• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চীনৰ লেবৰটৰীৰ পৰা কৰ’না বিয়পাৰ ডাঙৰ প্ৰমান হাতত পৰিছে আমেৰিকাৰ; বিদেশ মন্ত্ৰীৰ দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 4, 2020 11:06 am
pic7178182_050420084800 new

প্ৰতিনিধিত্বমূলক ফটো। সৌজন্য: আজতক

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ বিদেশ মন্ত্ৰী মাইক পোম্পিয়’ই কৈছে যে কৰ’না ভাইৰাছৰ সংক্ৰমণ চীনৰ লেবৰটৰীৰ পৰা বিয়পাৰ ডাঙৰ প্ৰমান আছে। অৱশ্যে বিদেশ মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কোনো প্ৰমান দাঙি ধৰা নাই।

বিশ্বৰ বহুকেইখন দেশে বহুদিনৰ পৰাই উহানত থকা চীনৰ লেবৰ এপৰত সন্দেহ ব্যক্ত কৰি আহিছে। লেবটোত কৰ’না ভাইৰাছৰ ওপৰত গৱেষণা কৰা হৈছিল।

Apply Now

ইপিনে, এই সন্দৰ্ভত চীনে সকলো অভিযোগ নাকচ কৰি আহিছে।

এবিচি নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত দেওবাৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাইক পোম্পিয়’ই চীনৰ ওপৰত গুৰুতৰ অভিযোগ আনে আৰু প্ৰমান থকাৰ কথাও ব্যক্ত কৰে।

পূৰ্বে মাইকে কৈছিল যে আমেৰিকাই চীনৰ উহান চহৰৰ লেবৰ পৰা কৰ’না ভাইৰাছ বিয়পিছে নে তাৰ অনুসন্ধান চলাই আছে।

আমেৰিকাৰ বিদেশ মন্ত্ৰী গৰাকীয়ে কয় যে এয়া ক’ৰ পৰা বিয়পিছে তাৰ বহুত ডাঙৰ প্ৰমান মজুত আছে।‘মই আপোনালোকক ক’ব পাৰো যে উহানৰ লেবৰ পৰা ই বিয়পি পৰা সম্পৰ্কত ডাঙৰ প্ৰমান মজুত আছে।‘

সাক্ষাৎকাৰটোত কিছু বিব্ৰত হৈ পৰা বিদেশ মন্ত্ৰীগৰাকী কয়,’’চাওক, এতিয়ালৈকে আটাইতকৈ যোগ্য বিশেষজ্ঞৰ মত হৈছে যে এই ভাইৰাছ তৈয়াৰ কৰা হৈছে। এই মুহূৰ্তত এই মত মানি নোলোৱাৰ পক্ষে মোৰ হাতত কোনো যুক্তি নাই।‘’

যোৱা বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পেও একেধৰণে দাবী কৰি কৈছিল যে তেওঁ চীনৰ লেবৰ পৰা ভাইৰাছটো বিয়পা সম্পৰ্কত প্ৰমান দেখিছে যদিও সেয়া সদৰী কৰিব নোৱাৰে।

আনহাতে, বৃহস্পতিবাৰেই ট্ৰাম্পৰ বিপৰীত ভাষ্য প্ৰদান কৰি মাইক পোম্পিয়’ই এক সাক্ষাৎকাৰত কৈছিল যে এয়া উহান ইনষ্টিটিউট অফ ভাইৰ’লজিৰ পৰা অহা বুলি নাজানো আৰু এইটোও নাজানো যে এইটো ৱেট মাৰ্কেট পৰা বিয়পিছে নে আন কোনো স্থানৰ পৰা বিয়পিছে। আমাৰ হাতত ইয়াৰ কোনো উত্তৰ নাই।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

October 5, 2026 10:40 am
ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

October 5, 2026 9:09 am
কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

October 5, 2026 8:22 am
মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

October 5, 2026 10:40 am
ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

October 5, 2026 9:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd