• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্য মন্ত্ৰীক অনশনস্থলীত মৃতদেহ হিচাপ কৰিবলৈ ক’লে বেতন বঞ্চিত শিক্ষকে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 16, 2019 3:30 pm
ইন্টাৰনেটৰ পৰা সংগৃহীত সৰ্বানন্দ সোণোৱালৰ আলোকচিত্ৰ

ইন্টাৰনেটৰ পৰা সংগৃহীত সৰ্বানন্দ সোণোৱালৰ আলোকচিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘মুখ্য মন্ত্ৰী মহোদয় আমাক ফ্ৰিজত নথ’ব। আমাক আপুনি বাচিবও নিদিয়ে, পচিবও নিদিয়ে। চৰকাৰে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে মুখ্য মন্ত্ৰীয়ে অনশনস্থলীত শিক্ষকৰ মৃতদেহ হিচাপ কৰিব লাগিব’ -এই ক্ষোভ অসমৰ এজন বেতন বঞ্চিত প্ৰাথমিক শিক্ষকৰ।

ৰাজ্যৰ বেতন বঞ্চিত প্ৰাথমিক শিক্ষক সন্থাই আজিৰ পৰা লখিমপুৰ চহৰৰ ত্যাগক্ষেত্ৰত চৰকাৰে দিয়া প্ৰতিশ্ৰুতিসমূহ পালন নকৰাৰ প্ৰতিবাদত আমৰণ অনশনত বহিছে।

Apply Now

উল্লেখযোগ্য যে, চৰকাৰৰ বিৰুদ্ধে শিক্ষকসকলে বিগত বৰ্ষৰ ১০ আগষ্টৰ পৰা ১৪ আগষ্টলৈও একে স্থানতে অনশনত বহিছিল। নলবাৰী, কামৰুপ, বাক্সা, দৰং আৰু ওদালগুৰি জিলাৰ শিক্ষক সকলে সেই অনশনত অংশ লৈছিল।

প্ৰতিবাদীসকলক অসম চৰকাৰৰ মুখ্য মন্ত্ৰীয়ে দিয়া পত্ৰৰ ভিত্তত মুখ্য মন্ত্ৰীৰ সচিবৰ লগত ৭ ছেপ্তম্বৰত প্ৰতিবাদী শিক্ষকসকলে আলোচনাত মিলিত হয়। আলোচনাত বেতন বঞ্চিত শিক্ষক সকলৰ পদসমূহ দুমাহৰ ভিতৰত নিয়মীয়াকৰণৰ লিখিত প্ৰতিশ্ৰুতি দিয়া হৈছিল। কিন্তু দুমাহ দূৰৰ কথা আজি পৰ্য্যন্ত চৰকাৰে প্ৰতিশ্ৰুতি পালন নকৰিলে, যাৰবাবে পুনৰ অনশনত বহিব লগা হ’ল প্ৰাথমিক শিক্ষকসকল।

আনহাতে, অনশনত অংশগ্ৰহণ কৰা এজন শিক্ষকে এই সমগ্ৰ বিষয়টোত মুখ্য মন্ত্ৰীৰ ক্ষিপ্ৰ হস্তক্ষেপ দাবী কৰে। চৰকাৰৰ ফালৰ পৰা হয় পদসমূহ প্ৰাদেশিকীকৰণ কৰি শিক্ষকসকলক বেতন প্ৰদান কৰক নহ’লে পত্ৰযোগে কাৰণ দৰ্শাই প্ৰাদেশিকীক কৰিব পৰা নহ’ব বুলি বিদ্যালয়ৰ পৰা অব্যাহতি দিয়ক বুলি এজন শিক্ষকে সাংবাদিকৰ আগত কয়।

অসমৰ বিভিন্ন ঠাইৰ পৰা অহা দুই শতাধিক বেতন বঞ্চিত শিক্ষকে মুখ্য মন্ত্ৰীয়ে নিজৰ স্থিতি স্পষ্ট নকৰালৈ মৃত্যু পৰ্য্যন্ত অনশন অব্যাহত থাকিব বুলি সকীয়নি দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 11, 2026 9:46 am
পুনৰ অগ্নিগৰ্ভ মণিপুৰ! পাহাৰীয়া জিলাসমূহত সংঘটিত হৈছে হিংসাত্মক সংঘৰ্ষৰ ঘটনা, কমেও ১০ জন নিহত

পুনৰ অগ্নিগৰ্ভ মণিপুৰ! পাহাৰীয়া জিলাসমূহত সংঘটিত হৈছে হিংসাত্মক সংঘৰ্ষৰ ঘটনা, কমেও ১০ জন নিহত

October 11, 2026 9:28 am
আদালতৰ নিৰ্দেশ অমান্য কৰি ৰে’ল, মেট্ৰ’, ইণ্টাৰনেট বন্ধ; উচ্চতম ন্যায়ালয়ত আজি জৰুৰী শুনানি

আদালতৰ নিৰ্দেশ অমান্য কৰি ৰে’ল, মেট্ৰ’, ইণ্টাৰনেট বন্ধ; উচ্চতম ন্যায়ালয়ত আজি জৰুৰী শুনানি

October 11, 2026 8:44 am
চিজেপি প্ৰতিবাদত দিল্লী আৰক্ষীৰ গণ আটকক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ; আটকাধীনসকলক বিনাচৰ্তে মুক্তিৰ দাবী

চিজেপি প্ৰতিবাদত দিল্লী আৰক্ষীৰ গণ আটকক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ; আটকাধীনসকলক বিনাচৰ্তে মুক্তিৰ দাবী

October 11, 2026 7:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 11, 2026 9:46 am
পুনৰ অগ্নিগৰ্ভ মণিপুৰ! পাহাৰীয়া জিলাসমূহত সংঘটিত হৈছে হিংসাত্মক সংঘৰ্ষৰ ঘটনা, কমেও ১০ জন নিহত

পুনৰ অগ্নিগৰ্ভ মণিপুৰ! পাহাৰীয়া জিলাসমূহত সংঘটিত হৈছে হিংসাত্মক সংঘৰ্ষৰ ঘটনা, কমেও ১০ জন নিহত

October 11, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd