• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘সঠিকভাৱে কাৰ্যকৰী কৰা হোৱা নাই’, ট্ৰাম্পৰ ১০ শতাংশ অতিৰিক্ত শুল্কও বাতিল কৰিলে আদালতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 8, 2026 10:20 am
44
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুল্ক সন্দৰ্ভত আদালতত আন এক বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। ইতিমধ্যে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে তেওঁৰ শুল্ক নীতি ‘অবৈধ’ বুলি বাতিল কৰিছিল। কিন্তু তাৰ পাছতো তেওঁ হাৰ নামানিলে। তাৰ পৰিৱৰ্তে তেওঁ ১০ শতাংশ অস্থায়ী শুল্ক ঘোষণা কৰিছিল।

বৃহস্পতিবাৰে নিউয়ৰ্কৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আদালতে সেই শুল্কও বাতিল কৰে। ন্যায়াধীশসকলে স্পষ্টকৈ ক’লে, ‘এই আইনখন অবৈধ। ইয়াক সঠিকভাৱে কাৰ্যকৰী কৰা হোৱা নাই।’

Apply Now

যোৱা বছৰ অৰ্থাৎ ২০২৫ চনৰ আগষ্ট মাহত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে বিভিন্ন দেশৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰিছিল। এই হাৰ কিছুমান দেশত আছিল ৫০ শতাংশ, আৰু আন কিছুমানত ১৯ শতাংশ। পুতলা সামগ্ৰী প্ৰস্তুত কৰা এটা কোম্পানীয়ে আদালতত ট্ৰাম্পৰ শুল্ক নীতিৰ বিৰুদ্ধে গোচৰ তৰে।

ইয়াৰ পিছত আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে এই শুল্কক ‘অবৈধ’ বুলি ঘোষণা কৰে। সেই সিদ্ধান্তক ট্ৰাম্পে তীব্ৰ সমালোচনা কৰিছিল আৰু ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ফেব্ৰুৱাৰী মাহত ১০ শতাংশ শুল্ক আৰোপ কৰিছিল।

ট্ৰাম্পে ১৯৭৪ চনৰ আমেৰিকাৰ বাণিজ্য আইনৰ ১২২ নং ধাৰাত অতিৰিক্ত ১০ শতাংশ শুল্ক ঘোষণা কৰিছিল। এই ধাৰা আমেৰিকাৰ কংগ্ৰেছৰ অনুমোদন অবিহনে সৰ্বাধিক ১৫০ দিনৰ বাবে প্ৰযোজ্য হৈ থাকে। ইয়াৰ পিছতো ট্ৰাম্পে শুল্কৰ বাবদ শুল্ক সংগ্ৰহ কৰিব বিচাৰিলে কংগ্ৰেছৰ অনুমোদন ল’বলগীয়া হৈছিল। কিন্তু তাৰ আগতে আমেৰিকাৰ মছলা নিৰ্মাতা বাৰ্লেপ এণ্ড বেৰেল, ৱাশ্বিংটনৰ ডেম’ক্ৰেটিক চৰকাৰ আৰু পুতলা নিৰ্মাতা কোম্পানী ‘বেচিক ফান’ই ১০ শতাংশ শুল্কৰ বিৰুদ্ধে গোচৰ তৰে।

এই গোচৰৰ শুনানি আন্তৰ্জাতিক বাণিজ্য আদালতৰ তিনিজনীয়া বিচাৰপীঠে প্ৰায় তিনিমাহ ধৰি চলাইছিল। বৃহস্পতিবাৰে এই ৰায় ঘোষণা কৰাৰ সময়ত ন্যায়াধীশসকলে কয় যে, ‘১৯৭৪ চনৰ বাণিজ্য আইনখনৰ ১২২ নং ধাৰাত ট্ৰাম্প প্ৰশাসনে আৰোপ কৰা শুল্ক সঠিকভাৱে প্ৰয়োগ কৰা হোৱা নাই।’

ইয়াৰ পিছত ২-১ ৰায়দানত অতিৰিক্ত ১০ শতাংশ শুল্ক বাতিল কৰা হয়। এই ৰায়দানক সংশ্লিষ্ট মহলে ট্ৰাম্পৰ শুল্ক নীতিৰ বাবে এক ডাঙৰ বিপৰ্যয় হিচাপে বিবেচনা কৰিছে। অহা সপ্তাহত চীন ভ্ৰমণ কৰিবলৈ গৈ আছে ট্ৰাম্প। বাণিজ্যিক উত্তেজনা সন্দৰ্ভত বেইজিঙৰ সৈতে হোৱা বৈঠকৰ ঠিক পূৰ্বে এই ৰায়দান তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

এই ৰায়দানৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে নিজৰ ক্ষোভ প্ৰকাশ কৰি কয় যে, “দুজন সুদূৰ বাওঁপন্থী ন্যায়াধীশে এই সিদ্ধান্ত লৈছে।” কিছু হতাশাৰে তেওঁ কয়, “আদালতৰ ৰায়ত মই আৰু আচৰিত নহও। তেওঁলোকে এটা ৰায় দিয়ে, তাৰ পিছত আন এটা পথ লও।”

কিন্তু আদালতৰ ৰায়দানৰ পিছত ১০ শতাংশ শুল্ক একেবাৰে উঠি যোৱা নাই। এতিয়াৰ বাবে এই গোচৰ ৰুজু কৰা তিনিটা কোম্পানীয়ে সকাহ পাইছে। বাকীসকলৰ কি হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে বৃহস্পতিবাৰে এই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব বুলি সকীয়াই দিছে ট্ৰাম্প প্ৰশাসনে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd