DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান, অসম চৌহদ ভিডিঅ’ কনফাৰেন্সযোগে উদ্বোধন কৰিলে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 25, 2020 11:03 pm
ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান, অসম চৌহদ ভিডিঅ’ কনফাৰেন্সযোগে উদ্বোধন কৰিলে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে
461
VIEWS
Share on FacebookShare on Twitter

অসম তথা সমগ্ৰ উত্তৰ-পূবৰ কৃষি ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে আজি ভিডিঅ’ কনফাৰেন্সযোগে ধেমাজি জিলাৰ গোগামুখত স্থাপিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান, অসম চৌহদৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

মুখ্য মন্ত্ৰীৰ বাসভৱনৰ পৰা ভিডিঅ’ কনফাৰেন্সযোগে এই উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰদান কৰা ভাষণত সোণোৱালে আজিৰ দিনটোক অসম তথা উত্তৰ-পূবৰ বাবে এক বিশেষ দিন বুলি অভিহিত কৰে।

‘একাত্ম মাৱতাবাদ’ তথা অন্ত্যোদয়াৰ ধাৰণাৰে সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ উত্তৰণৰ স্বপ্নদ্ৰষ্টা পণ্ডিত দীনদয়াল উপাধ্যায়ৰ পৱিত্ৰ জন্মদিনত কৃষক, শ্ৰমিকসকলৰ উত্তৰণৰ বাবে আজি উদ্বোধন কৰা এই প্ৰতিষ্ঠানখনে ৰাজ্যৰ লগতে সমগ্ৰ উত্তৰ-পূবৰ কৃষি অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী কৰাৰ দিশত বৃহৎ ভূমিকা পালন কৰিব বুলিও মুখ্য মন্ত্ৰী সোণোৱালে কয়।

প্ৰতিষ্ঠানখনে এই বৃহত্তৰ অঞ্চলটোৰ কৃষি, পশুধন, মীন, উদ্যান শস্য আৰু বনাঞ্চলে বহন কৰা সম্ভাৱনীয়তাখিনি কামত খটুৱাই উত্তৰণৰ পথ প্ৰশস্ত কৰাৰ দিশত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলিও সোণোৱালে ভাষণত কয়।

Recent News

Qutub Minar row

মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি কুতুব মিনাৰ! আদালতত কি ক’লে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে

Irfan Habib

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

Putin Russia-Ukraine war

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd