৰুদ্ধে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল। অৱশ্যে ঈশা ফাউণ্ডেশ্যনৰ অধিবক্তা মুকুল ৰোহাটগীয়ে দাবী কৰে যে এই কাণ্ড আশ্ৰমৰ ভিতৰত সংঘটিত হোৱা নাই। উচ্চতম ন্যায়ালয়ে গোচৰৰ তদন্তত কোনো ধৰণৰ স্থগিতাদেশ দিয়া নাছিল।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd