• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধলাৰ গুলীচালনাত নিহতৰ সকাম-নিকামৰ খৰচৰ দায়িত্ব ল’লে অসমৰ দল-সংগঠনে

প্ৰবাল নেওগৰ নেতৃত্বত ১০০ জনীয়া প্ৰতিনিধিৰ দল উপস্থিত হ'ল শোকস্তব্ধ পৰিয়ালবৰ্গৰ কাষত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 6, 2018 9:49 pm
prabal neog

ধলা ঘটনাৰ নিহতৰ পৰিয়ালৰ কাষত প্ৰবাল নেওগসহ প্ৰতিনিধি দল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১ নবেম্বৰত ধলাৰ খেৰবাৰী গাঁৱত দুস্কৃতিকাৰীৰ গুলীত নিহত ব্যক্তিকেইগৰাকীৰ পৰিয়ালৰ লোকসকলক সমবেদনা জনোৱৰ উদ্দেশ্যে আজি আলোচনা পন্থী নেতা প্ৰবাল নেওগৰ নেতৃত্বত এটা ১০০ জনীয়া প্ৰতিনিধিৰ দল শোকস্তব্ধ পৰিয়ালবৰ্গৰ কাষত উপস্থিত হয়।

এই সম্পৰ্কত তেওঁ নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয়, ‘ভূপেন হাজৰিকাৰ ‘মানুহে মানুহৰ বাবে’ বাক্যশাৰী সাৰোগত কৰি তেওঁৰ সপ্তম মৃত্যু বাৰ্ষিকীৰ দিনাই খেৰবাৰীত দুস্কৃতিকাৰীৰ গুলীত নিহত হোৱা ৫ জনকৈ লোকৰ বাসগৃহলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। কিন্তু কাকপথাৰ কেম্পত কালি এখন সভা থকাৰ বাবে যাব পৰা নহ’ল।‘

Apply Now

অঞ্চলটোৰ সকলোকে শান্তি-সম্প্ৰীতি ৰক্ষা কৰি কোনো কাৰণতে গোষ্ঠীগত সংঘাতৰ সৃষ্টি নকৰিবলৈ আহ্বান জনাই পূৰ্বৰে পৰা অঞ্চলটোৰ বাঙালী ভাষী আৰু অন্যান্য জনগোষ্ঠীৰ মাজত তেওঁৰ সম্পৰ্ক ভাল বুলি নেওগে নৰ্থ-ইষ্ট নাওৰ আগত উল্লেখ কৰে।

নেওগে নৰ্থ-ইষ্ট নাওৰ আগত লগতে কয় যে মত বিনিময়ৰ সময়ত অঞ্চলটোৰ ৰাইজে ‘ৰাজনৈতিক নেতাসকলে খাতি খোৱা মানুহক টাৰ্গেট কৰি লয়’ বুলি উল্লেখ কৰি তেওঁলোকক ইয়াৰ পৰা বিৰত থাকিবলৈ কয়।

প্ৰবাল নেওগৰ সৈতে যোৱা আন সদস্যসকলৰ ভিতৰত আছে কাকপথাৰ কেম্পৰ পৰা অন্টু চাওদাং, দিবাকৰ মৰাণকে ধৰি ২০ জন সদস্য, খিলঞ্জীয়া মঞ্চৰ প্ৰতিনিধি, টাই আহোম ছাত্ৰ সন্থাৰ শদিয়া জিলা সভাপতি-সম্পাদক, সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধলাৰ স্থানীয় সদস্য, গোৰ্খা ছাত্ৰ সন্থাৰ ৭ জন সদস্য আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য।

আনহাতে দলটোত যোৱা সদস্য সকলে মিলি নিহত লোককেইজনৰ ‘সকামৰ(কাজ) সকলো খৰচ বহন কৰিব’ বুলি নেওগে নৰ্থ-ইষ্ট নাওক জনায়।

উল্লেখযোগ্য যে, নিজকে বাঙালী ভাষীসকলৰ সুৰক্ষাৰ বাবে মাত মাতি অহা বুলি কৈ অহা শিলাদিত্য দেব আজি পৰ্যন্ত ধলাৰ উক্ত গুলীচালনাত নিহতসকলৰ পৰিয়ালবৰ্গৰ কাষত উপস্থিত হোৱা নাই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd