• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সুস্বাস্থ্যৰ বাবে অভিনৱ উপায় গ্ৰহণ কৰি চৰ্চাত যুৱক: কি এই বিশেষ উপায়!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 3, 2022 8:13 pm
Man Drinks His Own Urine
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তীব্ৰ মানসিক চাপত ভূগি আছে নেকি আপুনি? আপোনাৰ শৰীৰ ভাগি পৰিছে নেকি? ভগ্ন স্বাস্থ্যৰ ফলত খুব সোনকালেই বৃদ্ধ হ’বলৈ উলাইছে নেকি আপুনি?

তেন্তে চিন্তা নকৰিব। অতি সহজেই আপোনাৰ দেহ-মন ভাল হৈ যাব। কোনো খৰচো কৰিব নালাগে আপুনি। কেৱল এটা অভ্যাস আৰম্ভ কৰক। প্ৰথমতে অলপ কষ্ট হ’ব, কিন্তু লাহে লাহে সহজ হৈ পৰিব।

Apply Now

আপুনি আপোনাৰ নিজৰ মূত্ৰ পান কৰক। কি?? শুনিবলৈ আচৰিত লাগিলেও ইংলেণ্ডৰ এজন লোকে এই নিদান আগবঢ়াইছে। শেহতীয়াকৈ নিউয়ৰ্ক প’ষ্ট নামৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন সংবাদপত্ৰত প্ৰকাশ পোৱা মতে, হেৰী মাটাদীন নামৰ এই লোকজনে নিতৌ নিজৰ মূত্ৰ পান কৰে।

২০১৬ চনৰ পৰা তেওঁ এই অভ্যাস কৰি আহিছে। হেৰীয়ে দাবী কৰা মতে, নিজৰ মানসিক অশান্তি দূৰ কৰিবলৈ তেওঁ বিভিন্ন উপায় অৱলম্বন কৰিছিল। কিন্তু সফল নহ’ল। শেষত নিজৰ মূত্ৰ পান কৰাৰ পাছৰে পৰা তেওঁৰ মানসিক চাপ আৰু স্বাস্থ্য উভটি আহিছে।

৩৪ বছৰ বয়সীয়া লোকজনে নিজকে ২৪ বছৰীয়া যেন অনুভৱ কৰিছে। এই অভ্যাসক তেওঁ ইউৰিন থেৰাপী নামেৰেও নামাকৰণ কৰিছে। তেওঁ কয় যে যেতিয়া তেওঁ নিজৰ মূত্ৰ পান কৰে, তেতিয়া তেওঁৰ মন-মগজু শান্ত সুস্থিৰ আৰু প্ৰফুল্লিত হৈ পৰে।

প্ৰতিদিনাই তেওঁ ২০০ মিলি লিটাৰ মূত্ৰ পান কৰে। তেওঁ জনোৱা মতে, স্বচ্ছ আৰু নিৰ্ভেজাল এটোপাল মূত্ৰৰ কোনো গোন্ধ আৰু সোৱাদ নাথাকে। কিন্তু সেই নিৰ্ভেজাল মূত্ৰখিনি সাঁচি থলে এটা গোন্ধ আৰু অপূৰ্ব সোৱাদ আহে, যিটো তেওঁৰ বাবে অতি সুমিষ্ট। তেওঁ এইধৰণৰ মূত্ৰকে পান কৰি আহিছে।

কেৱল মূত্ৰ পান কৰাই নহয়, নিজৰ মূত্ৰৰে তেওঁ মুখমণ্ডলো ধোৱা পখলা কৰে। সংবাদ পত্ৰখনত প্ৰকাশ পোৱা মতে, নিজৰ মূত্ৰৰে তেওঁ মুখমণ্ডলত মালিচ দিয়ে। ইয়াৰ ফলত তেওঁ নিজকে দেখাত কম বয়সীয়া যেন হৈ অহা বুলিও অনুভৱ কৰিছে।

শৰীৰৰ ছালৰ কমনীয়তা অটুত ৰখাৰ বাবে নিজৰ মূত্ৰ অত্যন্ত ফলপ্ৰসু বুলি তেওঁ জনায়।

অৱশ্যে নিজৰ মূত্ৰ পান আৰু মইচাজাৰৰ দৰে ব্যৱহাৰ কৰি সুফল পোৱা বুলি অনুভৱ কৰিলেও হেৰীয়ে ইয়াৰ পৰা কুফলো লাভ কৰিছে। সেয়া হৈছে তেওঁৰ পৰিয়ালে এই অভ্যাসক ভাল চকুৰে নাচায়।

আনকি ইয়াৰ ফলত তেওঁৰ ভগ্নীয়ে হেৰীৰ লগত সম্পৰ্কই ত্যাগ কৰি পেলাইছে। তেওঁৰ মাক-দেউতাকেও এইধৰণৰ কুৎসিত অভ্যাস এৰিবলৈ হেৰীক সকীয়াই আহিছে। তৎসত্বেও কোনোধৰণৰ বাধা-বিঘিনি নামানি একানপতীয়াকৈ হেৰীয়ে নিজৰ মূত্ৰ পান কৰি গৈছে।

দ্যা নিউয়ৰ্ক প’ষ্টত উক্ত বাতৰিটো প্ৰকাশ পোৱাৰ পাছতে তীব্ৰ চৰ্চালাভ কৰিছে। চিকিৎসাবিজ্ঞানীসকলৰ মতে, নিজৰ মূত্ৰক এনেদৰে ব্যৱহাৰ কৰাটো শৰীৰৰ বাবে সুফলদায়ক নহয়, বৰঞ্চ অত্যন্ত ক্ষতিকাৰকহে। ইয়াৰ ফলত শৰীৰত বেক্টেৰিয়াৰ বাহ হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd