• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুসপ্তাহৰ বাবে যুদ্ধবিৰতিত সন্মতি ইৰাণ আৰু আমেৰিকাৰ; মুকলি কৰা হৈছে হৰমুজ প্ৰণালী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:28 am
118
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্যপ্ৰাচ্যৰ ভয়ানক যুদ্ধ শেষ হোৱাৰ উপক্ৰম হৈছে নেকি? বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক বৃহৎ ঘোষণা কৰে। ইৰাণক দিয়া ‘ডেডলাইন’ শেষ হোৱাৰ মাত্ৰ কেইঘণ্টামান আগতে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে আক্ৰমণৰ পথৰ পৰা পিছুৱাই গৈ ‘শান্তি’ৰ পথত আগবাঢ়িলে।

ড’নাল্ড ট্ৰাম্পে কয় যে অহা দুসপ্তাহলৈ ইৰাণৰ ওপৰত আৰু কোনো আক্ৰমণ নহ’ব। ফলত ৪০ দিনৰ অবিৰত যুদ্ধৰ অন্তত ইৰাণ, ইজৰাইল আৰু আমেৰিকাৰ মাজত কূটনৈতিক আলোচনাৰ পথ মুকলি হৈছে। তেহৰানেও এই যুদ্ধবিৰতি মানি লৈছে। আমেৰিকাৰ দাবী যে ইৰাণেও হৰমুজ প্ৰণালী মুকলি কৰিবলৈ সন্মত হৈছে।

Apply Now

ড’নাল্ড ট্ৰাম্পে কয় যে ইৰাণৰ দলং, বিদ্যুৎ কেন্দ্ৰ আৰু অন্যান্য অসামৰিক আন্তঃগাঁথনিক আপাততঃ লক্ষ্য কৰি লোৱা নহ’ব কাৰণ ইৰাণে আগবঢ়োৱা ১০টা প্ৰস্তাৱক “কাৰ্য্যকৰী” বুলি বিবেচনা কৰে।

কিন্তু কূটনৈতিক প্ৰচেষ্টা শক্তিশালী হোৱাৰ পিছতো স্থলভাগৰ পৰিস্থিতি এতিয়াও অনিশ্চিত হৈ আছে। ইৰাণে যুদ্ধবিৰতি গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে যদিও উপসাগৰীয় অঞ্চলত এতিয়াও ক্ষেপণাস্ত্ৰ সতৰ্কতা চলি আছে। আনহাতে, হোৱাইট হাউছে কয় যে ইজৰাইলে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে।

ইয়াৰ উপৰিও ইৰাণে কৈছে যে ১০ দফা দাবী মানি ল’লে হৰমুজ প্ৰণালী মুকলি কৰা হ’ব। ইৰাণৰ উচ্চতম ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ মতে, ১০ দফীয়া প্ৰস্তাৱটো হ’ল হৰমুজ প্ৰণালীৰ একচেটিয়া নিয়ন্ত্ৰণ, আমেৰিকাৰ সৈন্য প্ৰত্যাহাৰ, মিত্ৰশক্তিৰ নিৰাপত্তা, নিষেধাজ্ঞা প্ৰত্যাহাৰ, যুদ্ধৰ ক্ষতিপূৰণ আৰু আন্তঃৰাষ্ট্ৰীয় আইনী নিশ্চয়তাৰ দাবী।

বুধবাৰে ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়া ট্ৰুথত কয় যে আমেৰিকাই আপাততঃ ১৪ দিনীয়া যুদ্ধবিৰতি ঘোষণা কৰিছে। ইৰাণেও ১০ দফীয়া চৰ্তৰে যুদ্ধবিৰতি মানি লৈছে। পাকিস্তানে দাবী কৰিছে যে তেওঁলোকে এই যুদ্ধবিৰতিৰ মধ্যস্থতা কৰিছে। এইবাৰ যুদ্ধৰ অন্ত পেলাবলৈ শুকুৰবাৰে ইছলামবাদত অনুষ্ঠিত হ’ব আমেৰিকা-ইৰাণৰ প্ৰথম পৰ্যায়ৰ আলোচনা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd