• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিজৰ উপাচাৰ্যকে ‘প্ৰফেছৰৰ’ সন্মান দিলে বিশ্ববিদ্যালয়ে

অনির্বান পাঠক by অনির্বান পাঠক
March 9, 2019 6:00 pm
AAU-1-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতবৰ্ষৰ শৈক্ষিক প্ৰতিষ্ঠানৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে অসমৰ এখন বিশ্ববিদ্যালয়ে ইয়াৰ নিজৰ উপাচাৰ্যগৰাকীকে প্ৰদান কৰিলে ‘প্ৰফেছৰৰ’ সন্মান।

অসম কৃষি বিশ্ববিদ্যালয়ৰ এক বৃহৎ সংখ্যক শিক্ষাৰ্থী, শিক্ষক তথা কৰ্মচাৰীয়ে উপাচাৰ্য ড০ কমল মল্ল বুজৰবৰুৱাই হঠাতে তেওঁৰ নামৰ আগত ‘প্ৰফেছৰ’ (অধ্যাপক)লিখিবলৈ লোৱাত আশ্চৰ্যচকিত হৈ পৰে।

Apply Now

উপাচাৰ্যগৰাকীৰ নামৰ সৈতে অধ্যাপক লিখা কথাটোৱেই স্বাভাৱিকতেই সকলোকে আচৰিত কৰি তুলিছে কিয়নো ড০ বুজৰবৰুৱা কেতিয়াও শিক্ষকেই নাছিল।

এগ্ৰিকালশ্যাৰেল ৰিচাৰ্ছ চাৰ্ভিছ(এ আৰ এছ)ৰ ১৯৭৭ বৰ্ষৰ বিষয়াগৰাকীয়ে ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালশ্যাৰেল ৰিচাৰ্ছ (আই চি এ আৰ)ৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৯ চনৰ জুলাইত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে যোগদান কৰাৰ আগতে তেওঁ নতুন দিল্লীত থকা আইচিএআৰ’ৰ মুখ্য কাৰ্যালয়ত ডেপুটি ডিৰেক্টৰ জেনেৰেল (এনিমেল চায়েন্স) পদত কাৰ্যনিৰ্বাহ কৰিছিল।

উপাচাৰ্যগৰাকীয়ে তেওঁৰ নামৰ আগত ‘প্ৰফেছৰ’ লিখা বিষয়টো প্ৰথম পোহৰলৈ আহে যেতিয়া যোৱা ২৭ আৰু ২৮ ফেব্ৰুৱাৰিত অসম কৃষি বিশ্ববিদ্যালয়ৰ গুৱাহাটী চৌহদত অনুষ্ঠিত হোৱা এখন আন্তৰ্জাতিক আলোচনা চক্ৰৰ বাবে আমন্ত্ৰণী পত্ৰ বিতৰণ কৰা হৈছিল।

Academic-Council
অসম কৃষি বিশ্ববিদ্যালয় আইন অনুসৰি শৈক্ষিক পৰিষদৰ ক্ষমতা।

এই প্ৰতিবেদকে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সৈতে যোগাযোগ কৰাত এই সন্দৰ্ভত তেওঁ কয় যে প্ৰায় দুমাহ পূৰ্বে বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পৰিষদে (একাডেমিক কাউন্সিল) তেওঁক ‘প্ৰফেছৰশ্বিপ’ প্ৰদানৰ সিদ্ধান্ত লৈছিল। তাৎপৰ্যপূৰ্ণভাৱে, উপাচাৰ্যগৰাকী নিজেই হৈছে শৈক্ষিক পৰিষদখনৰ অধ্যক্ষ।

‘’ইয়াত কি ভুল হ’ব পাৰে? এতিয়াতো মানুহে মোলৈ অধ্যাপক বুজৰবৰুৱা বুলি সম্বোধন কৰি পত্ৰ প্ৰেৰণ কৰি আছে,’’ এইদৰে যুক্তি দাঙি ধৰি উপাচাৰ্যগৰাকীয়ে দাবী কৰে যে শৈক্ষিক পৰিষদৰ সদস্যসকলৰ যিকোনো ব্যক্তিকে এনেদৰে প্ৰফেছৰশ্বিপ প্ৰদান কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে।

আনহাতে, ১৯৬৯ চনৰ ২ জানুৱাৰিত অসম ৰাজপত্ৰত জাৰি কৰা অসম কৃষি বিশ্ববিদ্যালয় আইন, ১৯৬৮ অনুসৰি যিকোনো ব্যক্তিকে ‘প্ৰফেছৰশ্বিপ’ প্ৰদান কৰাৰ বাবে শৈক্ষিক পৰিষদক ক্ষমতা প্ৰদানৰ কোনো কথা উল্লেখ কৰা নাই।

অসম কৃষি বিশ্ববিদ্যালয় আইনৰ ৩(বি) অনুসৰি শৈক্ষিক পৰিষদে বিশ্ববিদ্যালয়খনৰ ‘শিক্ষক শ্ৰেণী’ক প্ৰফেছৰশ্বিপ, এছোচিয়েট প্ৰফেছৰশ্বিপ আৰু এছিষ্টেন্ট প্ৰফেছৰশ্বিপ প্ৰদানৰ পৰামৰ্শ দিব পাৰে। ইয়াত যিকোনো ব্যক্তিক ‘নিয়ম বহিৰ্ভুতভাৱে প্ৰফেছৰশ্বিপ’প্ৰদানৰ কথা কোৱা হোৱা নাই।

আভিধানিক সংজ্ঞা অনুসৰি এগৰাকী প্ৰফেছৰ হৈছে এগৰাকী কৃতী তথা স্বীকৃত শিক্ষাবিদ। বেছিভাগ কমনৱেলথ ৰাষ্ট্ৰ আৰু সেইদৰে উত্তৰ য়ুৰোপত প্ৰফেছৰ হৈছে এখন বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ শৈক্ষিক পদ।

অনির্বান পাঠক

অনির্বান পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd