• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

বোকাখাতত গাহৰিৰ আস্বভাৱিক মৃত্যু! : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ভয়ংকৰ ভাবুকি; জীপালৰ প্ৰতিক্ৰিয়া

উত্তম শইকীয়া by উত্তম শইকীয়া
July 5, 2020 4:09 pm
IMG-20200705-WA0010
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাৰ সমষ্টি বোকাখাতত অচিন ৰোগত মৃত্যু হৈ শতাধিক গাহৰিৰ মৃত্যু হৈছে৷

ইফালে বানপানীত মহকুমাটোৰ বেছিভাগ অঞ্চলেই জলমগ্ন হৈ থকাৰ বাবে মৃত গাহৰিবোৰ পুতিবৰ বাবে ঠাই নেপাই পানীতেই উটুৱাই দিব লগা হৈছে৷ যাৰ বাবে প্ৰদুষিত হৈ পৰিছে জলমগ্ন অঞ্চলবোৰ৷ বিশেষকৈ নদীপৰীয়া অঞ্চলবোৰত এতিয়া এক অস্বাস্থ্যকৰ অৱস্থাৰ সৃষ্টি হৈছে৷

Apply Now

মৃত গাহৰিৰ শৰীৰৰ নমুনা সংগ্ৰহ কৰি গৱেষণাগাৰলৈ প্ৰেৰণ কৰিছে বোকাখাত মহকুমাৰ পশুচিকিৎসা বিভাগে৷ শ্বোৱাইন ফিভাৰতেই গাহৰিৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে সকলোয়ে৷ যাৰ বাবে পৰিস্থিতি অধিক জটিল হোৱাৰো আশংকা আছে৷

বোকাখাত নদীপৰীয়া অঞ্চলত মৃত্যু হোৱা গাহৰিবোৰ নদীৰ বাঢ়নি পানী উটুৱাই দিয়াৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া গাহৰিবোৰো এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷

এনে পটভুমিত জীপাল নামৰ কৃষক শ্ৰমিকৰ সংগঠনটোৰ সম্পাদক প্ৰবীণ পেগু আৰু জিলা সমন্বয়ক মনিকংকনা বৰবৰাই দিয়া এক বিবৃতিত কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিত শ শ গাহৰিৰ আফ্ৰিকান শ্বোৱাইন ফিভাৰত মৃত্যু হোৱাত তৎকালেই গাহৰি পালকক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী কৰিছে৷

জীপালৰ মতে পশুচিকিৎসা বিভাগে আজি পৰ্যন্ত আফ্ৰিকান শ্বোৱাইন ফিভাৰ সন্দৰ্ভত কোনো ধৰণৰ সজাগতাৰ ব্যৱস্থা নকৰিলে৷

ইয়াৰ উপৰিও বানপানীৰ মাজত মৃত গাহৰিক কেনেদৰে নিষ্কাশন কৰা, মৃত গাহৰি পানীত উটুৱাই দিয়াৰ ফলত হ’ব পৰা প্ৰদুষণ আৰু সংক্ৰমণৰ সম্পৰ্কত পশুচিকিৎসা বিভাগৰ হাতত কোনোধৰণৰ ব্যৱস্থাপনা নকৰা বুলিও অভিযোগ কৰিছে জীপাল নামৰ সংগঠনটোয়ে৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সীমাত নিৰ্মাণ কৰা শ্বুইচ গেটৰ বাবে অগৰাতলি, ডিফলু পথাৰ, ধনশিৰিমুখকে ধৰি বিস্তৃৰ্ণ অঞ্চলত এতিয়া পানী আৱদ্ধ হৈ পৰিছে৷

এনে অৱস্থাত পানীত উটুৱাই দিয়া মৃত গাহৰিবোৰো ভয়ংকৰ প্ৰদুষণৰ সৃষ্টি কৰাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱতন্ত্ৰও প্ৰদুষিত কৰিব বুলি জীপালে মন্তব্য কৰে৷

এইবোৰ সমস্য শীঘ্ৰে সমাধানৰ বাবে কৃষি মন্ত্ৰী অতুল বৰাক দাবী জনাইছে জীপাল শ্ৰমিক কৃষক সন্থাই৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd