• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ল্ড ড্ৰিংকৰ বটলত মূত্ৰ; ক্ষমা বিচাৰি ফুড ডেলিভাৰি সংস্থাই জনালে এই কথা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 26, 2021 10:37 am
WhatsApp Image 2021-02-26 at 9.52.51 AM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিকালি বহুতেই ৰন্ধাবঢ়াৰ জঞ্জালত নগৈ অনলাইন খোৱাৰ অৰ্ডাৰ দিয়া দেখা যায়। সেইদৰে ঘৰত বিশেষ পৰ্ব থাকিলেও বহুতেই অনলাইনযোগে ফুড ডেলিভাৰি সংস্থাসমূহৰ পৰা খোৱাৰ অৰ্ডাৰ দিয়ে।

স্বাভাৱিকতেই ঘৰৰ মানুহক ৰন্ধাৰ কষ্টৰ পৰা সকাহ দি মেনু চাই ভাল খোৱাবস্তুৰ অৰ্ডাৰ দিয়াৰ মজাই সুকীয়া। ইয়াৰ বাবেই এই সংস্থাসমূহ বহুতৰে বাবে এক আশীৰ্বাদ হৈয়েই ধৰা দিছে।

Apply Now

কিন্তু এইবাৰ ঘটিল এক আন কাণ্ড। অনলাইন ডেলিভাৰি সংস্থাৰ পৰা ক’ল্ড ড্ৰিংক অৰ্ডাৰ কৰি মূত্ৰ (ইউৰিন) পালে ইংলেণ্ডৰ এগৰাকী ব্যক্তিয়ে।

অলিভাৰ মেকমেনিছ নামৰ ব্যক্তিগৰাকীয়ে যেতিয়া ক’ল্ড ড্ৰিংকটো খোলে তেওঁ দেখে যে সেয়া এক হালধীয়া তৰল পদাৰ্থ। পাছত তেওঁ বুজিব পাৰিলে সেয়া ইউৰিন।

ইয়াৰ পাছতে তেওঁ সেই সংস্থাটোক ট্যাগ কৰি জানিব বিচাৰে কিয় তেওঁলোকে ক’ল্ড ড্ৰিংকৰ বটলত ইউৰিইন পঠালে?

অলিভাৰৰ টুইটটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। তেওঁ জানিবলৈ দিয়া মতে যিটো বাকচত আইটেমটো আহিছিল সেইটো ছীল কৰা নাছিল। অলিভাৰৰ টুইটৰ পাছতে সেই সংস্থাই ততাতয়াকৈ ক্ষমা বিচাৰে।

সংস্থাটোক অলিভাৰে কয় যে ইয়াৰ বাবে কাৰোবাৰ চাকিৰ যোৱাটো তেওঁ নিবিচাৰে। কিয়নো কৰ’নাৰ পাছত চাকৰি যোৱাটো অত্যন্ত বেয়া কথা। কিন্তু এইটো অৱশ্যে দুৰ্ভাগ্যজনক ঘটনা।

হেলো ফ্ৰেছ নামৰ সেই সংস্থাটো আমেৰিকাৰ বহু তাৰকাৰো পছন্দৰ। ১২ খনকৈ দেশত তেওঁলোকৰ ৰমৰমীয়া ব্যৱসায় চলি আছে। এটা এপৰ জৰিয়তে অৰ্ডাৰ অনুসৰি তেওঁলোকে গ্ৰাহকৰ ওচৰলৈ খোৱাবস্তু ডেলিভাৰি কৰে।

হেলো ফ্ৰেছৰ বিষয়াই জানিবলৈ দিয়ে যে তেওঁলোকৰ গ্ৰাহকে এনে পৰিস্থিতিৰ সন্মুখীন হোৱাত তেওঁলোক অত্যন্ত দু:খিত। বাকচটো পঠোৱাৰ সময়ত সেইটো সম্পূৰ্ণ ছীল কৰা আছিল আৰু সকলো ঠিকমতে পৰীক্ষা কৰাৰ পাছতহে ডেলিভাৰি কৰাৰ বাবে দিয়া হৈছিল।

সংস্থাটোৱে তেওঁলোকৰ ডেলিভাৰি পাৰ্টনাৰক বাকচটো কিয় খোলা অৱস্থাত গ্ৰাহকৰ কাষ পালে তাৰবাবে জবাবদিহি কৰিছে।

অৱশ্যে গ্ৰাহকৰ ওচৰত ক্ষমা বিচাৰি সংস্থাটোৱে সেই গ্ৰাহকক এটা বিনামূল্যে খোৱাৰ বাকচো শুভেচ্ছামূলক বাৰ্তা হিচাপে প্ৰেৰণ কৰে।

ভৱিষ্যতে যাতে আৰু এনেকুৱা ঘটনা সংঘটিত নহয় তাৰবাবে সচেষ্ট থাকিব বুলিও সংস্থাটোৱে কথা দিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঋষভ পন্ত, সঞ্জু চেমচন বাদ! ২০২৭ৰ বিশ্বকাপৰ বাবে অশ্বিনে বাছিলে নিজৰ পছন্দৰ দল

ঋষভ পন্ত, সঞ্জু চেমচন বাদ! ২০২৭ৰ বিশ্বকাপৰ বাবে অশ্বিনে বাছিলে নিজৰ পছন্দৰ দল

August 1, 2026 9:55 pm
পাকিস্তানী সজাই কাৰাৰুদ্ধ কৰা ফতেমা বিবিৰ ফাইল সন্ধানহীন, কেন্দ্ৰক ভৰ্ৎসনা ন্যায়ালয়ৰ

পাকিস্তানী সজাই কাৰাৰুদ্ধ কৰা ফতেমা বিবিৰ ফাইল সন্ধানহীন, কেন্দ্ৰক ভৰ্ৎসনা ন্যায়ালয়ৰ

August 1, 2026 8:59 pm
বান বিধ্বস্ত শিশুৰ মানসিক আৰু শৈক্ষিক উত্তৰণৰ বাবে ব্যতিক্ৰমী পদক্ষেপ: বৰঙণিৰ বিনিময়ত কেৰিকেছাৰ আঁকিব কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীয়ে

বান বিধ্বস্ত শিশুৰ মানসিক আৰু শৈক্ষিক উত্তৰণৰ বাবে ব্যতিক্ৰমী পদক্ষেপ: বৰঙণিৰ বিনিময়ত কেৰিকেছাৰ আঁকিব কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীয়ে

August 1, 2026 7:58 pm
ছাত্ৰ-ছাত্ৰীসকলক প্ৰধানমন্ত্ৰীৰ ক্ষমাৰ প্ৰয়োজন নাই, তেওঁহে ক্ষমা খুজিব লাগে: ৰাহুল গান্ধী

ছাত্ৰ-ছাত্ৰীসকলক প্ৰধানমন্ত্ৰীৰ ক্ষমাৰ প্ৰয়োজন নাই, তেওঁহে ক্ষমা খুজিব লাগে: ৰাহুল গান্ধী

August 1, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঋষভ পন্ত, সঞ্জু চেমচন বাদ! ২০২৭ৰ বিশ্বকাপৰ বাবে অশ্বিনে বাছিলে নিজৰ পছন্দৰ দল

ঋষভ পন্ত, সঞ্জু চেমচন বাদ! ২০২৭ৰ বিশ্বকাপৰ বাবে অশ্বিনে বাছিলে নিজৰ পছন্দৰ দল

August 1, 2026 9:55 pm
পাকিস্তানী সজাই কাৰাৰুদ্ধ কৰা ফতেমা বিবিৰ ফাইল সন্ধানহীন, কেন্দ্ৰক ভৰ্ৎসনা ন্যায়ালয়ৰ

পাকিস্তানী সজাই কাৰাৰুদ্ধ কৰা ফতেমা বিবিৰ ফাইল সন্ধানহীন, কেন্দ্ৰক ভৰ্ৎসনা ন্যায়ালয়ৰ

August 1, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd