• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল দুই যুৱকৰ

কাজি জেইদুল ইছলাম কাজি জেইদুল ইছলাম
বিশ্বনাথ , April 20, 2019 12:57 pm

1 min read

IMG-20190419-WA0015

বিহালীত ব্ৰহ্মপুত্ৰৰ বুকুত সলিল সমাধি ঘটা যুৱকজন।

1.5k
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথ জিলাৰ বিহালী থানাৰ অন্তৰ্গত বাঁহবাৰী ঘাটত ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ শুকুৰবাৰৰ পৰা সন্ধানহীন হৈ থকা দুই যুৱক অভিজিত শইকীয়া (২৭) আৰু গৌতম বৰা (১৭)ৰ মৃতদেহ আজি উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰে।

মৃত গৌতম বৰাৰ ঘৰ গুৱাহাটীৰ পাঞ্জাবাৰীত আৰু অভিজিত বিহালীৰ স্থানীয় বাসিন্দা। মৃত্যুৰ এমাহ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল অভিজিত।

শুকুৰবাৰে বিয়লি ৩ মান বজাত দুয়োজন যুৱকে ব্ৰহ্মপুত্ৰত গা ধুবলৈ ওলাই গৈছিল। বহু দেৰিলৈ দুয়ো উভতি নহা বাবে পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ লাগে আৰু বহু সময় ধৰি বিচৰাৰ পাছতো যুৱক দুজনৰ কোনো শুংসূত্ৰ নোলোৱাত তেওঁলোকে আৰক্ষীক খবৰ দিয়ে।

IMG-20190419-WA0016
ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ মৃত্যুক সাবতি লোৱা যুৱকজন

খবৰ পোৱাৰ লগে লগেই গহপুৰত থকা এচ ডি আৰ এফৰ দল ঘটনাস্থলীত উপস্থিত হয় যদিও আন্ধাৰ হোৱা বাবে বেছি সময়লৈ উদ্ধাৰ অভিযান চলাব নোৱাৰিলে।

আজি ৰাতিপুৱা ৭ মান বজাৰে পৰা এচ ডি আৰ এফ আৰু এন ডি আৰ এফৰ ১৫ জনীয়া সন্মিলিত উদ্ধাৰকাৰী দল এটাই তিনিখন ৰবৰ বোটেৰে অভিযান চলাই দুই যুৱকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আনহাতে, গুৱাহাটীৰ পৰা মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ আহি এনেদৰে অকাল মৃত্যুক সাৱতিব লগা হোৱাত গৌতমৰ ঘৰত শোঁকৰ ৰোল উঠাৰ লগতে দুয়োজন যুৱকৰ মৃত্যুই এতিয়া সমগ্ৰ বিহালী অঞ্চলতে শোঁকৰ ছাঁ পেলাইছে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd