• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নতুন ক’ৰ’ণা ষ্ট্ৰেইনৰ আতংকই কঁপাইছে ব্ৰিটেইন : ঘৰে ঘৰে কৰা হৈছে কোভিড টেষ্ট

এন ই নাও নিউজ by এন ই নাও নিউজ
February 4, 2021 12:17 pm
index.jpgk
237
VIEWS
Share on FacebookShare on Twitter

আতংকত কঁপি উঠিছে ব্ৰিটেইন। দ্ৰুতভাৱে চৰিত্ৰ সলনি কৰিছে ব্ৰিটেইনৰ ক’ৰ’ণা ষ্ট্ৰেইনে।

ব্ৰিটেইন আৰু দক্ষিণ আফ্ৰিকাৰ ক’ৰ’ণাৰ ষ্ট্ৰেইনে দ্ৰুতভাৱে চৰিত্ৰ সলনি কৰি তড়িৎ গতিৰে সংক্ৰমণ ঘটা বুলি প্ৰকাশ পাইছে। আনকি ক’ৰ’ণা ভেকিচনেও কাবু কৰিব পৰা এই ক’ৰ’ণা ষ্ট্ৰেইনক।

বিজ্ঞানীসকেল ই২৮৪কে নামেৰে চিহ্নিত কৰা এই ক’ৰ’ণা ষ্ট্ৰেইনে আক্ৰান্তৰ শৰীৰত কোনো ধৰণৰ উপসৰ্গ বা লক্ষণ ফুটি নুঠিব পাৰে বুলি সতৰ্ক কৰি দিছে।

আফ্ৰিকা আৰু ব্ৰিটেইনৰ দুয়োটা ষ্ট্ৰেইন মিউটেশ্যন ঘটি সৃষ্ট এই ক’ৰ’ণা ষ্ট্ৰেইনে ইতিমধ্যে ক’ৰ’ণা আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ শৰীৰতো ক্ষীপ্ৰ গতিৰে সংক্ৰমণ ঘটাৰ ক্ষমতা আছে বুলি প্ৰকাশ কৰিছে বিজ্ঞানীসকলে।

ইফালে ই২৮৪কেৰ প্ৰাদুৰ্ভাৱৰ ফলত শংকিত ব্ৰিটেইনত স্বাস্থ্য কৰ্মীয়ে ঘৰে ঘৰে গৈ কোভিড টেষ্ট কৰিছে। যোৱা মংগলবাৰৰ পৰা এই অভিযান আৰম্ভ হৈছে ব্ৰিটেইনত।

ইফালে ব্ৰিটেইনৰ যিসমূহ ঠাইত এই ষ্ট্ৰেইন প্ৰথম আবিৰ্ভাৱ হৈছিল সেই ঠাইসমূহত মানুহৰ পাৰস্পৰিক মিলা মিছা বন্ধ কৰাৰ নিৰ্দেশ দিছে ব্ৰিটেইন চৰকাৰে। আনকি লক্ষণ দেখা দিয়া নিদিয়া সকলো লোকৰে কোভিড পৰীক্ষা কৰা হৈছে।

কোভিড উপসৰ্গই দেখা দিয়া লোকক শীঘ্ৰেই নিজ ঘৰতে দ্ৰুতভাৱে কোভিড পৰীক্ষা সম্পন্ন কৰাৰ ব্যৱস্থা কৰা হৈছে।

সমীক্ষাৰ মতে পূৰ্বতে আক্ৰান্ত হোৱা ৯ শতাংশ লোক এই নতুন ক’ৰ’ণা ষ্ট্ৰেইনত আক্ৰান্ত হৈছে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd