• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজি ধুবুৰী ভ্ৰমণলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিং

অংশ ল'ব অত্যাধুনিক সীমান্ত নিৰীক্ষণ ব্যৱস্থাৰ উদ্বোধনী কাৰ্যসূচী আৰু এখন জনসভাত

NE NOW NEWS এন ই নাও নিউজ
ধুবুৰী , March 5, 2019 8:02 am

1 min read

CAB in parliament: Rajnath Singh asks BJP MPs to be present

ৰাজনাথ সিঙৰ ফাইল ছবি।

255
VIEWS
Share on FacebookShare on Twitter

আজি অসমৰ ধুবুৰীলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিং । গৃহ মন্ত্ৰীগৰাকীয়ে জিলাখনত ‘কম্প্ৰিহেনছিভ ইনটিগ্ৰেটেড ব’ৰ্ডাৰ মেনেজমেণ্ট চিষ্টেম’ নামৰ এক অত্যাধুনিক সীমান্ত নিৰীক্ষণ ব্যৱস্থাৰ উদ্বোধনী কাৰ্যসূচী আৰু এখন জনসভাত অংশ ল’ব।

জানিব পৰা মতে আজি দুপৰীয়া প্ৰায় ১২.৩০ মান বজাত গুৱাহাটীৰ পৰা পোনে পোনে সেনাৰ হেলিকপ্টাৰেৰে ধুবুৰী সীমান্তৰ নিৰীক্ষণ চকীত উপস্থিত হ’ব। তাত অত্যাধুনিক সীমান্ত নিৰীক্ষণ ব্যৱস্থাৰ উদ্বোধন কৰাৰ পাছত সেই পদ্ধতিৰে কিদৰে সীমান্তত কটকটীয়া নিৰাপত্তা বেষ্টনি গঢ়ি তুলিব পাৰি সেই সম্পৰ্কত গৃহ মন্ত্ৰীগৰাকীৰ সন্মুখত এক বিৱৰণ প্ৰদৰ্শিত কৰা হ’ব।

এই কাৰ্যসূচীৰ পাছতে গৃহ মন্ত্ৰী সিঙে এখন সংবাদমেল সম্বোধন কৰি পুনৰ হেলিকপ্টাৰেৰে ধুবুৰী ভোলানাথ মহাবিদ্যালয় খেলপথাৰত উপস্থিত হ’ব আৰু তাৰ সমীপতে আয়োজিত এখন দলীয় জনসভাখনত অংশ ল’ব।

উল্লেখ্য যে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ সময়ছোৱাত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালো লগত থাকিব বুলি জানিব পৰা গৈছে।

ইফালে কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু মুখ্য মন্ত্ৰীৰ ধুবুৰী ভ্ৰমণক লৈ সীমান্ত সুৰক্ষা বাহিনী আৰু ধুবুৰী জিলা প্ৰশাসন ব্যস্ত হৈ পৰিছে। ইফালে দুয়োগৰাকী নেতাৰ নিৰাপত্তাৰ দিশটো চোৱা-চিতা কৰিবলৈ অসম আৰক্ষীৰ মহাপৰিদৰ্শক দীপক কেডিয়াসহ বহু শীৰ্ষ পৰ্যায়ৰ বিষয়া ইতিমধ্যে ধুবুৰীত উপস্থিত হোৱা বুলি জানিবলৈ দিয়ে।

Recent News

Rhino-horn-1140x570

ধুবুৰী আৰক্ষীৰ অভিযানত জব্দ গঁড়ৰ খৰ্গ; চাৰিজনক গ্ৰেপ্তাৰ

IMG-20210122-WA0032

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd