• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

খিলঞ্জীয়াৰ স্বাৰ্থত ভোট দিয়াৰ আহ্বান গুৱাহাটীৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাৰ

নীলমণি শৰ্মা by নীলমণি শৰ্মা
March 27, 2019 6:39 am
Screenshot_2019-03-27-00-08-51-929_com.miui.videoplayer

কৃষ্ণাইত গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাৰ প্ৰচাৰাভিযান। ফটো : নৰ্থইষ্ট নাও

388
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ চৌদিশে লোকসভাৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী বতাহ ক্ৰমাৎ গৰম হৈ পৰিছে। বিজেপি,কংগ্ৰেছ,অগপ সকলো ৰাজনৈতিক দলে নিজ নিজ প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান এক প্ৰকাৰ তীব্ৰতৰ কৰি তুলিছে ৷

ৰাজ্যখনৰ আটাইতকৈ সন্মানীয় সমষ্টি গুৱাহাটী লোকসভা সমষ্টিতো প্ৰচাৰ অভিযান তুংগত উঠিছে ৷এতিয়ালৈ কংগ্ৰেছ দলে সমষ্টিটোৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই যদিও সমষ্টিটোৰ চুকে কোণে তীব্ৰ প্ৰচাৰ চলাইছে বিজেপিৰ প্ৰাৰ্থী কুইন ওজাই ৷ এইক্ষেত্ৰত পিছ পৰি থকা নাই নিৰ্দলীয় প্ৰাৰ্থী উপমান্যু হাজৰিকও ৷

‘’খিলঞ্জীয়াৰ ভোটত নিৰ্বাচিত হোৱা প্ৰতিনিধিয়ে খিলঞ্জীয়াৰ স্বাৰ্থ আগত ৰাখিব লাগিব, কোনো বিদেশী বা দলৰ নহয়৷ অসমৰ কথা, খিলঞ্জীয়াৰ কথা শুনিবলৈ আৰু শুনাবলৈ দিল্লীত মাত দিব লাগে, সংসদত মাত দিব লাগে,’’- এই কথাকে সাৰোগত কৰি নিৰ্বিচনী প্ৰচাৰত নামি পৰিছে গুৱাহাটী লোক সভাৰ নিৰ্দলীয় প্ৰাৰ্থী উপমান্যু হাজৰিকাই ৷

মঙলবাৰে বিয়লি গুৱাহাটী লোকসভাৰ অন্তৰ্গত কৃষ্ণাই আৰু পাইকানত প্ৰচাৰ চলাই ৰাইজৰ ভোট ভিক্ষা কৰে হাজৰিকাই ৷ প্ৰাৰ্থী গৰাকীয়ে কৃষ্ণাই আৰু পাইকানত উপস্থিত হৈ বিভিন্ন শ্ৰেণীৰ স্থানীয় লোকৰ সতে মত বিনিময় কৰাৰ লগতে গুৱাহাটী সমষ্টিটোত তেওঁক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ভোট দানৰ আহ্বান জনায় ৷

আনহাতে, অঞ্চলটোত প্ৰাৰ্থী গৰাকীয়ে হাতে হাতে প্ৰচাৰ প্ৰত্ৰ বিলাই ভোটাৰৰ মন আকৰ্ষিত কৰাৰ চেষ্টা কৰে।

Recent News

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd