DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বাতৰি পঢ়ি থাকোতেই সৰি পৰিল দাঁত, কি কৰিলে নিউজ এংকৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 20, 2020 10:27 am
JOURNALIST-TOOTH-
49.5k
VIEWS
Share on FacebookShare on Twitter

টেলিভিছনত বাতৰি পঢ়ি থাকোতেই এগৰাকী নিউজ এংকৰৰ  সৰি পৰিল দাঁত। পোনপটীয়া সম্প্ৰচাৰৰ মাজতে সংঘটিত এই ঘটনাই এতিয়া বহুতৰে মাজত বেছ চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। ঘটনাটো ইউক্ৰেইনৰ।

ইউক্ৰেইনৰ এটা জনপ্ৰিয় টেলিভিছন চেনেলত তেতিয়া বাতৰি পঢ়ি আছিল নিউজ এংকৰ মাৰিছা পাডাল’কে।

সকলো ঠিকেই চলি আছিল যদিও হঠাতে মাৰিছাৰ ওপৰ পাৰিৰ দাঁত এটা সৰি পৰে।

কিন্তু ঘটনাটোত মুঠেও বিচলিত নহ’ল এংকৰ গৰাকী।

তেওঁ সোঁ হাতেৰে সুন্দৰ কৈ সৰি পৰা দাঁতটো মুখৰ ভিতৰৰ পৰা লৈ আহে আৰু স্বাভাৱিক ভাবেই বাতৰি পঢ়ি থাকে।

পোনপটীয়া সম্প্ৰচাৰৰ মাজতে এনে ঘটনা সংঘটিত হোৱাৰ পিছতো নিউজ এংকৰ গৰাকী মুঠেও বিচলিত নোহোৱাৰ কথাই বহুতকে আচৰিত কৰি তুলিছে।

কৰ্তব্য সম্পাদনৰ সময়ত অহা যিকোনো বাধাকেই যে গুৰুত্ব দিব নালাগে সেই কথাৰ সুন্দৰ উদাহৰণ দাঙি ধৰিলে নিউজ এংকৰ মাৰিছা পাডাল’কে।

ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বাতৰি পঢ়ি থকাৰ মাজতে মাৰিছাৰ দাঁত সৰি পৰাৰ দৃশ্য।

মাৰিছাই নিজেো ইনষ্টাগ্ৰামত এৰি দিছে এই দৃশ্য।

মাৰিছাৰ মতে—দাঁতটো কিছুদিনৰ পৰা লৰি আছিল,কিন্তু বাতৰি পঢ়ি থকাৰ মাজতে যে সৰি পৰিব সেয়া তেওঁ কেতিয়াও কল্পনাই কৰা নাছিল।

যি কি নহওঁক মাৰিছাৰ ঘটনাটোৱে আমাক সকলোকে এটা শিকনিয়েই দিলে—কামত যিমানেই বাধা নাহক,লক্ষ্যৰ পৰা কেতিয়াও বিচলিত হ’ব নালাগে।

View this post on Instagram

Нова "слава" прийшла звідки не чекали …. і підтримка теж?. Так, в мене справді сьогодні під час прямого ефіру ТСН о 9:00 випала частина переднього зуба). Це, напевно, найкурйозніший мій досвід за двадцять років роботи ведучою. Прямий ефір тим і прекрасний, що завжди непередбачуваний. Так, в 2013 я вперше прямо в своєму ефірі побачила кадри затримання свого чоловіка? на протесті під Київрадою, а кілька років тому мою ногу під час випуску несподівано почала облизувати собака, що забігла зі студії @snidanok Цього разу моя колега @nata_goncharova мені написала, мовляв, "ти так зреагувала, ніби ти щодня губиш зуби?". Ні, не щодня?. Просто саме зараз я вирішила виправити ту прикрість, яка сталася понад десять тому. В мене в спальні стояв важкий металевий будильник і одного разу дуже зацікавив мою маленьку доньку. Вона схопила його з підвіконня і почала розмахувати "іграшкою" навколо сплячої мами. І щойно я позіхнула, як маленька весела ручка відбила мені половину зуба. Зараз зважилася нарешті на більш радикальний ремонт. Тільки була не дуже уважна до заборони свого стоматолога надкусувати їжу передніми зубами до закінчення лікування. Власне, тому сталося те, що сталося… Чесно кажучи, думала, що інцидент пройде непоміченим. Саме цей епізод свідомо не виклали на YouTube канал ТСН. Але ми недооцінили уважність наших глядачів. Блогерка @ekulka виклала це в своєму профілі, і …. понеслося по всіх виданнях, і не лише українських. В усій цій історії мене особисто вразила та кількість підтримки, яку я отримала) – і в коментарях, і в особистих повідомленнях. Друзі, велике Вам спасибі❤️))). В будь-якій ситуації зберігаємо спокій? Завтра вранці побачимось? в @tsnua

A post shared by Марічка Падалко (@marichkapadalko) on Jul 15, 2020 at 8:00am PDT

Recent News

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd