• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এইবাৰ সাপেখাতীত আলফা (স্বা)ৰ দ্বাৰা চাহ বাগিচাৰ পৰিচালকক অপহৰণ

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , November 21, 2018 6:50 pm

2 min read

Numal Chandra Baruah

টিমনহাবি চাহ বাগিচাৰ পৰিচালক নোমল চন্দ্ৰ বৰুৱা

552
VIEWS
Share on FacebookShare on Twitter

আলফা (স্বা)ত নতুনকৈ বহু যুৱক-যুৱতীৰ যোগদানৰ বাতৰিয়ে অসম তোলপাৰ লগাই থকাৰ লগতে অলপতে তিনিচুকীয়াৰ জাগুনত এজন লোকক সন্দেহযুক্ত আলফা (স্বা)ৰ লোকে অপহৰণ কৰাৰ বাতিৰৰ চাঞ্চল্য মাৰ নৌযাঁওতে এইবাৰ সংগঠনটোৰ নামত চৰাইদেউ জিলাৰ সাপেখাতীত আন এক অপহৰণৰ ঘটনা সংঘটিত হৈছে।

প্ৰাপ্ত তথ্য মতে সাপেখাতীৰ বিষ্ণুপুৰ বাগিচাৰ অধীনৰ বৰুৱানগৰৰ টিমনহাবি চাহ বাগিচাৰ পৰিচালক নোমল চন্দ্ৰ বৰুৱাক মঙলবাৰে নিশা বাগিচাৰ নিজা বাংলোৰ পৰা সেনাৰ পোছাকত অহা চাৰিজনীয়া এটা অস্ত্ৰধাৰী দলে অপহৰণ কৰি নিয়ে।

বৰুৱাৰ পত্নী ননিমা বৰুৱাই জনোৱা মতে তেওঁলোকৰ বাংলোত যোৱা নিশা প্ৰায় ৭-৪৫ বজাত কলিং বেল বজোৱাত পৰিচালক গৰাকীয়ে দুৱাৰ খুলি দিয়াত এটা অস্ত্ৰধাৰী দলটোৱে বাংলোৰ ভিতৰত প্ৰৱেশ কৰে।

নিজকে আলফাৰ স্বাধীনৰ সদস্য বুলি পৰিচয় দিয়া দলটোৱে নোমল বৰুৱাক তেওঁলোকৰ লগত নিবলৈ লোৱাত ননিমা বৰুৱাই ‘কিয় মোৰ স্বামীক নিব আহিছে’ বুলি প্ৰশ্ন কৰাত দলটোৱে বাগিচাৰ মালিকৰ সংক্ৰান্তত নিবলৈ আহিছে বুলি কয়।

তেওঁ আৰু কয় যে অসমীয়া ভাষাতে কথা কোৱা দলটোক তেওঁ বাৰম্বাৰ গিৰিয়েকক নিনিবৰ বাবে কাতৰ অনুৰোধ জনোৱাত দলটোৱে সুস্থ শৰীৰে ঘূৰাই দিয়াৰ আশ্বাস দি ঘটনা সম্পৰ্কত কাকো অৱগত নকৰিবলৈ কৈ তেওঁলোকৰ ঘৰৰ সকলো মোৱাইল ফোন লগত লৈ য়ায়।

আজি পুৱা বৰুৱাৰ পত্নীয়ে বৰহাট আৰক্ষীক জনোৱাৰ পিছতে সমগ্ৰ ঘটনাটো পোহৰলৈ আহে। ঘটনাস্থলীত জিলা আৰক্ষী অধীক্ষক আৰু সেনাৰ এটা দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও বাতৰি লিখা পৰলৈকে কোনো নিশ্চিত তথ্য লাভ কৰা নাই।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd