• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ শুল্ক বৃদ্ধিৰ সকীয়নি! ‘নিয়ম ভংগ’ৰ অভিযোগত ভাৰত, চীনকে ধৰি ১৬খন দেশৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ ট্ৰাম্পৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 12, 2026 4:19 pm
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুল্কৰ আৰোপৰ ক্ষেত্ৰত আমেৰিকাই আকৌ এবাৰ কোপ দৃষ্টি পেলাইছে। ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰতকে ধৰি ১৬খন দেশৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰিব পাৰে। হোৱাইট হাউছৰ সূত্ৰ অনুসৰি ১৬খন দেশে নিয়ম মানি নচলি ব্যৱসায় কৰাৰ অভিযোগ উত্থাপন হৈছে। ভাৰতো সেই তালিকাত আছে। দেশকেইখনৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে ট্ৰাম্প প্ৰশাসনে।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি হোৱাইট হাউছে এই ১৬খন দেশৰ বাণিজ্য নীতিত অমিল থকাৰ অভিযোগ উত্থাপন কৰিছে। ৰাষ্ট্ৰপতি ট্ৰাম্পে ইয়াক ‘অন্যায়’ বুলি গণ্য কৰিছে।

Apply Now

বুধবাৰে আমেৰিকাৰ এজন বাণিজ্য প্ৰতিনিধি জেমিছনে কয় যে এই তদন্ত প্ৰক্ৰিয়াটো ১৯৭৪ চনৰ বাণিজ্য আইন ৩০১ ধাৰা অনুসৰি আৰম্ভ কৰা হৈছে। দুটা পৃথক তদন্তৰ নিৰ্দেশ দিয়া হৈছে। জেমিছনে কয় যে যদিহে তদন্তত অনিয়ম পোৱা যায় তেন্তে দেশসমূহৰ ওপৰত নতুন আমদানি শুল্ক আৰোপ কৰা হ’ব।

হোৱাইট হাউছৰ সূত্ৰ অনুসৰি ভাৰত, চীন, বাংলাদেশ, জাপান, দক্ষিণ কোৰিয়া, টাইৱান, ছুইজাৰলেণ্ড, নৰৱে, ইণ্ডোনেছিয়া, ছিংগাপুৰ, থাইলেণ্ড, মালয়েছিয়া, কম্বোডিয়া, ভিয়েটনাম আৰু ইউৰোপীয় ইউনিয়নৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰা হৈছে।

ৱাশ্বিংটনে অভিযোগ কৰিছে যে এই দেশসমূহে বলপূৰ্বকভাৱে ঘৰুৱা উৎপাদন বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছে। তেওঁলোকে নিজৰ ঘৰুৱা উৎপাদন ক্ষমতা এনেদৰে বৃদ্ধি কৰিছে যিটো একেবাৰেই সামঞ্জস্যপূৰ্ণ নহয়। কেইবাখনো দেশে সেই সামগ্ৰীসমূহ কম মূল্যত আন্তঃৰাষ্ট্ৰীয় বজাৰত বিতৰণ কৰাৰ অভিযোগো উত্থাপন হৈছে। এই ১৬খন দেশে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য চুক্তি উলংঘা কৰা বুলি হোৱাইট হাউছে অভিযোগ উত্থাপন কৰিছে।

বহুতৰ মতে ট্ৰাম্পে অধিক শুল্ক আৰোপ কৰিবলৈ এই তদন্ত আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। একাংশ বিশেষজ্ঞৰ মতে ট্ৰাম্পে ঘৰুৱা উৎপাদন বজাৰৰ সুৰক্ষাৰ প্ৰসংগত যোৱা মাহতে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে ট্ৰাম্পৰ শুল্ক নীতিক ‘অবৈধ’ বুলি বাতিল কৰিছিল।

অৱশ্যে উচ্চতম ন্যায়ালয়ৰ ৰায়ক অতিক্ৰম কৰি ট্ৰাম্পে দেশসমূহৰ ওপৰত ১০ শতাংশ শুল্ক আৰোপ কৰে। ১৯৭৪ চনৰ আমেৰিকাৰ বাণিজ্য আইনৰ ১২২ নং ধাৰাত তেওঁ এই শুল্ক আৰোপ কৰিছিল। সেই শুল্ক ৰাতিটোৰ ভিতৰতে বৃদ্ধি কৰি ১৫ শতাংশলৈ বৃদ্ধি কৰা হয় । সেই সময়ত ট্ৰাম্প প্ৰশাসনে ৩০১ আৰু ২৩২ নং ধাৰাত আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ ইংগিত দিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সদিচ্ছা নে আন অভিসন্ধি? অসমত ৩টাকৈ বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰৰ প্ৰস্তাৱ বন্তৰাৰ

সদিচ্ছা নে আন অভিসন্ধি? অসমত ৩টাকৈ বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰৰ প্ৰস্তাৱ বন্তৰাৰ

August 13, 2026 11:32 am
মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

August 13, 2026 10:20 am
বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

August 13, 2026 10:03 am
বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

August 13, 2026 9:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সদিচ্ছা নে আন অভিসন্ধি? অসমত ৩টাকৈ বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰৰ প্ৰস্তাৱ বন্তৰাৰ

সদিচ্ছা নে আন অভিসন্ধি? অসমত ৩টাকৈ বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰৰ প্ৰস্তাৱ বন্তৰাৰ

August 13, 2026 11:32 am
মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

August 13, 2026 10:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd