• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘গণতন্ত্ৰক হত্যা! মোডীয়ে একনায়কত্ব ঘোষণা কৰক’; দলৰ প্ৰতীক হেৰুওৱাৰ পিছত বিস্ফোৰক উদ্ধৱ ঠাকৰে

এন ই নাও নিউজ, মুম্বাই by এন ই নাও নিউজ, মুম্বাই
February 18, 2023 9:31 am
উদ্ধৱ ঠাকৰে। ফাইল ফটো।

উদ্ধৱ ঠাকৰে। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত এতিয়া আৰু কোনো গণতন্ত্ৰ নাই। দলৰ প্ৰতিষ্ঠাপক বালাচাহেব ঠাকৰেৰ পুত্ৰ উদ্ধৱ ঠাকৰেই নিৰ্বাচন আয়োগৰ নিৰ্দেশত শিৱসেনাৰ নাম আৰু প্ৰতীক হেৰুওৱাৰ পিছত এইদৰে কয়। শুকুৰবাৰে নিশাই আয়োগে জনাইছিল যে উদ্ধৱ নেতৃত্বাধীন শিৱসেনাৰ অংশটোৱে আৰু নিজকে শিৱসেনা বুলি পৰিচয় দিব নোৱাৰিব। দলৰ তীৰ ধনু প্ৰতীক ব্যৱহাৰ কৰিব নোৱাৰিব।

আয়োগৰ উক্ত ঘোষণাৰ পিছতে উদ্ধৱে নিশা ৮-৩০ বজাত এখন সংবাদমেল আহ্বান কৰে। নিৰ্বাচন আয়োগৰ বিশ্বাসযোগ্যতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি তেওঁ কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ দেশত একনায়কত্ব ঘোষণা কৰক। কিয়নো দেশত এতিয়া কোনো গণতন্ত্ৰ বাকী নাই।‘’

ঠাকৰে লগতে কয় যে তেওঁলোকে নিৰ্বাচন আয়োগৰ নিৰ্দেশনাত যুঁজ এৰি দিয়া নাই। ইয়াৰ পৰিৱৰ্তে তেওঁৰ নেতৃত্বত শিৱসেনাৰ সৈনিকসকল এতিয়া অধিক ঐক্যবদ্ধ হৈ পৰিছে। তেওঁলোকে সিদ্ধান্তটোক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়লৈ যাব। তেওঁলোকৰ বিশ্বাস যে তেওঁলোকে তাত ন্যায় পাব।

Apply Now

শুকুৰবাৰে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে সংবাদমেলত উদ্ধৱে এটাৰ পিছত এটাকৈ তীব্ৰ সমালোচনা আগবঢ়ায়। তেওঁ কয়, “কেইদিনমান আগতে এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে ৰাজহুৱাভাৱে কৈছিল যে শিৱসেনাৰ নাম আৰু প্ৰতীক সন্দৰ্ভত সিদ্ধান্ত তেওঁলোকৰ পক্ষত আহিব।‘’ মহাৰাষ্ট্ৰত এতিয়া শিৱসেনা আৰু একনাথ চিন্দেৰ নেতৃত্বত বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ। উদ্বৱ ঠাকৰে প্ৰশ্ন কৰে, “কেন্দ্ৰীয় মন্ত্ৰীজনে নিৰ্বাচন আয়োগৰ সিদ্ধান্তৰ বিষয়ে আগতীয়াকৈ কেনেকৈ জানিছিল? তেনেহ’লে এই সিদ্ধান্তটো পূৰ্ব পৰিকল্পিত ষড়যন্ত্ৰ আছিলনেকি?”

এই সন্দৰ্ভত তেওঁ নিৰ্বাচন আয়োগৰ ওপৰত পোনপটীয়া আক্ৰমণেৰে প্ৰশ্ন কৰে, ‘’তেওঁলোকে আমাক নথিপত্ৰ বিচাৰিছিল। সমৰ্থনৰ প্ৰমাণ বিচাৰিছিল। আমি এই সকলোবোৰ দিছিলো। কিন্তু নিৰ্বাচন আয়োগৰ সিদ্ধান্ত স্পষ্ট যে তেওঁলোকে কি কৰিব সেয়া আগতীয়াকৈ সিদ্ধান্ত লোৱা হৈছিল। নিৰ্বাচন আয়োগে যি কৰিছে সেয়া প্ৰকৃততে গোবৰ খোৱাৰ দৰে। কিন্তু  আয়োগে যেতিয়া গোবৰেই বিচাৰিছিল, তেতিয়া তেওঁলোকে এই সস্তীয়া নাটক কিয় কৰিলে?”

শিৱসেনাক এনেদৰে বাধা দিব নোৱাৰি বুলি স্পষ্ট কৰি উদ্ধৱে তেওঁৰ সংবাদমেলত কয়, “উচ্চতম ন্যায়ালয়ৰ দৰে বিভিন্ন দলৰ মতামতত ন্যায়াধীশ নিৰ্বাচিত হয়। একেদৰে, নিৰ্বাচন আয়োগতো বিৰোধী দলবোৰৰ মতামত লৈ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে।”

এন ই নাও নিউজ, মুম্বাই

এন ই নাও নিউজ, মুম্বাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd