• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘আই পি আৰ’ক লৈ ব্যৰ্থ ভাৰত! পুনৰ আমেৰিকাৰ ‘ব্লেকলিষ্ট’ত দিল্লী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:36 am
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আই পি আৰ (ইন্টেলেক্টছুৱেল প্ৰপাৰ্টি ৰাইটছ)কলৈ ভাৰতৰ ভূমিকাত আমেৰিকাই পুনৰবাৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। আমেৰিকাৰ বাণিজ্য প্ৰতিনিধিৰ কাৰ্যালয়ে ভাৰতক ২০২৬ চনৰ ‘প্ৰাইঅ’ৰিটি ৱাচ লিষ্ট’ত অন্তৰ্ভুক্ত কৰিছে।

বৃহস্পতিবাৰে প্ৰকাশ পোৱা প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে ভাৰতত পেটেণ্ট আৰু কপিৰাইট সুৰক্ষাৰ ক্ষেত্ৰত দীৰ্ঘদিনীয়া সমস্যাসমূহ এতিয়াও সমাধান হোৱা নাই।

Apply Now

প্ৰতিবেদনত কোৱা হৈছে যে, “আই পি আৰ আৰু আইন প্ৰয়োগৰ ক্ষেত্ৰত ভাৰত এতিয়াও বিশ্বৰ অন্যতম প্ৰত্যাহ্বানমূলক দেশ।”

প্ৰতি বছৰে আমেৰিকাৰ বাণিজ্যিক অংশীদাৰ দেশসমূহে পেটেণ্ট, কপিৰাইট আৰু ট্ৰেডমাৰ্কৰ দৰে অধিকাৰসমূহ কিমান গুৰুত্বসহকাৰে সুৰক্ষিত কৰে তাৰ ওপৰত ভিত্তি কৰি এই প্ৰতিবেদন প্ৰকাশ কৰা হয়।

এইবাৰ ভাৰত, চীন, ৰাছিয়া, ইণ্ডোনেছিয়া, চিলি আৰু ভেনিজুৱেলাৰ সৈতে – ছখন দেশক বিশেষ নিৰীক্ষণৰ তালিকাত স্থান দিয়া হৈছে। আমেৰিকাই দাবী কৰে যে যদিও ভাৰতে এই ক্ষেত্ৰত কিছু অগ্ৰগতি লাভ কৰিছে, তথাপিও মূল সমস্যাবোৰ এতিয়াও আছে।

ভাৰতত জাল সামগ্ৰী আৰু পাইৰেচি ৰোধৰ ক্ষেত্ৰত প্ৰশাসনিক কাৰ্যকলাপ যথেষ্ট দুৰ্বল বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। বিভিন্ন চৰকাৰী সংস্থাৰ মাজত সমন্বয়ৰ অভাৱ। আনকি আমেৰিকাই আই পি সম্পৰ্কীয় সামগ্ৰীৰ ওপৰত উচ্চ আমদানি শুল্কক লৈ ক্ষোভ প্ৰকাশ কৰিছে। বাণিজ্যিক গোপনীয়তাৰ সুৰক্ষাৰ অভাৱ আৰু ট্ৰেডমাৰ্কৰ গোচৰ নিষ্পত্তি কৰিবলৈ লোৱা দীৰ্ঘ সময়ৰ কথাও তেওঁলোকে আঙুলিয়াই দিছে।

প্ৰতিবেদনত কোৱা হৈছে যে, “আমেৰিকাই এই বিষয়ত ভাৰতৰ সৈতে আলোচনা অব্যাহত ৰাখিবলৈ আগ্ৰহী। দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্যিক পৰ্যায়ত এই সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা চলোৱা হ’ব।”

আনহাতে, এদশকৰো অধিক সময়ৰ পাছত আমেৰিকাই ভিয়েটনামক ‘প্ৰাইঅ’ৰিটি ফৰেইন কান্ট্ৰী’ (পিএফচি) হিচাপে চিনাক্ত কৰিছে। আমেৰিকাৰ বাণিজ্য আইন অনুসৰি এইটোৱেই আটাইতকৈ কঠোৰ মৰ্যাদা। ফলত অহা ৩০ দিনৰ ভিতৰত ভিয়েটনামৰ বিৰুদ্ধে তদন্ত আৰম্ভ হ’ব পাৰে, যাৰ ফলত দেশখনৰ ওপৰত বাণিজ্যিক নিষেধাজ্ঞা আৰোপ কৰা হ’ব পাৰে। ইফালে দীঘলীয়া আলোচনা সত্ত্বেও ভিয়েটনামে এই সন্দৰ্ভত কোনো সদিচ্ছা প্ৰকাশ কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে।

এই তালিকাত কেইবাটাও পৰিৱৰ্তনও দেখা গৈছে। পৰিস্থিতি কিছু উন্নত হোৱাৰ বাবে আৰ্জেণ্টিনা আৰু মেক্সিকোক সাধাৰণ ‘ৱাচ লিষ্ট’ত স্থান দিয়া হৈছে। যদিও বুলগেৰিয়াক এই তালিকাৰ পৰা বাদ দিয়া হৈছে যদিও ইউৰোপীয় ইউনিয়নক নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছে। পাকিস্তান, তুৰস্ক, ব্ৰাজিলকে ধৰি মুঠ ১৯খন দেশ বৰ্তমান নিৰীক্ষণৰ তালিকাত আছে। প্ৰয়োজন হ’লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমেৰিকা প্ৰশাসনে কঠোৰ বাৰ্তা দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd