• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ব্ৰিটিছ আৰক্ষীয়ে উদ্ধাৰ কৰি ভাৰতৰ হাতত অৰ্পন কৰিলে ১৫ শতিকাৰ ৰাম-সীতাৰ মুৰ্তি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 16, 2020 1:27 pm

1 min read

ব্ৰিটিছ আৰক্ষীয়ে উদ্ধাৰ কৰি ভাৰতৰ হাতত অৰ্পন কৰিলে ১৫ শতিকাৰ ৰাম-সীতাৰ মুৰ্তি

উৎস-ইণ্টাৰনেট

335
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে ব্ৰিটিছ আৰক্ষীয়ে ইংলেণ্ডত থকা ভাৰতৰ উচ্চায়ুক্তৰ হাতত পোন্ধৰ শতিকাৰ ৰাম, সীতা আৰু লক্ষণৰ তিনিটা মুৰ্তি অৰ্পন কৰে।

১৯৭৮ চনত তামিলনাডুৰ এটা মন্দিৰৰ পৰা ৰাম, সীতা আৰু লক্ষণৰ মুৰ্তি তিনিটা চুৰি হৈছিল।

চুৰি হোৱাৰ চল্লিশ বছৰ পাছত ভগৱান ৰামৰ মুৰ্তিটো পুনৰ উদ্ধাৰ হয়।

সাংস্কৃতিক মন্ত্ৰী প্ৰহ্লাদ সিং পেটেলে মঙলবাৰে এই কথা উল্লেখ কৰাৰ লগতে য়ু কে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।

”সঠিক পদক্ষেপ গ্ৰহণেৰে তামিলনাডুৰ মন্দিৰৰ ভাগৱান ৰামৰ প্ৰাচীন মুৰ্তিটো উদ্ধাৰ কৰি ভাৰতৰ হাতত অৰ্পন কৰা বাবে য়ু কে চৰকাৰলৈ ধন্যবাদ আৰু কৃতজ্ঞতা,” প্ৰহ্লাদ পেটেলে এইদৰে য়ু কে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখযোগ্য যে, ১৫ শতিকাৰ পুৰণি হেৰুওৱা ভগৱান ৰাম, সীতা আৰু ভাতৃ লক্ষণৰ মুৰ্তিটো উদ্ধাৰ হোৱাৰ পাছত তামিলনাডুৰ জনসাধাৰণৰ মনতো আনন্দৰ সৃষ্টি হৈছে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd