• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতৰ লগত আমেৰিকা সেনা : হোৱাইট হাউছ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 7, 2020 10:53 am
10.8k
VIEWS
Share on FacebookShare on Twitter

ভাৰত-চীনৰ মাজত চলা সীমা কেন্দ্ৰিক বিবাদ শাম কটাৰ সময়তে আমেৰিকাৰ ফালৰ পৰা আহিছে এটা গুৰুত্বপূৰ্ণ বাৰ্তা। হোৱাইট হাউছৰ ফালৰ পৰা অহা বাৰ্তাটোত কোৱা হয় যে যদিহে চীনে পুনৰবাৰ ভাৰতৰ সৈতে সংঘাতত লিপ্ত হয় তেন্তে আমেৰিকা সেনা ভাৰতৰ সৈতে থিয় দিব।

বিভিন্ন এজেন্সিয়ে প্ৰকাশ কৰা অনুসৰি হোৱাইট হাউছৰ এগৰাকী উচ্চ পৰ্যায়ৰ বিষয়াই কৈছে যে আমেৰিকাৰ ফালৰ স্পষ্ট যে চীনৰ স্বৈৰাচাৰিতা আমি আৰু সহ্য নকৰো। এই কাৰণতেই দক্ষিণ চীন সাগৰত নেভি নিয়োগ কৰা বুলি জনায়।

হোৱাইট হাউছৰ চীফ অফ ষ্টাফ মাৰ্ক মীডবোৱে ফক্স নিউজত দিয়া এটা সাক্ষাৎকাৰত কয় যে আমাৰ সেনা যুদ্ধৰ বাবে সাজু। তেওঁ লগতে আমেৰিকাৰ প্ৰশাসন সদাই সেনাৰ লগত আছে বুলিও মন্তব্য কৰে।

ইয়াৰ পূৰ্বে ৰিপাব্লিকান পাৰ্টিৰ চিনেটৰ টম কাটনে কয় যে চীনে ভাৰতৰ উপৰি যি কেইখন দেশৰ সৈতে সংঘাতত লিপ্ত হৈছে সেই আটাই কেইখন দেশে আমেৰিকাৰ বন্ধু। এনেধৰণৰ কাৰ্যৰ বাবে চীনৰ দক্ষিণ সাগৰত আমেৰিকাৰ সেনা নিয়োগ কৰা বুলি কয়।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও মাইক প’ম্পিঅ’ৱে কৈছিল যে আমেৰিকাই নিজৰ সেনা এছিয়ালৈ পঠিয়াব কিয়নো চীনে ভাৰতৰ সৈতে সংঘাতত লিপ্ত হৈছে।

ইফালে ক’ৰ’না ভাইৰাছে আমেৰিকাৰ লগতে বিশ্বৰ সকলো প্ৰান্ততে সংহাৰী ৰূপ ধাৰণ কৰাক কেন্দ্ৰ কৰি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সমালোচনাৰে থকা সৰকা কৰিছে চীনক।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd