DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’নাত বিধ্বস্ত ভাৰত: মাৰ্কিন নাগৰিকক ভাৰত ত্যাগৰ নিৰ্দেশ বিদেন প্ৰশাসনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 29, 2021 5:05 pm
us
316
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’নাই বিধ্বস্ত কৰা ভাৰতৰ পৰা শীঘ্ৰে মাৰ্কিন নাগৰিকক আমেৰিকালৈ উভতি যোৱাৰ নিৰ্দেশ দিছে বিদেন প্ৰশাসনে।

শেহতীয়াকৈ মাৰ্কিন ৰাষ্ট্ৰপতি জো বিদেনৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশনাত এই বুলি কোৱা হৈছে যে ভাৰতত ক’ৰ’না আক্ৰান্ত ৰোগীৰ বাবে পৰ্যাপ্ত চিকিৎসা সেৱাৰ সুবিধা নাই।

সেয়ে এনে পৰিস্থিতিত মাৰ্কিন নাগৰিকসকলে ভাৰতত থকাটো মুঠেও সুবিধাজনক কথা নহয়।

সেয়ে ভাৰতত বাস কৰা মাৰ্কিন নাগৰিকসকলে অতি শীঘ্ৰে ভাৰত ত্যাগ কৰি আমেৰিকালৈ উভতি আহিব লাগে।মাৰ্কিন নাগৰিকৰ ভাৰত ভ্ৰমণ সন্দৰ্ভতো বিদেন প্ৰশাসনে চাৰিস্তৰীয় এখন নিৰ্দেশিকা জাৰি কৰি থৈছে।

ভাৰতলৈ পৰাপক্ষত নাযাবলৈ মাৰ্কিন প্ৰশাসনে মাৰ্কিন নাগৰিকসকলক সতৰ্ক কৰি দিছে।ইতিমধ্যে ভাৰতত ক’ৰ’নাৰ দ্বিতীয় ঢৌ আৰম্ভ হোৱাৰ লগে লগে ফ্ৰান্স,ইটালী, ব্ৰিটেইন,হংকং,ছিংগাপুৰ আদি দেশে ভাৰতলৈ বিমান সেৱা বন্ধ কৰি দিছে।

অৱশ্যে আমেৰিকাৰ সৈতে ভাৰতৰ বিমান সেৱা এতিয়াও বাহাল আছে। উল্লেখ্য যোৱা ২৪ ঘণ্টাত দেশত কৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৩,৭৯,২৫৭ গৰাকী।

ইয়াৰ ফলত দেশত কৰোনাক্ৰান্ত সংখ্যা ১,৮৩,৭৬,৫২৪ গৰাকীলৈ বৃদ্ধি পাইছে। মন্ত্ৰণালয়ৰ মতে ২৪ ঘণ্টাত দেশত অভিলেখ সংখ্যক লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে।

মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত কৰোনাক্ৰান্তৰ মৃত্যুৰ সংখ্যাই ৩০০০ অতিক্ৰম কৰিছে। যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ৩,৬৪৫ গৰাকী কোভিড আক্ৰান্তৰ। পৰিসংখ্যাৰ মতে যোৱা ১৪ ঘণ্টাত কৰোনাক্ৰান্তৰ মৃত্যুৰ হাৰ হৈছে ১.১২ শতাংশ।

ইফালে কৰোনাৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হৈছে ১,৫০,৮৬,৮৭৮ গৰাকী।

৩০,৮৪,৮১৪ গৰাকী আক্ৰান্ত বৰ্তমানেও চিকিৎসাধীন হৈ থকাৰ বিপৰীতে কৰোনাত মুঠ মৃত্যু হোৱাৰ লোকৰ সংখ্যা হৈছে ২,০৪,৮৩২ গৰাকী।

Recent News

শিলসাঁকোৰ উচ্ছেদৰ নামত বিভাজন! নলা আৱদ্ধ কৰি বাসগৃহ নিৰ্মাণ কৰা নাই বুলি দাবী!

sweating

Sweating: গৰমৰ দিনত ঘাম ওলোৱাতো স্বাভাৱিক, কিন্তু অত্যাধিক ঘাম ওলোৱা কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি জানেনে?

Assam flood Manipur Landslide Hiren Gohain

বানপানী, জলবায়ু সংকট, জীৱন সংকট

Boris Johnson

শীঘ্ৰেই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব বৰিছ জনছনে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd