• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 9, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জনসাধাৰণৰ মনত বিশ্বাসৰ অভাৱ হ’লে মই প্ৰথম কোভিডৰ ভেকচিন গ্ৰহণ কৰিম; কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ মন্তব্য

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 13, 2020 8:28 pm

1 min read

২২ মে’ত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্ধনে ল’ব WHOৰ কাৰ্যবাহী ব’ৰ্ডৰ অধ্যক্ষৰ দায়িত্ব

ফটো : নৰ্থ-ইষ্ট নাও

730
VIEWS
Share on FacebookShare on Twitter

ভাৰতত ২০২১ চনৰ এপ্ৰিল মাহৰ ভিতৰত ক’ৰ’না ভাইৰাছ প্ৰতিৰোধী ভেকচিন উপলব্ধ হ’ব বুলি দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্দ্ধনে উল্লেখ কৰে।

‘‘কোভিড ভেকচিন আগান্তুক বৰ্ষৰ প্ৰথম ভাগত দেশৰ জনসাধাৰণৰ বাবে উপলব্ধ হ’ব,’’ হৰ্ষবৰ্দ্ধনে এক অনুষ্ঠানত সম্বোধন কৰি এইদৰে কয়।

আনহাতে, ভাৰতত ক’ৰ’না ভাইৰাছৰ মানৱ দেহত পৰীক্ষণৰ সময়ত চৰকাৰে সম্পুৰ্ণ সজাগতা গ্ৰহণ কৰিছে বুলিও হৰ্ষবৰ্দ্ধনে লগতে জানিবলৈ দিয়ে।

তদুপৰি, ভেকচিনৰ সুৰক্ষা, ব্যয়, সংখ্যা, বিতৰণ ব্যৱস্থা আদিৰ ক্ষেত্ৰতো চৰকাৰে সঠিক পদক্ষেপ গ্ৰহণ কৰিব বুলি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে লগতে প্ৰকাশ কৰে।

স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্দ্ধনে লগতে কয় যে, যদিহে জনসাধাৰণৰ মনত ভেকচিন সম্বন্ধে বিশ্বাসৰ অভাৱ হয় তেন্তে তেওঁ প্ৰথম ব্যক্তি হিচাপে এই ভেকচিন গ্ৰহণ কৰিব।

হৰ্ষবৰ্দ্ধনে লগতে কয় যে, স্বাস্থ্য কৰ্মী, জেষ্ঠ নাগৰিক আৰু ৰোগাক্ৰান্ত ব্যক্তিসকলক চিনাক্ত কৰি প্ৰথমতে ভেকচিন প্ৰদানৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ’ব।

Recent News

সুৰক্ষা কৰ্মীক কামুৰিলে বিডেনৰ কুকুৰে, হোৱাইট হাউচৰ পৰা অপসাৰণ

সুৰক্ষা কৰ্মীক কামুৰিলে বিডেনৰ কুকুৰে, হোৱাইট হাউচৰ পৰা অপসাৰণ

সফলতাৰ ধাৰা অব্যাহত : ৰবী শাস্ত্ৰী টীম ইণ্ডিয়াৰ আটাইতকৈ সফল প্ৰশিক্ষক হিচাপে স্থান লাভ

সফলতাৰ ধাৰা অব্যাহত : ৰবী শাস্ত্ৰী টীম ইণ্ডিয়াৰ আটাইতকৈ সফল প্ৰশিক্ষক হিচাপে স্থান লাভ

a toka

নিৰ্বাচনৰ বতৰ, ৰাজপথত ওলাইছে লাখে লাখে টকা! এইবাৰ বৰপেটাত

a bor

এইবাৰ গণভোটৰ জৰিয়তে বোর্খা নিষিদ্ধ কৰিলে ইউৰোপৰ আন এখন দেশে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd