• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাগ্ৰামাক উভতি ধৰিলে ইউপিপিএলে; ভাতৃঘাতী সংঘৰ্ষৰ মাষ্টাৰ মাইণ্ড বুলি অভিহিত বিপিএফ নেতাগৰাকীক

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ by ৰিনয় বসুমতাৰী, কোকৰাঝাৰ
February 12, 2022 8:12 am
UPPL Press Meet

শুকুৰবাৰে কোকৰাঝাৰত ইউপিপিএলৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিপিএফৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন কাৰ্যৱাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে বৃহস্পতিবাৰে ২০ সংখ্যক বিটিচি চুক্তি দিৱসত দিয়া কেতবোৰ মন্তব্যৰ শুকুৰবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলৰ মুখপাত্ৰ আৰু বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে ৷

তেওঁ লগতে হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে বহু বিস্ফোৰক মন্তব্যও আগবঢ়াইছে।

কোকৰাঝাৰ চহৰৰ কদমতলাস্থিত ইউপিপিএল দলৰ মুখ্য কাৰ্যালয়ত আয়োজিত এখন সংবাদ মেলত বসুমতাৰীয়ে দলৰ হৈ মন্তব্য প্ৰকাশ কৰে৷

Apply Now

হাগ্ৰামা মহিলাৰীলৈ বসুমতাৰীৰ প্ৰশ্ন যে ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত স্বাক্ষৰিত হোৱা বিটিচি চুক্তিৰ পিছত বিটিচিৰ শাসন ক্ষমতালৈ অহা বিপিএফে ১৯৯৩ চনৰ ২০ ফেব্ৰুৱাৰীত সম্পন্ন হোৱা বিএচি চুক্তি দিৱস কিয় পালন নকৰিলে?

আনহাতে, হাগ্ৰামাই মিছাই পৃথক বড়োলেণ্ড পোৱা বুলি কৈছিল বুলি উল্লেখ কৰি বসুমতাৰীয়ে লগতে কয় যে বিটিআৰ চুক্তিৰ দ্বাৰা সুকীয়া সঞ্চালকালয় হ’ল। বড়ো ভাষা অসমৰ সহযোগী চৰকাৰী ভাষাৰ মৰ্যদা পালে৷ বিধানসভাতো বড়ো ভাষাই স্থান পালে৷ বিটিআৰৰ বাহিৰৰ বড়ো সকলৰ বাবে আৰ্থ-সামাজিক,ৰাজনৈতিক বিকাশৰ বাবে বিকেডব্লিউএচি হ’ল।

ইপিনে, বিটিআৰ ধ্বংসৰ প্ৰসংগত হাগ্ৰামাক উভতি ধৰি বসুমতাৰীয়ে কয় যে প্ৰাক্তন বিএলটি সকলক কেৱল মদ, ভাং,জুৱাত ব্যস্ত ৰাখিলে। বিআৰটিএফক হাতৰ মুঠিত ৰাখি অসামাজিক কাৰ্য-কলাপ, বিশৃংখল সৃষ্টি কৰিছে।    

বসুমতাৰীয়ে এক বিস্ফোৰক অভিযোগ আনি কয় যে বড়ো-অবড়ো কেবল হাগ্ৰামাৰ বাবেই হৈছে৷ তেওঁ এনে পাৰ্থক্য আনি উন্নয়নমুলক কাম স্তব্ধ কৰিছিল৷ তেওঁ ভাতৃঘাতী সংঘৰ্ষৰ মাষ্টাৰ মাইণ্ড৷

ইউপিপিএলৰ নেতাগৰাকীয়ে কয় যে বিটিআৰত নতুন সংগঠন সৃষ্টিত হাগ্ৰামাৰ হাত আছে। হাগ্ৰামাৰ সোৱেঁ-বাৱে থকা সকলেই নতুন ছাত্ৰ সংগঠন সৃষ্টিত হাত উজান দিয়া বুলিও তেওঁ কয়৷

ইউপিপিএলে ২০সংখ্যক বড়োলেণ্ড দিবসত বিৰোধী বিপিএফৰ মন্তব্যত দুখ প্ৰকাশ কৰে৷

বিপিএফৰ এগৰাকী নেতাই মিছাইলমেন ড°এপিজে আব্দুল কালাম, ভূতপুৰ্ব প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ী ,নৰেন্দ্ৰ মোডীক অপমান কৰা কাৰ্যৰ গৰিহণা দি দোষী ব্যক্তিক গ্ৰেপ্তাৰৰ দাবী জনায়৷

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd