• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পৰেশ বৰুৱাৰ অতি ঘনিষ্ঠ দুৰ্ধৰ্ষ আলফা কেডাৰ ৰূপান্তৰ ওৰফে ডাৱৰ অসম আটক

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , October 20, 2019 10:53 pm

1 min read

পৰেশ বৰুৱাৰ অতি ঘনিষ্ঠ দুৰ্ধৰ্ষ আলফা কেডাৰ ৰূপান্তৰ ওৰফে ডাৱৰ অসম আটক
1.8k
VIEWS
Share on FacebookShare on Twitter

আসাম ৰাইফল আৰু অৰুণাচল আৰক্ষীৰ যৌথ অভিযানত চাংলাঙত আলফা (স্বা:) এজন দুৰ্ধৰ্ষ কেডাৰ আটক হোৱাৰ বাতৰি পোৱা গৈছে৷ চাংলাঙৰ খিমীয়াং, ইয়ানমং আৰু নৈটাং অঞ্চলত এই অভিযান চলিছিল।

আটকাধীন সদস্যজনক ৰূপান্তৰ অসম ওৰফে ডাৱৰ অসম বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে ২০১৬ চনত আলফা (স্বা:)ত যোগদান কৰা দুৰ্ধৰ্ষ আলফা সদস্যজন পৰেশ বৰুৱাৰ অতি ঘনিষ্ঠ।

তেওঁৰ পৰা এটা MQ 81 ৰাইফল দুটা মেগজিন আৰু ৪৯ টা সক্ৰিয় গুলী উদ্ধাৰ কৰা হয়।

তিনিচুকীয়া জিলাৰ ধলা আৰক্ষী থানাৰ অন্তৰ্গত মালভোগ লাওপানী গাঁৱৰ তথা ম্যনামাৰত প্ৰশিক্ষণপ্ৰাপ্ত কেডাৰ জনে আলফাত যোগদানৰ পূৰ্বে চেন্নাইত এটা প্ৰাইভেট কোম্পানীত কাম কৰিছিল বুলি সেনা-আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

বাৰ্মিজৰ লগতে আন বহু কেইটা ভাষা জনা ৰূপান্তৰ ওৰফে ডাৱৰ অসমৰ আটক আলফা (স্বা:)ৰ বাবে মুখ্যম আঘাত বুলি বিবেচিত হৈছে৷

সূত্ৰত প্ৰকাশ পোৱা মতে ম্যানমাৰ সেনাই উত্তৰ-পূৱৰ উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ মাজতে আলফা(স্বা:) ২০/২২ জনিয়া এটা দল আন্তৰ্জাতিক সীমান্ত পাৰ হৈ অৰুণাচলত প্ৰৱেশৰ তথ্য সেনাৰ চোৰাংচোৱাৰ হাতত আছিল আৰু এই তথ্যৰ ভিত্তিতে আজি কেডাৰগৰাকী আটক হ’ব লগা হ’ল।

আনহাতে অৰুণাচলত প্ৰৱেশ কৰা আলাফা (স্বা:) দলৰ লগত বহু অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ আছে আৰু অসমত প্ৰৱেশৰ বাবে সুযোগৰ অপেক্ষাত আছে বুলি একেটা সূত্ৰত প্ৰকাশ৷

Recent News

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd