• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ওদালগুৰিৰ জৱাহৰলাল নৱোদয় বিদ্যালয়ত বিপৰ্যয়ৰ সময়ৰ পূৰ্ব প্ৰস্তুতিৰ বাবে মক-ড্ৰীল

NE NOW NEWS ছাজিদ খান
ওদালগুৰি , August 31, 2018 5:20 pm

1 min read

IMG-20180830-WA0037
125
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে ওদালগুৰি জিলা অগ্নি আৰু জৰুৰীকালীন সেৱা বিভাগে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত দুৰ্যোগৰ সময়ত উদ্ধাৰ অভিযান চলোৱাৰ বাবে এটা মক-ড্ৰীল অনুষ্ঠিত কৰে। বিশেষকৈ ছাত্ৰ-ছাত্ৰী সকলক জুইৰ পৰা সংঘটিত হোৱা দুৰ্যোগৰ সময়ত কেনেদৰে ৰক্ষা কৰিব তাৰ সজাগতা সৃষ্টিৰ বাবে ওদালগুৰিৰ জৱাহৰলাল নৱোদয় বিদ্যালয়ত এই মক-ড্ৰীলটো অনুষ্ঠিত কৰা হৈছিল। জুইৰ পৰা সুৰক্ষা পোৱা আৰু অগ্নি নিৰ্বাপণ কৰাৰ কৌশলসমূহো ছাত্ৰ-ছাত্ৰীসকলৰ আগত প্ৰদৰ্শন কৰা হৈছিল।

দুৰ্যোগ ব্যৱস্থাপনা দলটোৱে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ আগত তেওঁলোকৰ আহিলাপাতি প্ৰদৰ্শন কৰাৰ লগতে কেনেদৰে দুৰ্যোগৰ সময়ত সময় সাপেক্ষ্য সিদ্ধান্ত গ্ৰহণ কৰিব লাগে তাৰ ওপৰত পাঠ প্ৰদান কৰা হৈছিল।

বিষয়সমূহৰ মাজত আছিল প্ৰথম চিকিৎসা প্ৰতিক্ৰিয়াকাৰী (MFR), ধ্বংসপ্ৰাপ্ত গাঁথনি সন্ধান আৰু উদ্ধাৰ (CSSR), বিদ্যালয় নিৰাপত্তা প্ৰশিক্ষণ, নগৰীয়া সন্ধান আৰু উদ্ধাৰ, ভূমিকম্প, ভূ-স্খলন আৰু সমূহীয়া প্ৰতিক্ৰিয়াকাৰী, পথ দুৰ্ঘটনা আদি সামৰি লোৱা গৈছিল।

শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে মক-ড্ৰীলত অধিক আগ্ৰহ দেখুৱাইছিল।

বিদ্যালয়খনৰ অধ্যক্ষ বিআৰ খাদেকাৰ, ওদালগুৰি দুৰ্যোগ ব্যৱস্থাপনাৰ ওদালগুৰি ৰাজহ চক্ৰৰ ফীল্ড অফিচাৰ দীপাংকৰ চৌধুৰীয়ে জৰুৰীকালীন অৱস্থাত উদ্ধাৰ কাৰ্য সম্পাদন কৰিব লাগে ছাত্ৰ-ছাত্ৰীসকলক তাৰ কিটিপ দিছিল।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd