• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লুইষ্টন চহৰত ১৮ জন লোকক গুলীয়াই হত্যা কৰা আমেৰিকান সেনা প্ৰশিক্ষকৰ মৃতদেহ উদ্ধাৰ

এন ই নিউজ, গুৱাহাটী by এন ই নিউজ, গুৱাহাটী
October 28, 2023 11:15 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২৫ অক্টোবৰৰ নিশা আমেৰিকাৰ মেইন প্ৰদেশৰ এখন সৰু চহৰ লুইষ্টনত বন্দুকধাৰীৰ আক্ৰমণত কমেও ১৮ জন লোকৰ মৃত্যু হয়। এই ঘটনাৰ অভিযুক্ত বন্দুকধাৰীজনক অৱশেষত আৰক্ষীয়ে মৃত অৱস্থাত উদ্ধাৰ কৰিছে।

ইয়াৰ পূৰ্বে অভিযুক্ত বন্দুকধাৰীজন দুদিনতকৈ অধিক সময় ধৰি সন্ধানহীন হৈ আছিল। অভিযুক্তৰ পৰিচয় প্ৰকাশ কৰি আৰক্ষীয়ে সকলোকে সাৱধান হ’বলৈ আহ্বান জনাইছিল।

জানিব পৰা মতে, অভিযুক্ত বন্দুকধাৰীজনে আমেৰিকান আৰ্মি ৰিজাৰ্ভত প্ৰশিক্ষক হিচাপে কাম কৰিছিল। অভিযুক্তৰ নাম ৰবাৰ্ট কাৰ্ড। বয়স ৪০ বছৰ। কাৰ্ড শেহতীয়াকৈ মানসিকভাৱে অসুস্থ হৈ পৰিছিল।

Apply Now

লগতে পঢ়কঃ World Cup 2023: শ্বাসৰুদ্ধকৰ মেচত পাকিস্তানক হৰুৱাই শীৰ্ষত দক্ষিণ আফ্ৰিকা; কঠিন হৈ পৰিল বাবৰ বাহিনীৰ ছেমি ফাইনেলৰ পথ

বিগত তিনিদিন ধৰি অবিৰতভাৱে অভিযুক্তক বিচাৰি অভিযান চলি আছিল। অৱশেষত যোৱা নিশা উদ্ধাৰ হয় ৰবাৰ্টৰ মৃতদেহ। খবৰ অনুসৰি ৰবাৰ্টে নিজকে গুলীয়াই হত্যা কৰে।

আমেৰিকাৰ উত্তৰ-পূব উপকূলত অৱস্থিত মেইন প্ৰদেশৰ সৰু চহৰ লুইষ্টনত মাত্ৰ ৩৮ হাজাৰ লোকে বাস কৰে। পৰ্টলেণ্ড চহৰৰ অতি ওচৰত লুইষ্টন অৱস্থিত। কাৰ্ডে সেই চহৰৰ কেইবাটাও স্থানত আক্ৰমণ চলাইছিল।

বাতৰি অনুসৰি, তেওঁ স্থানীয় বাৰ, বোলিং এলি আৰু ৱালমাৰ্টত আক্ৰমণ চলাইছিল। ইখনৰ পিছত সিখন ঠাইত আক্ৰমণ কৰি কাৰ্ড অন্তৰ্ধান হৈ পৰে। ৰবাৰ্ট কাৰ্ড নিজেই মেইনৰ বাসিন্দা বুলি কোৱা হৈছে।

লগতে পঢ়কঃক্ৰিকেট বিশ্বত চমক ৰিয়ান পৰাগৰ! ছেহৱাগৰ অভিলেখ ভংগ কৰি গঢ়িলে বিৰল ইতিহাস

ইপিনে, এই ঘটনাৰ পিছতে ৰবাৰ্ট কাৰ্ডক কৰায়ত্ত কৰিব নোৱাৰাত উদ্বেগ বাঢ়ি আহিছিল। কানাডাৰ সীমান্তত দুয়োখন দেশৰ গাৰ্ড সষ্টম হৈ আছিল। অৱশেষত যোৱা নিশা উদ্ধাৰ হয় হত্যাকাৰীজনৰ মৃতদেহ। বাতৰি অনুসৰি, নিজৰ ঘৰতে আত্মহত্যা কৰে ৰবাৰ্টে।

আনহাতে, মৃতদেহটোৰ কাষৰ পৰা এখন চুইচাইড নোট উদ্ধাৰ কৰে আৰক্ষীয়ে। ৰবাৰ্টে পুত্ৰলৈ চিঠিখন লিখিছিল। কিন্তু সেই পত্ৰৰ পৰা ২৫ অক্টোবৰৰ ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই।

বাতৰি মতে, ২৫ তাৰিখৰ নিশা ৰবাৰ্ট কাৰ্ডে ছেমি অটোমেটিক ৰাইফলেৰে নিৰ্বিচাৰে গুলী চলাবলৈ আৰম্ভ কৰে। আক্রমণকাৰীয়ে পিন্ধিছিল বাদামী ৰঙৰ হুডি আৰু ক’লা পেণ্ট৷ পিছত চিচিটিভি ফুটেজৰ জৰিয়তে তেওঁক চিনাক্ত কৰা হয়। পিছত আৰক্ষীয়ে ৰবাৰ্ট কাৰ্ডৰ সবিশেষ তথ্যৰে জাননী জাৰি কৰে।

লগতে পঢ়কঃমাত্ৰ ২৬ বছৰ বয়সতে ২২টা সন্তানৰ মাতৃ! শতক অৰ্জনৰ লক্ষ্য এই যুৱতী মহিলাৰ; বিড়ম্বনা স্বামীৰ

সূত্ৰসমূহৰ মতে, বিগত কেইবামাহো ধৰি ৰবাৰ্ট কাৰ্ড মানসিকভাৱে অসুস্থ হৈ আছিল। ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ গ্ৰীষ্মকালত তেওঁক মানসিক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। ঘৰুৱা হিংসাকে ধৰি একাধিক গোচৰত কেইবাবাৰো কাৰাগাৰত ভৰ্তি হ’বলগীয়া হৈছিল কাৰ্ড। কিন্তু ২৫ তাৰিখৰ নিশা ৰবাৰ্টে বন্দুক লৈ চহৰখনতে কিয় তাণ্ডৱ চলাইছিল সেয়া ৰহস্য হৈয়েই ৰৈছে।

এন ই নিউজ, গুৱাহাটী

এন ই নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd