• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অপহৰণৰ বাবে আলফাই ব্যৱহাৰ কৰিছে ছ’চিয়েল মিডিয়া; শিৱসাগৰ আৰক্ষীৰ তদন্তত ওলাল বিস্ফোৰক তথ্য

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
April 24, 2021 7:47 pm
sib
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ চ’চিয়েল মিডিয়াত শিক্ষিত যুৱক টাৰ্গেট হৈ পৰিছে আলফা(স্বাধীন)ৰ । ছ’চিয়েল মিডিয়া যোগে চিনাকী হোৱা যুৱকক অপহৰণ, কূটাঘাতৰ বাবে ব্যৱহাৰ কৰিছে আলফাই। আজি শিৱসাগৰৰ শিমলুগুৰিত শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাই এই বিস্ফোৰক মন্তব্য কৰে। অ’এনজিচিৰ তিনি বিষয়াৰ অপহৰণৰ লগত জড়িত এজন যুৱকক আটক কৰাৰ পাছতেই আলফা(স্বাধীন)এই ব্লুপ্ৰিন্ট ফাদিল হয়।

অপহৰণৰ ঘটনাৰ কিছু নিলগত উদ্ধাৰ হোৱা এখন মটৰ চাইকল সন্দৰ্ভত তদন্ত কৰি ডিব্ৰুগড়ৰ পৰা বিৰাজ চেতিয়া নামৰ এজন যুৱকক আটক কৰে শিৱসাগৰ আৰক্ষীয়ে। যুৱকজনক সোধাপোচা কৰাত তেওঁ অপহৰণ কাণ্ডৰ লগত জড়িত থকাৰ কথা স্বীকাৰ কৰে। যুৱক জনৰ প্ৰকৃত ঘৰ শিৱসাগৰ সদৰ আৰক্ষী থামাৰ অন্তৰ্গত মগৰাহাটত।

Apply Now

আৰক্ষীৰ আগত স্বীকাৰ কৰা মতে ফেচবুকত বিপ্লৱজ্যোতি মহন নামৰ এজন ব্যক্তিৰ লগত তেওঁৰ চিনাকী হৈছিল আৰু বিপ্লৱজ্যোতি মহনে বিৰাজ চেতিয়াক আলফাৰ বাবে এখন বাইক যোগান ধৰিবলৈ কৈছিল।

সেই মতে বিৰাজ চেতিয়াৰ বেংক একাউন্টত ১৬ এপ্ৰিলত ২০,০০০ টকা ভৰাই দিয়া হয়। আৰু একে দিনাই বিৰাজ চেতিয়াই ১৮০০০ টকা উলিয়াই দীৰ্ঘদিন ধৰি এটা গেৰেজত পৰি থকা এখন বাইক ১৮০০০ টকাত ক্ৰয় কৰি মৰাণ তিনিআলিত বিপ্লৱজ্যোতি মহনৰ কথা মতে দুজন যুৱকক বাইকখন গতাই দিয়ে।

আলফা(স্বাধীন)ই সম্পূৰ্ণ পৰিকল্পনা কৰি এই অপহৰণ কাণ্ড কৰা বুলি মন্তব্য কৰে আৰক্ষী অধীক্ষক অমিতাভ সিনহাই।

ঘটনাৰ লগত ফেচবুকত সক্ৰিয় আলফা(স্বাধীন)ৰ  নেতা বিপ্লৱজ্যোতি মহন জডিত থকাৰ কথা কয় আৰক্ষী অধীক্ষকে।

অ’এনজিচিৰ বিষয়াৰ অপহৰণ কাণ্ডত জড়িত বাইকখন অভিজিত গগৈৰ নামত ক্ৰয় কৰা হৈছিল আৰু এই অভিজিত গগৈয়েই বিপ্লৱজ্যোতি মহন ওৰফে আইচেং অসম।

ফেচবুকত বিপ্লৱজ্যোতি মহনে অসমৰ বহু শিক্ষিত যুৱকক আলফাৰ হৈ কাম কৰোৱাই আছে বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে।

ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত বৰ্তমানলৈকে প্ৰায় ২০ জন ব্যক্তিক আটক কৰা হৈছে। ইয়াৰে ভিতৰত এম্বুলেঞ্চৰ ড্ৰাইভাৰজনে এজন ব্যক্তিক চিনাক্ত কৰা বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে কয়। ইপিনে আটক কৰাৱ২০ গৰাকীৰ ভিতৰত ১১ গৰাকী আলফাৰ পৰিয়ালৰ সদস্য বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক গৰাকীয়ে।

আলফা(স্বাধীন)ৰ লগত যোগসূত্ৰ থকাৰ তথ্য পোৱাৰ বাবে এই সকল ব্যক্তিক আটক কৰা হৈছে বুলি কয় অমিতাভ সিনহাই।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd