• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিটিআৰত বিপিএফৰ চৰকাৰ গঠনকলৈ পুনৰ গুজৱ; কি প্ৰতিক্ৰিয়া ইউপিপিএলৰ?

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ by ৰিনয় বসুমতাৰী, কোকৰাঝাৰ
May 6, 2022 2:40 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউপিপিএলৰ ৭/৮ জন পাৰিষদকলৈ বিপিএফ দলে পুনৰ চৰকাৰ গঠনৰ প্ৰচাৰকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইউপিপিএলে ৷ ইউপিপিএলৰ মুখ্য কাৰ্যালয়ত সংবাদমেল পাতি বৃহস্পতিবাৰে স্পষ্টীকৰণ দিয়ে ইউপিপিএল-য়ে।

ইউপিপিএলৰ মুখপাত্ৰ উইলচন হাসদাই সংবাদমেলত সৰৱ হৈ পৰি অভিযোগ কৰে যে বিপিএফে ৰাইজৰ মাজত ভূৱা প্ৰচাৰ চলাইছে। সংবাদমেলত  দুগৰাকীকৈ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী আৰু ধনঞ্জয় বসুমতাৰীও উপস্থিত আছিল৷

তেওঁলোকৰ অভিযোগ যে বিপিএফ দলে ইউপিপিএলৰ পাৰিষদ সকলক উচ্চ স্থানত টোপ দি চৰকাৰ গঠন কৰিৱ বুলি প্ৰচাৰ চলাই ৰাইজক বিপথে পৰিচালিত কৰিছে ৷ বিটিআৰত ইউপিপিএল দলে চৰকাৰ গঠনৰ পৰাই বিপিএফ দলে এনে বিশৃংখলতা পৰিবেশ সৃষ্টি কৰি আছে আৰু উন্নয়ন বিৰোধী কাম কৰি আহিছে ৷

Apply Now

ইউপিপিএল-বিজেপি-জিএছপি মিত্ৰজোঁটৰ চৰকাৰত কোনো ভাবুকি নাই ৷ পাঁচ বছৰ সুকলমে চলিব বুলিও দাৱী কৰে ইউপিপিএল-য়ে ৷

ৰাইজৰ মাজত বিপিএফে ভুল বাৰ্তা দি দলটোৰ জনভিত্তি গঢ়াৰ কুট কৌশলহে ৰচনা কৰা বুলি ইউপিপিএলে দাবী কৰে ৷

সংবাদমেলত ই এম ধনঞ্জয় বসুমতাৰীয়ে কয় যে মোক জড়িত কৰি পুনৰ চৰকাৰ গঠনৰ প্ৰচাৰ চলাইছে ৷ মই কোনোদিনে বিপিএফ দলত নাযাও ৷ ইউপিপিএল দলত থাকি মই বহুত সন্মান পাইছো ৷ তেনেক্ষেত্ৰত মই বিপিএফলৈ পুনৰ উভতি যোৱাৰ প্ৰশ্ন নুঠে ৷

ইএম ৰঞ্জিত বসুমতাৰীয়ে দাৱী কৰে যে বিপিএফ দলে ভুৱা প্ৰচাৰত লিপ্ত হৈছে ৷ বিপিএফ দলৰ নিজৰ স্থিতি নোহোৱা হৈছে ৷ হাগ্ৰামা আৰু চন্দন দুটা ভাগত বিভক্ত হৈছে বিপিএফ দল ৷ 

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd