• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোভিড-১৯ৰ বিৰুদ্ধে যুঁজৰ বাবে ৰাষ্ট্ৰসংঘই সন্মানিত কৰিলে এইখন ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 25, 2020 11:43 am

1 min read

Kerala-Health-Minister-KK-Sailaja

কেৰেলাৰ স্বাস্থ্য মন্ত্ৰী কে কে শৈলজা।

2.8k
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰসংঘ (UN)ই মঙলবাৰে জনসেৱা দিৱস পালন কৰে। এই উপলক্ষে কোভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়া যিসকল ব্যক্তিক সন্মানিত কৰিলে তাৰ ভিতৰত ভাৰতৰ এখন ৰাজ্যৰ এগৰাকী স্বাস্থ্য মন্ত্ৰীয়ো আছে।

কেৰেলাৰ স্বাস্থ্য মন্ত্ৰী কে কে শৈলজাক এই অনুষ্ঠানত সন্মানিত কৰা হয়।

ভাৰ্ছুৱেল প্লেটফৰ্মত আয়োজিত এই কাৰ্যসূচীত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এন্টোনিঅ’ গুটেৰেছৰ লগতে ৰাষ্ট্ৰসংঘৰ আন শীৰ্ষ ব্যক্তিসকল উপস্থিত থাকে।

তেওঁলোকে কোভিড-১৯ৰ পৰা ৰক্ষা পাবলৈ শক্তিশালী ভূমিকা গ্ৰহণ কৰা কেৰালাৰ স্বাস্থ্য মন্ত্ৰী কে কে শৈলজাকে ধৰি নেতাসকলক ভূয়সী প্ৰশংসা কৰে।

এই সন্দৰ্ভত ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী শৈলজাই কয় যে নিপাহ ভাইৰাছ আৰু দুটাকৈ বানপানী (২০১৮ আৰু ২০১৯)ৰ পৰা পৰিত্ৰাণৰ অভিজ্ঞতাই কোভিড-১৯ক সময়মতে নিয়ন্ত্ৰিত কৰাত সহায় কৰিছে।

তেওঁ কয় যে উহানত কোভিড-১৯ৰ ঘটনা যেতিয়া আহিবলৈ আৰম্ভ কৰে তেতিয়াৰে পৰা কেৰালাই বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা অনুসৰণ কৰে।

বিশ্ব স্বাস্থ্য সংস্থাৰ সকলো নীতি-নিৰ্দেশনা আৰু আন্ত:ৰাষ্ট্ৰীয় নিয়মসমূহ অনুসৰণ কৰি সংক্ৰমণৰ হাৰ ১২.৫শতাংশ তথা মৃত্যুৰ হাৰ ০.৬ শতাংশলৈ হ্ৰাস কৰিবলৈ সক্ষম হোৱা বুলিও সদৰী কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd