• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইৰাণ যুদ্ধৰ মাজতে ভাৰতক ৰাছিয়াৰ তেল ক্ৰয় কৰিবলৈ ৩০ দিনৰ সময় দিলে আমেৰিকাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 6, 2026 9:20 am
40
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাই ৰাছিয়াৰ পৰা ইন্ধন ক্ৰয় কৰাত ‘নিষেধাজ্ঞা’ আৰোপ কৰিছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ পৰা ইন্ধন আমদানি বন্ধ কৰাৰ চৰ্তত ভাৰতীয় সামগ্ৰীৰ ওপৰত শুল্ক হ্ৰাস কৰিছিল। কিন্তু ইৰাণৰ ওপৰত হোৱা আক্ৰমণৰ বাবে ইন্ধন তেলৰ ক্ষেত্ৰত সংকটৰ সৃষ্টি হৈছে। এনে পৰিস্থিতিত ভাৰতে ৰাছিয়াৰ পৰা ইন্ধন ক্ৰয় কৰিবলৈ আমেৰিকাৰ অনুমতি লাভ কৰিছে।

ইৰাণ আৰু পশ্চিম এছিয়াৰ পৰিস্থিতিৰ বাবে ভাৰতে অহা ৩০ দিনৰ বাবে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিব পাৰিব। শুকুৰবাৰে ছ’চিয়েল মিডিয়াত এক পোষ্টযোগে এই কথা ঘোষণা কৰে আমেৰিকাৰ কোষাগাৰ সচিব স্কট বেছাণ্টে।

Apply Now

হৰমুজ প্ৰণালীৰ মাজেৰে চলাচল সাময়িকভাৱে ‘বন্ধ’ কৰা হৈছে। ফলত সমগ্ৰ বিশ্বতে শক্তি সংকটৰ সৃষ্টি হৈছে। ইতিমধ্যে খাৰুৱা তেলৰ মূল্য প্ৰায় ২০% বৃদ্ধি পাইছে। ট্ৰাম্পে আশ্বাস দিছিল যে হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজসমূহক আমেৰিকাৰ সেনাৰ পহৰাৰ অধীনত পাৰ হ’বলৈ দিয়া হ’ব।

অৱশ্যে ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডে দাবী কৰিছে যে সমগ্ৰ হৰমুজ প্ৰণালী তেহৰাণৰ নিয়ন্ত্ৰণত আছে। উত্তেজনাপূৰ্ণ পৰিস্থিতিত ইয়াক সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। লগতে কোৱা হৈছে যে তাত কেৱল চীনৰ জাহাজহে পাৰ হ’ব পাৰিব।

পশ্চিম এছিয়াত উত্তেজনাই শক্তি সৰবৰাহকলৈ ডাঙৰ প্ৰশ্নৰ উত্থাপন হৈছে। ইয়াৰ মাজতে প্ৰশাসনে বিশ্ব শক্তি বজাৰখন সুস্থিৰ কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে। ভাৰতক কিয় ৰাছিয়াৰ পৰা শক্তি আমদানি কৰিবলৈ দিয়া হৈছে সেই কথাও জনাইছে আমেৰিকাৰ কোষাগাৰ সচিবগৰাকীয়ে। দ্বিপাক্ষিক সম্পৰ্কৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি তেওঁ ভাৰতক আমেৰিকাৰ ‘অপৰিহাৰ্য অংশীদাৰ’ বুলি অভিহিত কৰে।

ছ’চিয়েল মিডিয়া এক্সত এটা পোষ্টত স্কট বেছেণ্টে লিখিছে যে ট্ৰাম্পৰ শক্তি কাৰ্যসূচীৰ ফলত তেল আৰু গেছ উৎপাদনে সৰ্বোচ্চ স্তৰত উপনীত হৈছে। একে সময়তে তেওঁ কয় যে বিশ্বৰ বজাৰলৈ তেলৰ প্ৰবাহ অব্যাহত ৰাখিবলৈ কোষাগাৰ বিভাগে ৩০ দিনৰ অস্থায়ী ৰেহাই জাৰি কৰি ভাৰতীয় শোধনাগাৰসমূহক ৰাছিয়াৰ তেল ক্ৰয় কৰিবলৈ অনুমতি দিছে।

President Trump’s energy agenda has resulted in oil and gas production reaching the highest levels ever recorded.

To enable oil to keep flowing into the global market, the Treasury Department is issuing a temporary 30-day waiver to allow Indian refiners to purchase Russian oil.…

— Treasury Secretary Scott Bessent (@SecScottBessent) March 6, 2026

কিন্তু ইচ্ছাকৃতভাৱে হ্ৰস্বম্যাদী এই ব্যৱস্থাই ৰাছিয়া চৰকাৰক বিশেষ আৰ্থিক সুবিধা প্ৰদান নকৰে। কাৰণ ইয়াৰ দ্বাৰা কেৱল সাগৰত আৱদ্ধ হৈ থকা তেলৰ সৈতে জড়িত লেনদেনৰ অনুমতি দিয়া হ’ব। ইয়াৰ লগে লগে নতুন দিল্লীয়ে আমেৰিকাৰ পৰা ক্ৰয় কৰা ইন্ধন তেলৰ পৰিমাণ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd