• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোধোদয়! জেলেনস্কিৰ শীৰ্ষ উপদেষ্টাৰ দাবী; ইউক্ৰেইন সংঘাতৰ বাবে দায়ী আমেৰিকা, কিন্তু…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 27, 2023 7:04 pm
জেলেনস্কিৰ শীৰ্ষ উপদেষ্টা মিখাইল পড’লিয়াক।

জেলেনস্কিৰ শীৰ্ষ উপদেষ্টা মিখাইল পড’লিয়াক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিৰ শীৰ্ষ উপদেষ্টা মিখাইল পড’লিয়াকে ইউক্ৰেইনৰ সংঘাতৰ বাবে আমেৰিকাই দায়ী বুলি দাবী কৰিছে। কিন্তু আমেৰিকাৰ সাংসদসকলে ইউক্ৰেইনৰ বাবে কৰা ‘বিজয় প্ৰস্তাৱ’ক প্ৰশংসা কৰে।

বুধবাৰে পড’লিয়াকে কয় যে ৱাশ্বিংটনে কিয়েভক নাটোৰ সদস্য হিচাপে স্বীকাৰ কৰি তথা ইউক্ৰেইনৰ যুদ্ধৰ লক্ষ্যক সমৰ্থন কৰি এটা “ঐতিহাসিক ভুল” সংশোধন কৰিব বিচাৰিছে।

প’ডিয়ালাকে এটা টুইটাৰ পোষ্টত কয় যে পশ্চিমীয়া অন্যান্য দেশৰ সৈতে আমেৰিকাই দুৰ্ভাগ্যজনকভাৱে ইউক্ৰেইনক অঞ্চলটোৰ নিৰাপত্তা আৰু স্থিতিশীলতা নিশ্চিত কৰিবলৈ পাৰমাণৱিক আৰু অন্যান্য অস্ত্ৰ ত্যাগ কৰিবলৈ উৎসাহিত কৰিছে। ই আছিল এক ভুল নীতি যিটো আগ্ৰাসীসকলে ভুল ব্যাখ্যা কৰি ইউৰোপক এক বৃহৎ যুদ্ধৰ মাজলৈ ঠেলি দিছিল।

Apply Now

বছৰ বছৰ ধৰি কিয়েভে বাৰে বাৰে কৈ আহিছে যে ১৯৯৪ চনত কিয়েভে বুডাপেষ্ট স্মাৰকপত্ৰত স্বাক্ষৰ কৰাৰ বাবেই ৰাছিয়াৰ সৈতে আমেৰিকাৰ চুক্তিৰ বাবেই আমেৰিকাই ইউক্ৰেইনক মস্কোৰ সামৰিক অভিযানৰ পৰা বচাবলৈ বাধ্য। ফলত ইউক্ৰেইনৰ সকলো পাৰমাণৱিক অস্ত্ৰ ৰাছিয়ালৈ গৈছিল।

কিয়েভৰ বক্তব্যৰ মূল অৰ্থ হ’ল যে হাতত পাৰমাণৱিক অস্ত্ৰ থাকিলে মস্কোৰ বিৰুদ্ধে যুদ্ধ কৰাটো সহজ হ’লহেঁতেন, কিন্তু আমেৰিকাই সেই সুযোগ অপচয় কৰি পেলাইছে। চলিত মাহৰ আৰম্ভণিতে আইৰিছ টেলিভিছনৰ এক সাক্ষাৎকাৰত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টনে এই চুক্তিৰ বাবে ক্ষমা বিচাৰিছিল।

There is only one "sane initiative" to start any dialogue – "Russia must immediately leave foreign sovereign territory"… It is clear that Russia and "sane negotiation initiatives" are incompatible…
However, Ukraine always clearly articulates in its consultations with other…

— Михайло Подоляк (@Podolyak_M) April 26, 2023

ইপিনে, ৰাছিয়াই সদায় কৈ আহিছে যে এই পাৰমাণৱিক অস্ত্ৰৰ মালিক ইউক্ৰেইন নহয়, মালিক আছিল পূৰ্বৰ ছোভিয়েট ইউনিয়ন। আমেৰিকাৰ সাংসদ জো উইলছন আৰু ষ্টিভ কোহেনে প্ৰতিনিধি সদনত দিয়া প্ৰস্তাৱৰ প্ৰতিক্ৰিয়াত এই মন্তব্য কৰে পড’লিয়াকে। যদিও এই প্ৰস্তাৱৰ সবিশেষ জানিব পৰা হোৱা নাই, তথাপিও ইউক্ৰেইন চৰকাৰে ইয়াৰ বিষয়বস্তুৰ বিষয়ে অৱগত বুলি অনুমান কৰা হৈছে।

It takes great courage to openly recognize the mistakes of the past. The House of Representatives’ resolution is unequivocal: The United States, unfortunately, along with other Western countries, encouraged Ukraine to give up nuclear and other weapons to ensure security and…

— Михайло Подоляк (@Podolyak_M) April 26, 2023

ৱাশ্বিংটনত কিয়েভৰ ৰাষ্ট্ৰদূত অক্সানা মাৰ্কাৰোভাই মঙলবাৰে টুইট কৰি কয় যে এই প্ৰস্তাৱত জেলেনস্কিৰ “শান্তি সূত্ৰ”ৰ মূল উপাদানসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।

নাম প্ৰকাশ নকৰা আমেৰিকাৰ কংগ্ৰেছৰ এক সূত্ৰই য়াহু নিউজক জনোৱা মতে, এই প্ৰস্তাৱে মূলতঃ জেলেনস্কিৰ কথাকে প্ৰতিধ্বনিত কৰিছে, য’ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে কৈছে যে আমেৰিকাই ১৯৯১ চনৰ ইউক্ৰেইনৰ সীমান্ত পুনৰুদ্ধাৰৰ ক্ষেত্ৰত স্থিতি ল’ব লাগে, ৰাছিয়াক ক্ষতিপূৰণ দিবলৈ বাধ্য কৰিব লাগে আৰু যুদ্ধাপৰাধৰ বাবে ৰাছিয়াৰ নেতৃত্বক বিচাৰৰ সন্মুখলৈ আনিব লাগে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

July 4, 2026 8:28 am
জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

July 4, 2026 8:28 am
জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd