• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Real Hero শ্ৰেণীত নাই ছাত্ৰ-ছাত্ৰী, সততাৰ পৰিচয় দি দুবছৰৰ ২৩ লক্ষাধিক টকাৰ দৰমহাৰ ধন ঘূৰাই দিলে অধ্যাপক লালন কুমাৰে

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
July 7, 2022 8:59 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সঁচাকৈয়ে ৰিয়েল হিৰ’ বুলি ক’লে যাক কোৱা হয় তেনে এগৰাকী ব্যক্তিতেই পৰিণত হৈছে বিহাৰৰ এগৰাকী অধ্যাপক। বিহাৰৰ নীতিশৱাৰ মহাবিদ্যালয়ৰ হিন্দী বিষয়ৰ অধ্যাপক ড০ লালন কুমাৰে বিগত প্ৰায় দুবছৰ ধৰি শ্ৰেণীত কোনো ছাত্ৰ-ছাত্ৰীকে পাঠদান কৰিব পৰা নাই।

কাৰণ হিন্দী ভাষাৰ শ্ৰেণীলৈ কোনো শিক্ষাৰ্থীয়ে দুবছৰে পাঠগ্ৰহণ কৰিবলৈ অহা নাই। মহাবিদ্যালয় খনৰ প্ৰায় ভাগ শিক্ষাৰ্থীয়েই এনেদৰে শ্ৰেণীত উপস্থিত থকাৰ পৰা বিৰত হৈ আহিছে।

Apply Now

শৈক্ষিক পৰিবেশ বিনষ্ট হৈ পৰা মহাবিদ্যালয় খনত অধ্যাপনা কৰি সেয়ে মুঠেও সুখী নহয় অধ্যাপক ড০ লালন কুমাৰ। সেয়ে দুবছৰে কোনো শিক্ষাৰ্থীকে পাঠদান কৰিব নোৱাৰা অধ্যাপকগৰাকীয়ে সততাৰ পৰিচয় দি তেওঁৰ দৰমহাৰ ২৩ লক্ষাধিক টকা মহাবিদ্যালয় কৰ্তৃপক্ষক ঘূৰাই দিছে। অধ্যাপকগৰাকীৰ এনে মহৎ কাৰ্যই বহুতকে অনুপ্ৰেৰণা যোগাইছে।

যিটো সময়ত বহুতে কাম নকৰাকৈয়ে চৰকাৰী দৰমহা লৈ আছে, তেনে সময়তে ড০ লালন কুমাৰৰ কাৰ্য এক আদৰ্শ হিচাবে পৰিগণিত হৈছে।। শ্ৰেণীত পাঠদান কৰিব নোৱাৰাৰ বাবেই ড০ লালন কুমাৰে ২ বছৰ ৯ মাহৰ সম্পূৰ্ণ দৰমহা ২৩ লাখ ৮২ হাজাৰ ২২৮ টকা কৰ্তৃপক্ষক ঘূৰাই দিছে।

বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ আৰ কে ঠাকুৰৰ হাতত অধ্যাপকগৰাকীয়ে সেই ধনৰ চেক দিয়ে যদিও পঞ্জীয়কে চেক খন ৰাখিবলৈ অসন্মত হয়। তেতিয়াই অধ্যাপকগৰাকীয়ে চেক গ্ৰহণ নকৰিলে চাকৰিয়েই এৰি দিব বুলি কোৱাত অৱশেষত পঞ্জীয়কে চেক খন গ্ৰহণ কৰে। ৷

এই প্ৰসংগত লালন কুমাৰে কয় ” জাতিৰ পিতা মহাত্মা গান্ধীৰ চিন্তাধাৰাৰ মই অনুগামী, সেয়ে কাম নকৰাকৈ ধন গ্ৰহণ কৰাটো মই মানি ল’ব নোৱাৰো, সেইবাবেই মই দৰমহা ঘূৰাই দিছো।” উল্লেখ্য বিহাৰৰ বৈশালী জিলাৰ এটা সাধাৰণ পৰিয়ালৰ সন্তান ড০ লালন কুমাৰ ।

তেওঁ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা হিন্দী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিল আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পৰা পিএইচডিও লাভ কৰিছিল। শৈক্ষিক জীৱনত সোণৰ পদক অৰ্জন কৰা লালন কুমাৰে ২৪ ছেপ্টেম্বৰ, ২০১৯ত মহাবিদ্যালয় খনত যোগদান কৰিছিল৷ কিন্তু মহাবিদ্যালয় খনৰ শৈক্ষিক পৰিবেশৰ বাবে তেওঁ এতিয়া দৰমহা ল’ব নোৱাৰা হৈ পৰিছে। লালন কুমাৰে কয় যে যি কোনো মূল্যৰ বিনিময়তে মহাবিদ্যালয় খনৰ শৈক্ষিক পৰিবেশ ঘূৰাই আনিবই লাগিব।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd