DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’ণা আক্ৰান্ত ট্ৰাম্পৰ আশু আৰোগ্য কামনাৰে উপবাস কৰা তেলেংগানাৰ যুৱকৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
October 12, 2020 1:41 pm
b trump
369
VIEWS
Share on FacebookShare on Twitter

মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু তেওঁৰ পত্নী মাৰাত্মক ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ কবৰ পোৱাৰ পিছৰে পৰা তেলেংগানাৰ ৩৩ বছৰীয়া যুৱক বুচ্চা কৃষ্ণ ৰাজুৱে খোৱা-বোৱা সকলো এৰি দিছিল।

ট্ৰাম্পৰ অন্ধ ভক্ত ৰাজুৱে ট্ৰাম্পৰ আশু আৰোগ্য কামনা কৰি আৰম্ভ কৰিছিল উপবাস।

সেই উপবাসেই কাল হ’ল যুৱক জনৰ বাবে। ট্ৰাম্পক মনে প্ৰাণে ভালপোৱা ৰাজুৱে প্ৰায় ৪ দিন ধৰি একো নোখোৱাকৈ থকাৰ অন্তত দেওবাৰে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয়।

আজি সংবাদমাধ্যমৰ আগত ৰাজুৰ পৰিয়ালে এই কথা প্ৰকাশ কৰে।

ট্ৰাম্পৰ আৰোগ্য কামনাৰে উপবাস কৰা ৰাজুৱে মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীক ইমানেই ভালপাইছিল যে তেওঁ ঘৰতে ট্ৰাম্পৰ এটা ৬ ফুট দৈৰ্ঘৰ মূৰ্তি স্থাপন কৰিছিল আৰু সেই মূৰ্তিক সদায় ভগৱানক পূজা কৰাৰ দৰেই পূজা কৰিছিল।

ৰাজুৱে ট্ৰাম্পৰ দীৰ্ঘায়ু কামনা কৰি প্ৰতি শুকুৰবাৰে লঘোণে আছিল।

ট্ৰাম্প আৰু তেওঁৰ পত্নী ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ খবৰ পোৱাৰ পিছতে তেলেংগানাৰ যুৱক জনৰ পৰিয়ালটো চিন্তাত উদ্বিগ্ন হৈ পৰিছিল।

ট্ৰাম্পৰ বেমাৰৰ কথা শুনাৰ পিছতে বুচ্চা কৃষ্ণ ৰাজুৱে ট্ৰাম্পৰ নামত এটা বিশেষ ভিডিঅ’ প্ৰস্তুত কৰি ফেচবুকত প্ৰচাৰ কৰিছিল।

বিগত বৰ্ষত ট্ৰাম্প ভাৰতলৈ অহাৰ সময়ত ৰাজুৱে তেওঁৰ ট্ৰাম্প ভক্তিৰ  বাবেই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল।

ৰাষ্ট্ৰপতি হিচাবে ট্ৰাম্পে আন্তঃৰাষ্ট্ৰীয় বিষয়ত গ্ৰহণ কৰা কেতবোৰ নীতি ৰাজুৱে সমৰ্থন কৰিছিল আৰু লাহে লাহে ট্ৰাম্পৰ অন্ধ ভক্ত হৈ পৰিছিল।

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd