• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাৰ্বি আংলঙৰ কাকচাং জলপ্ৰপাতত নিৰুদ্দেশ গোলাঘাটৰ দুই যুৱক

NE NOW NEWS উত্তম শইকীয়া
বোকাখাত , September 6, 2020 10:00 pm

1 min read

কাৰ্বি আংলঙৰ কাকচাং জলপ্ৰপাতত নিৰুদ্দেশ গোলাঘাটৰ দুই যুৱক

ফটো : নৰ্থ-ইষ্ট নাও

618
VIEWS
Share on FacebookShare on Twitter

বোকাখাতৰ সমীপৰ কাৰ্বি আংলং জিলাৰ কাকচাঙৰ কাইফলাংচু জলপ্ৰপাতত আজি বিয়লি সংঘৰ্টিত এক দুৰ্ঘটনাত দুজন যুৱক সন্ধানহীন হয়।

দেওবাৰৰ দিনা গোলাঘাট নগৰ পৰা কাকচাঙৰ জলপ্ৰপাতলৈ ফুৰিবলৈ অহা ৬ যুৱকৰ দলৰ দুজন সম্প্ৰতি জলপ্ৰপাতৰ পানীত সন্ধানহীন হৈ আছে৷

গোলাঘাট নগৰৰ পৰা অহা এই ৬ জনীয়া দলটোৰ সন্ধানহীন হৈ থকা সদস্য দুজন হ’ল ষ্টেশ্যন পথৰ বিভাকৰ নাগ (২০) আৰু টুকানি পাৰ্কৰ সুদীপ বাকচী (২২)।

উল্লেখ্য যে কাৰ্বি পাহাৰত হোৱা বৰষুণৰ বাবে জলপ্ৰপাতটোত জলস্তৰ যথেষ্ট বৃদ্ধি পাইছিল৷ যাৰ বাবে আজি সন্ধিয়া সময়ত যুৱক দুজন পানীত ভাহি যোৱাৰ সন্দেহ প্ৰকাশ কৰে।

ঘনাস্থলীত কাৰ্বি আংলং জিলাৰ ডলামৰা আৰক্ষী থানাৰ দল গৈ উপস্থিত হয় যদিও নিশা হোৱাৰ বাবে সম্প্ৰতি ঘটনাস্থলীত অভিযান চলাব পৰা নাই আৰক্ষীয়ে৷

ইফালে সোমবাৰে নিচেই পুৱাতে এচ ডি আৰ এফৰ ডুবাৰুৰ সহায়ত কাকচাঙ জলপ্ৰপাতত নিৰুদিষ্ট যুৱকদ্বয়ৰ সন্ধানত বোকাখাত আৰক্ষী আৰু ডলামৰাৰ আৰক্ষীয়ে অভিযান চলাব বুলি জানিব পৰা গৈছে।

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd