• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কণ্ঠশিল্পী নাহিদ আফ্রিনক ইউনিচেফৰ ‘যুৱ অধিবক্তা’ নিযুক্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
November 23, 2018 3:02 pm
n-4-750x375

নাহিদ আফ্ৰিন। ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ কণ্ঠশিল্পী নাহিদ আফ্ৰিনক ইউনিচেফে আনুষ্ঠানিকভাৱে বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে ইয়াৰ ‘যুৱ অধিবক্তা’ হিচাপে নিযুক্তি দিছে।

ভাৰতৰ ২৫৩ নিযুত যুৱ শক্তিক শিশু তথা যুৱ সমাজৰ সমস্যাৰ প্ৰতি সহমৰ্মী তথা অনুপ্ৰাণিত কৰি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

Apply Now

ইউনিচেফৰ সৈতে নাহিদৰ সহযোগ উত্তৰ-পূৰ্বাঞ্চলৰ শিশুৰ অধিকাৰ সম্পৰ্কত সচেতনতা গঢ়াৰ উদ্দেশ্যে এক অংশ বিশেষ।

বিশ্বনাথ চাৰিআলিৰ নাহিদে ২০১৬ চনত সোণাক্ষী সিনহা অভিনীত বলীউদৰ আকিৰা ছবিত কণ্ঠদানেৰে পাৰ্শ্ব গায়িকা হিচাপে ভূমুকি মাৰিছিল।

২০১৭ চনত ‘ধুনীয়া জোন’ গানটোৰ বাবে তেওঁ শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ বঁটা লাভ কৰিছিল। তেওঁ লগতে ২০১৮ বৰ্ষত অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাও লাভ কৰিছিল।

এগৰাকী যুৱ অধিবক্তা হিচাপে নাহিদে শিশুৰ অধিকাৰ তথা সন্মান নিশ্চিত কৰি পৃথিৱীখনক এখন উন্নত স্থান হিচাপে গঢ়ি তোলাৰ দিশত শিশু আৰু যুৱসকলক অনুপ্ৰাণিত কৰাৰ ক্ষেত্ৰত আদৰ্শ ব্যক্তি (role model) হিচাপে কাম কৰিব।

যুৱ অধিবক্তাই গুণগত শিক্ষা আহৰণ, বুনিয়াদী স্বাস্থ্যসেৱা, শিশুৰ বিৰুদ্ধে হিংসাৰ অৱসান আদিকে ধৰি ইতিবাচক পৰিৱৰ্তনৰ ব্যৱস্থাসমূহত সহযোগ কৰিব।

‘’ মই ইউনিচেফৰ যুৱ অধিবক্তা হিচাপে নিযুক্তি লাভ কৰি সন্মানিত বোধ কৰিছো। মই আশাবাদী যে মই অধিক শিশুক তেওঁলোকৰ সপোন পূৰণ কৰাৰ দিশত অনুপ্ৰাণিত তথা উৎসাহিত কৰি তুলিবলৈ সক্ষম হ’ম। গান গোৱাটো মোৰ চখ আৰু ভৱিষ্যতে মই এগৰাকী সফল কণ্ঠশিল্পী হ’ব বিচাৰো। মই মোৰ সংগীতৰ অনুৰাগীসকলে দেখুওৱা সহযোগিতাৰ প্ৰতি কৃতজ্ঞ। তেওঁলোকে দিয়া মৰমৰ বাবে মই আজিৰ অৱস্থাত উপনীত হৈছো। মোৰ অনুৰাগীসকলক শিশুৰ অধিকাৰৰ বাবে যুঁজ দিয়াৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ বিনম্ৰভাৱে আহ্বান জনাইছো,‘’ নাহিদে এক বিবৃতিত এইদৰে কয়।

সংবাদ মাধ্যমৰ আগত ইউনিচেফৰ ভাৰতৰ প্ৰতিনিধি ড০ য়াছমিন আলী হকে কয় যে নাহিদৰ নিযুত নিযুত যুৱ সম্প্ৰদায়ক তেওঁলোকৰ সপোন তথা হেঁপাহ সম্পৰ্কে উদ্বুদ্ধ কৰাৰ প্ৰতিভা আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণত ‘জেন-জি’লৈ বাৰ্তা বিজয়ৰ; দিলে দুৰ্নীতি নিৰ্মূল আৰু একাধিক কল্যাণমূলক আঁচনিৰ প্ৰতিশ্ৰুতি

মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণত ‘জেন-জি’লৈ বাৰ্তা বিজয়ৰ; দিলে দুৰ্নীতি নিৰ্মূল আৰু একাধিক কল্যাণমূলক আঁচনিৰ প্ৰতিশ্ৰুতি

August 15, 2026 4:30 pm
ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণত ‘জেন-জি’লৈ বাৰ্তা বিজয়ৰ; দিলে দুৰ্নীতি নিৰ্মূল আৰু একাধিক কল্যাণমূলক আঁচনিৰ প্ৰতিশ্ৰুতি

মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণত ‘জেন-জি’লৈ বাৰ্তা বিজয়ৰ; দিলে দুৰ্নীতি নিৰ্মূল আৰু একাধিক কল্যাণমূলক আঁচনিৰ প্ৰতিশ্ৰুতি

August 15, 2026 4:30 pm
ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd