• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোভিড-১৯ত কম বয়সৰ অবিবাহিতৰ মৃত্যুৰ আশংকা অধিক; গৱেষণাই বঢ়াইছে চিন্তা!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 11, 2020 11:23 am

2 min read

WhatsApp Image 2020-10-11 at 10.42.42 AM

প্ৰতিনিধিত্বমূলক ফটো।

3.3k
VIEWS
Share on FacebookShare on Twitter

সুস্বাস্থ্যৰ বাবে বিবাহিত জীৱন এতিয়া জৰুৰী হৈ পৰিছে। মহামাৰীৰ বৰ্তমান সংকটৰ সময়ত এইটোৱে সত্য প্ৰমানিত হ’বলৈ গৈছে।

নতুন এক গৱেষণা মতে, কোভিড-১৯ত অবিবাহিত কম বয়সীয়া যুৱক-যুৱতীৰ মৃত্যুৰ আশংকা বিবাহিত লোকৰ তুলনাত অধিক থাকে।

ছুইডেনৰ য়ুনিভাৰ্ছিটি অফ ষ্টকহ’মৰ গৱেষকে ইয়াক লৈ সতৰ্ক কৰি দিছে।

য়ুনিভাৰ্ছিটি অফ ষ্টকহ’মৰ গৱেষকে দাবী কৰিছে যে অবিবাহিত ডেকা-ডেকেৰীৰ উপৰি নিম্ন আয়, কম পঢ়াশুনা আৰু কম বা মধ্যমীয়া আয়ৰ দেশত কৰ’না ভাইৰাছত মৃত্যুৰ সম্ভাৱনা অধিক।

‘ছুইডিছ নেশ্যনেল বোৰ্ড অফ হেল্থ এণ্ড ৱেলফেয়াৰ’ৰ দ্বাৰা ছুইডেনত কোভিড-১৯ত পঞ্জীকৃত মৃত্যুৰ তথ্যৰ আধাৰত এই অধ্যয়ন চলোৱা হৈছিল।

এই অধ্যয়নত ২০ বছৰ বা তাতকৈ অধিক বয়সৰ লোকক সামৰি লোৱা হৈছিল।

প্ৰতিবেদন অনুসৰি, অবিবাহিত অৰ্থাৎ যুৱক বা যুৱতীৰ মাজত কোভিড-১৯ত মৃত্যুৰ আশংকা বিবাহিত লোকৰ তুলনাত ডেৰৰ পৰা দুই গুণলৈ অধিক। এই তালিকাত অবিবাহিত, বিধৱা, পত্নী নোহোৱা আৰু বিবাহ বিচ্ছেদিত লোকো আছে।

প্ৰতিবেদনত লগতে দাবী কৰা হৈছে যে মহিলাৰ তুলনাত পুৰুষৰ কোভিড-১৯ত মৃত্যুৰ আশংকা দুগুণতকৈয়ো অধিক।

ইয়াৰ পূৰ্বেও কিছুমান অধ্যয়নত কোৱা হৈছিল যে ছিংগল বা অবিবাহিত লোকৰ বিভিন্ন বেমাৰত অধিক মৃত্যু ঘটে।

প্ৰতিবেদনত কোৱা হৈছে যে সাধাৰণতে যিসকল লোক প্ৰথমৰে পৰা কোনো নহয় কোনো ৰোগত ভূগে, তেওঁলোকৰ সংগীৰ প্ৰতি আকৰ্ষণ কিছু কম দেখা যায়। সেই বাবেই এনেকুৱা লোকক আগলৈ বিয়াৰ ক্ষেত্ৰত বহুত কম আগ্ৰহী হোৱা দেখা যায়।

কোৱা হৈছে যে বিবাহিত সকলৰ তুলনাত ছিংগল লোকে কম সুৰক্ষিত পৰিৱেশ লাভ কৰে। সেয়েহে, বিবাহিত লোকসকল অবিবাহিতসকলতকৈ কম ৰোগত ভোগাৰ লগতে এক স্বাস্থ্যৱান জীৱনৰ আনন্দ ল’ব পাৰে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd