DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, March 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আৰু নালাগে কোনো ছেট-টপ বক্স! টিভিত যুগান্তকাৰী পৰিৱৰ্তনৰ কথা জনালে কেন্দ্ৰীয় মন্ত্ৰীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 14, 2023 11:19 am
162
VIEWS
Share on FacebookShare on Twitter

কেইবাবছৰৰ আগতেই কেন্দ্ৰই এটা নিয়ম জাৰি কৰিছিল যে টিভিৰ সৈতে ছেট-টপ বক্স এটা সংলগ্ন কৰিলেহে টিভি চাব পাৰিব। তাৰ পিছত সেই পুৰণি তাঁৰ টানি অনা ডিছ লাইনৰ দিন শেষ হয়। এতিয়া প্ৰায় সকলোৰে ঘৰত এটা ছেট-টপ বক্স আছে। অৱশ্যে, ভৱিষ্যতে টিভি চাবলৈ ছেট-টপ বক্স আৰু নালাগিবও পাৰে। এই সন্দৰ্ভত এনে এক দাবী কেন্দ্ৰীয় মন্ত্ৰীৰ।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে সোমবাৰে কয় যে চৰকাৰে টিভি ছেটত এটা বিল্ট-ইন ছেটেলাইট টিউনাৰ ৰখাৰ বাবে প্ৰচেষ্টা চলাই আছে। ফলস্বৰূপে, দৰ্শকে ছেট-টপ বক্স অবিহনে সহজে ২০০ তকৈ অধিক চেনেল চাব পাৰিব।  দৰ্শকে দূৰদৰ্শনৰ ‘ফ্ৰী ডিছ’ অবিহনে অনুষ্ঠান চাব পাৰিব। মন্ত্ৰীজনে কয় যে ‘ফ্ৰী ডিছ’ত সাধাৰণ মনোৰঞ্জন চেনেলবোৰৰ সম্প্ৰসাৰণ হৈছে। ই কোটি কোটি দৰ্শকক আকৰ্ষিত কৰে।

সাংবাদিকক সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে কয়, “মই মোৰ বিভাগত এটা নতুন বিষয় আৰম্ভ কৰিছো। যদি আপোনাৰ টেলিভিছনত এটা বিল্ট-ইন ছেটেলাইট টিউনাৰ থাকে তেন্তে পৃথক ছেট-টপ বক্সৰ কোনো প্ৰয়োজন নহ’ব। এজন ব্যক্তিয়ে ৰিম’টৰ ক্লিকতে ২০০তকৈ অধিক চেনেল চাব পাৰিব। তাৰ বাবে আপোনাক পৃথক ছেট-টপ বক্সৰ প্ৰয়োজন নহয়।‘’

অৱশ্যে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে টিভিত ছেটেলাইট টিউনাৰৰ বিষয়ত এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই। যোৱা বছৰ ডিচেম্বৰত ঠাকুৰে এই সন্দৰ্ভত ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱলৈ এখন পত্ৰ লিখিছিল। সেই পত্ৰখনত ঠাকুৰে বৈষ্ণৱক টিভি নিৰ্মাতাসকলক বিল্ট-ইন ছেটেলাইট টিউনাৰ স্থাপন কৰিবলৈ তথ্য প্ৰযুক্তি মন্ত্ৰীক নিৰ্দেশনা জাৰি কৰিবলৈ আহ্বান জনাইছিল।

এইটো তেতিয়াহে বাস্তৱত পৰিণত হ’ব যদিহে টিভি নিৰ্মাণ কোম্পানীবোৰক ঔদ্যোগিক মানদণ্ড ব্যুৰোৰ দ্বাৰা জাৰী কৰা মানদণ্ড গ্ৰহণ কৰিবলৈ নিৰ্দেশনা জাৰী কৰা হয়।

Recent News

ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ পিছতে কংগ্ৰেছৰ উচ্চস্তৰীয় বৈঠকত ছোনিয়া-প্ৰিয়ংকা

ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ পিছতে কংগ্ৰেছৰ উচ্চস্তৰীয় বৈঠকত ছোনিয়া-প্ৰিয়ংকা

সৰ্বাৰ দিনত সোমাল, হিমন্তৰ দিনত ওলাল :  ৰাকেশ পালে পালে জামিন

সৰ্বাৰ দিনত সোমাল, হিমন্তৰ দিনত ওলাল : ৰাকেশ পালে পালে জামিন

ৰাহুল গান্ধীৰ সাংসদ পদ বাতিল; বিৰোধীৰ একমুখে তীব্ৰ গৰিহণা মোডী চৰকাৰক

ৰাহুল গান্ধীৰ সাংসদ পদ বাতিল; বিৰোধীৰ একমুখে তীব্ৰ গৰিহণা মোডী চৰকাৰক

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজত ক্ষোভ প্ৰকাশ অখিল গগৈৰ

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজত ক্ষোভ প্ৰকাশ অখিল গগৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd