• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

BSNL বন্ধ নহয়, শক্তিশালীহে কৰাৰ ব্যৱস্থা কেন্দ্ৰৰ; আহিব 4G সেৱা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 23, 2019 9:19 pm
BSNL-4G Union Cabinet approves revival plan of BSNL and MTNL and in-principle merger of the two

বি এচ এন এল প্ৰতীকৰ ফাইল ছবি।

3.3k
VIEWS
Share on FacebookShare on Twitter

বি এচ এন এল বন্ধ হ’ব বুলি প্ৰচাৰিত বাতৰিৰ বিপৰীতে কেন্দ্ৰই বুধবাৰে “সম্পূৰ্ণৰূপে ভাৰত চৰকাৰৰ মালিকানা”ধীন টেলিকম প্ৰতিষ্ঠানটোৰ পুনৰ্জীৱনদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে বি এচ এন এল আৰু এম টি এন এলৰ পুনৰ্জীৱনদান সম্পৰ্কীয় প্ৰস্তাৱত অনুমোদন জনাইছে।

লগতে পুনৰ্জীৱনদানৰ পদক্ষেপৰূপে “নীতিগতভাৱে” বি এচ এন এল আৰু এম টি এন এলৰ একত্ৰীকৰণতো কেবিনেটে অনুমোদন জনাইছে।

দুয়োটা প্ৰতিষ্ঠানকে ৪জি সেৱা আৰম্ভ কৰাৰ বাবে স্পেকট্ৰামৰ প্ৰশাসনিক আবণ্টনৰ বাবে কেন্দ্ৰই সিদ্ধান্ত গ্ৰহণ কৰিছে।

৪জি স্পেকট্ৰামৰ বাবে কেন্দ্ৰই প্ৰতিষ্ঠান দুটাত ২০,১৪০ কোটি টকা পুঁজি যোগান ধৰিব।

এই স্পেকট্ৰাম মূল্যৰ জি এছ টিৰ বাবদ কেন্দ্ৰই যোগান ধৰিব অতিৰিক্ত ৩,৬৭৪ কোটি টকা।

পুনৰ্জীৱন কাৰ্য্যসূচীৰ অংশৰূপে বি এচ এন এল-এম টি এন এলে ১৫,০০০ কোটি টকাৰ দীৰ্ঘকালীন ব’ন্দ মুকলি কৰিব। আৰু কেন্দ্ৰই তাত “সাৰ্বভৌম নিশ্চিতি (sovereign guarantee)” প্ৰদান কৰিব।

কিন্তু, পুনৰ্জীৱনৰ কাৰ্য্যসূচীৰ অংশৰূপে ৫০ বছৰোৰ্ধ্বৰ কৰ্মচাৰীক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান দুটাই স্বেচ্ছামূলক অৱসৰদানৰ প্ৰস্তাৱ আগবঢ়াব।

কেবিনেট সিদ্ধান্তমতে, এই অৱসৰৰ বাবে “আকৰ্ষণীয় স্বেচ্ছামূলক অৱসৰ আঁচনি” (attractive Voluntary Retirement Scheme) থাকিব আৰু তাৰ খৰচ কেন্দ্ৰই  বহন কৰিব।

পুনৰ্জীৱনৰ অনুমোদিত প্ৰস্তাৱত থকা আন এটা কথা হৈছে, বি এচ এন এল-এম টি এন এলে “ধন আয়ত লগাব লাগিব তেওঁলোকৰ সম্পদ (monetise their assets)”।

বি এচ এন এল আৰু এম টি এন এল ভাৰত চৰকাৰৰ টেলিকমিউনিকে’চন বিভাগৰ ওচৰত জৱাবদিহি।

Recent News

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd