• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজি গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 29, 2019 10:10 am

1 min read

Union Budget 2019-20: Reactions

বাজেট দাখিলৰ প্ৰাক্ মুহূৰ্তত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন। ফাইল ফটো : আজটকৰ সৌজন্যত

3.2k
VIEWS
Share on FacebookShare on Twitter

দেশৰ আৰ্থিক অৱস্থা ক্ৰমান্বয়ে বেয়াৰ দিশে গতি কৰি থকাৰ সময়তে আজি এক অনুষ্ঠানত অংশ ল’বলৈ গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন।

বিত্ত মন্ত্ৰী সীতাৰমনৰ সৈতে আহিব বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী অনুৰাগ ঠাকুৰো।

জানিব পৰা মতে তেওঁলোকে আজি গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত উত্তৰ-পূবৰ কৰ বিষয়া আৰু কৰদাতা সকলৰ সৈতে মত বিনিময় কৰিব।

মত বিনিময় অনুষ্ঠানৰ পাছতে বিয়লি ৪.১৫ বজাত ৰেডিছন ব্লুতে বিত্ত মন্ত্ৰী গৰাকীয়ে এখনি সংবাদমেল সম্বোধন কৰিব।

উল্লেখ্য যে ভাৰতীয় অৰ্থনীতিৰ এই মন্দাৱস্থাৰ পৰা উদ্ধাৰৰ ক্ষেত্ৰত দেশৰ কৰদাতা সকলৰ পৰা সম্পূৰ্ণ সহায় বিচাৰি বিত্ত মন্ত্ৰী সীতাৰমনে দেশৰ প্ৰত্যেক ৰাজ্যলৈ গৈ তেওঁলোকৰ সৈতে মত বিনিময়ৰ কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

এই কাৰ্যৰ অংশ স্বৰূপে সীতাৰমনে গুৱাহাটীলৈ অহাৰ পূৰ্বে গোৱাৰ কৰদাতা সকলৰ সৈতে মিলিত হৈছিল।

ইয়াৰ উপৰি দেশৰ বিত্ত বিভাগে জি এছ টি কৰ প্ৰদানৰ অন্তিম সময়সীমা ৩১ আগষ্টৰ পৰিৱৰ্তে ৩০ নৱেম্বৰলৈ বৃদ্ধি কৰিছে।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd