• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি নেতাৰ পুত্ৰৰ BMW গাড়ীৰ খুন্দাত নিহত ব্যক্তি, পলাতক পিতৃ-পুত্ৰ; ক্ষোভ যোগীৰাজ্যত

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 2, 2024 9:45 am
বিজেপি নেতাৰ পুত্ৰৰ গাড়ীৰ খুন্দাত যুৱকৰ মৃত্যু। ফটো সৌজন্যঃ ইণ্ডিয়া টুডে।

বিজেপি নেতাৰ পুত্ৰৰ গাড়ীৰ খুন্দাত যুৱকৰ মৃত্যু। ফটো সৌজন্যঃ ইণ্ডিয়া টুডে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশত বিজেপি নেতাৰ পুত্ৰৰ গাড়ীয়ে খুন্দা মৰাৰ ফলত এজন লোকৰ মৃত্যু ঘটিছে। মৃত যুৱকজনক জানি-বুজি গাড়ীৰে খুন্দা মৰাৰ অভিযোগ উত্থাপন কৰিছে মৃত লোকজনৰ পৰিয়ালে। প্ৰতিবাদত তেওঁৰ পত্নী চাৰিটা সন্তানৰ সৈতে পথত নামিছে। শুকুৰবাৰে তেওঁ অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ দাবীত গোটেই দিনটো বিক্ষোভ প্ৰদৰ্শন কৰে। অৱশ্যে অভিযুক্ত বিজেপি নেতা আৰু তেওঁৰ পুত্ৰ পলাতক। তেওঁলোকৰ সন্ধান চলোৱা হৈছে। মৃতকৰ পত্নীয়ে আৰক্ষীৰ বিৰুদ্ধে  নিষ্ক্ৰিয়তাৰ অভিযোগ উত্থাপন কৰিছে।

উত্তৰ প্ৰদেশৰ বস্তি জিলাৰ ঘটনা। মৃত লোকজনৰ নাম ৰামলাল গুপ্তা। পেছাত তেওঁ আছিল এজন ৰান্ধনী। অভিযোগ অনুসৰি যিখন BMW গাড়ীৰ খুন্দাত তেওঁৰ মৃত্যু হৈছে সেইখনৰ মালিক আজমতুল্লাহ। স্থানীয় বিজেপি নেতা হামিদুল্লাৰ পুত্ৰ। অভিযোগ অনুসৰি ঘটনাৰ সময়ত সেই গাড়ীখনত হামিদুল্লাও আছিল।

মৃতকৰ পত্নীয়ে জনোৱা মতে, বৃহস্পতিবাৰে বিয়লি যুৱকজন কামৰ অন্তত ঘৰলৈ উভতি আহিছিল। ইয়াৰ পিছত তেওঁ ওচৰতে ফুৰিবলৈ ওলাই গ’ল। ৰাস্তাৰ কাষত থিয় হৈ থাকোঁতে হঠাতে এখন BMW তেওঁৰ ফালে আগবাঢ়ি আহিল। যুৱকজনে নিজকে ৰক্ষা কৰাৰ সুযোগ নাপালে। মৃতকৰ পত্নীয়ে ইচ্ছাকৃতভাৱে গাড়ীখনে খুন্দা মৰাৰ অভিযোগ উত্থাপন কৰে। লগতে তেওঁ দাবী কৰে যে গাড়ীখন বিজেপি নেতাই চলাইছিল।

Apply Now

ঘটনাৰ পিছতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়। তাত থকা চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। মৃতকৰ পত্নীয়ে জনোৱা মতে, তেওঁৰ স্বামীয়েই পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী সদস্য। তেওঁলোকৰ চাৰিটা সন্তান আছে। সিঁহতক কেনেকৈ ডাঙৰ-দীঘল কৰিব তাকলৈয়ে প্ৰশ্ন তুলিছে মহিলাগৰাকীয়ে।

মৃতকৰ পত্নীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। তেওঁলোকে আশ্বাস দিছে যে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হ’ব। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

September 13, 2026 7:41 am
টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

September 13, 2026 7:41 am
টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd