• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৃহৎ সফলতা: অল কায়দাৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক আমেৰিকাই গতালে ভাৰতক

এন ই নাও নিউজ by এন ই নাও নিউজ
May 22, 2020 8:17 am
562700-ibrahim-zubair new

মহম্মদ ইব্ৰাহিম জুবেইৰ। ফাইল ফটো: জী নিউজৰ সৌজন্যত

20.7k
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাত থকা অল কায়দাৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী মহম্মদ ইব্ৰাহিম জুবেইৰক ভাৰতৰ হাতত গতাই দিয়া হৈছে।

যোৱা ১৯ মে’ত তেওঁক ভাৰতলৈ আনি পঞ্জাৱৰ অমৃতসৰত এটা কোৱাৰেন্টাইন চেন্টাৰত ৰখা হৈছে।

ইব্ৰাহিম জুবেইৰে অল কায়দাৰ বিত্তীয় দিশৰ কাম চোৱাচিতা কৰিছিল।

আমেৰিকাৰ আদালতত সন্ত্ৰাসবাদী ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত তেওঁক দোষী সাৱ্যস্ত কৰা হৈছিল।

জুবেইৰক ২০১১ত আমেৰিকাত গ্ৰেপ্তাৰ কৰা হৈছিল।

তেলেংগানাৰ বাসিন্দা জুবেইৰ বৃত্তিত এজন অভিযন্তা। আমেৰিকাত তেওঁ শাস্তিৰ ম্যাদ সম্পূৰ্ণ কৰাৰ পাছত ভাৰতক অৰ্পন কৰিছে।

জুবেইৰক পাঁচ বছৰৰ শাস্তি বিহা হৈছিল।

কঠোৰ নিৰাপত্তাৰ মজেৰে বুধবাৰে ইব্ৰাহিম জুবেইৰক ভাৰতলৈ অনা হয়।

ভাৰতীয় সুৰক্ষা বিষয়াসকলে ভাৰতৰ সন্ত্ৰাসবাদী কাৰ্যকলাপত তেওঁৰ কিবা ভূমিকা আছে নেকি তাৰ জেৰা চলাই আছে।

জুবেইৰ ২০০১চনত হায়দৰাবাদৰ ওছমানিয়া য়ুনিভাৰ্ছিটিৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ গৈছিল।

আমেৰিকাত আছিল তেওঁৰ ভাতৃ য়াজ্জা ফাৰুক মহম্মদ। তেওঁক ফাৰুকে ইলিনয় য়ুনিভাৰ্ছিটিত ভৰ্তি কৰাই দিয়ে।

২০০৫চনৰ পাছত জুবেইৰ অ’হিঅ’লৈ স্থানান্তৰ হয়।

বাতৰি অনুসৰি, জুবেইৰে অলকায়দাৰ নেতা আনোৱাৰ অল-অবলকীৰ ভিডিঅ’ চাই সন্ত্ৰাসবাদী হৈছিল।

তেওঁৰ ভাতৃ আমেৰিকাৰ পৰা ডুবাইলৈ গুচি যোৱাৰ পাছত তেওঁৰ বেংকৰ লেনদেনৰ বাবে জুবেইৰৰ আমেৰিকাৰ ঠিকনা ব্যৱহাৰ কৰিছিল।

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd