• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ যুদ্ধ আৰম্ভ? ইৰাণী সৈন্যৰ ওপৰত এয়াৰ ষ্ট্ৰাইক; একাধিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কেন্দ্ৰত আক্ৰমণ আমেৰিকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 26, 2026 8:54 am
146
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইৰাণৰ বন্দৰ আব্বাছত ধাৰাবাহিক বিস্ফোৰণৰ পিছৰে পৰা সন্দেহৰ সৃষ্টি হৈছিল। তেন্তে, নতুন যুদ্ধ আৰম্ভ হৈ গৈছে নেকি? বিস্ফোৰণৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু কেইঘণ্টামানৰ ভিতৰতে সোমবাৰে নিশা আমেৰিকাই ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ এখন নাও আক্ৰমণ কৰে।

একে সময়তে তেওঁলোকে দক্ষিণ ইৰাণৰ কেইবাটাও ক্ষেপণাস্ত্ৰ নিক্ষেপ স্থান বিমান আক্ৰমণত ধ্বংস কৰে। দুয়োটা কাণ্ডৰ দায়িত্ব স্বীকাৰ কৰি চেণ্টকমে কয় যে এই সকলোবোৰ আত্মৰক্ষাৰ স্বাৰ্থত আছিল।

Apply Now

আমেৰিকাই দীৰ্ঘদিন ধৰি অভিযোগ কৰি আহিছে যে ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে হৰমুজ প্ৰণালীত মাইন পুতি ৰাখিছে। আনকি এই বিষয়টো প্ৰস্তাৱিত শান্তি চুক্তিৰ খচৰাতো অন্তৰ্ভুক্ত কৰা হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে ৩০ দিনৰ ভিতৰত সকলো মাইন আঁতৰাব লাগিব।

কিন্তু আজিৰ দিনটোতে আমেৰিকাৰ সেনাই দাবী কৰিছিল যে ইছলামিক ৰিভল্যুচন গাৰ্ড কৰ্পছে হৰমুজত পুনৰ মাইন স্থাপনৰ চেষ্টা চলাইছে। ঘটনাটো লক্ষ্য কৰাৰ লগে লগে আৰম্ভ হয় বিমান আক্ৰমণ।

ইৰাণেও প্ৰত্যুত্তৰ দিয়ে। আমেৰিকানসকলে দাবী কৰে যে বিমান আক্ৰমণৰ সময়ত ইৰাণৰ সেনাই হৰমুজ প্ৰণালীৰ ওচৰৰ দক্ষিণ ইৰাণৰ কেইবাটাও ক্ষেপণাস্ত্ৰ নিক্ষেপ স্থানৰ পৰা আমেৰিকাৰ যুদ্ধ বিমানলৈ গুলীচালনা কৰিছিল। সেই ঘাটিবোৰ লগে লগে ছাৰফেচএয়াৰ ক্ষেপণাস্ত্ৰৰে ধ্বংস কৰা হয়। আক্ৰমণৰ পিছত আমেৰিকাৰ এজন শীৰ্ষ বিষয়াই ফক্স নিউজক জনাইছে যে, “দুখন ইৰাণৰ নাও আৰু কেইবাটাও ক্ষেপণাস্ত্ৰ নিক্ষেপ স্থান ধ্বংস কৰা হৈছে।”

আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডৰ মুখপাত্ৰ টিম হকিন্সে কয় যে আমেৰিকাৰ সেনাই আত্মৰক্ষাৰ বাবে এই আক্ৰমণ সংঘটিত কৰিছিল। তেওঁ কয়, “ইৰাণৰ সেনাই হৰমুজ প্ৰণালীত মাইন স্থাপন কৰিবলৈ চেষ্টা কৰিছিল, যিটো আমেৰিকা আৰু সমগ্ৰ বিশ্বৰ বাবে বিপজ্জনক। সেয়ে আত্মৰক্ষাৰ বাবে এই আক্ৰমণ সংঘটিত কৰা হৈছিল।”

অৱশ্যে তেওঁ লগতে দাবী কৰে যে আমেৰিকাৰ সেনাই সম্পূৰ্ণ সংযমেৰে কাম কৰি আছে। ইয়াৰ উপৰিও ইৰাণৰ ফাৰ্চ নিউজ এজেন্সীয়ে দাবী কৰিছে যে ওমান উপসাগৰৰ ওচৰৰ ছিৰিক আৰু জাস্ক চহৰত কেইবাটাও বিস্ফোৰণ সংঘটিত হৈছে। শান্তি আলোচনাৰ মাজতে পশ্চিম এছিয়াৰ পৰিস্থিতি ক্ৰমান্বয়ে পুনৰ উত্তপ্ত হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am
দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

August 24, 2026 8:40 am
ইমৰাণৰ স্বাস্থ্যক লৈ উদ্বেগ! পাক প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিলে বিশ্ব ক্ৰিকেটৰ ২২ গৰাকী প্ৰাক্তন অধিনায়কে

ইমৰাণৰ স্বাস্থ্যক লৈ উদ্বেগ! পাক প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিলে বিশ্ব ক্ৰিকেটৰ ২২ গৰাকী প্ৰাক্তন অধিনায়কে

August 24, 2026 7:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd