• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পতঞ্জলিৰ ১৪টা সামগ্ৰীৰ অনুজ্ঞাপত্ৰ বাতিল; ৰামদেৱৰ বিৰুদ্ধে দাখিল অপৰাধমূলক গোচৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 30, 2024 8:31 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ড্ৰাগছ এণ্ড মেজিক ৰিমেডিজ এক্ট উলংঘা কৰাৰ অভিযোগত পতঞ্জলিৰ মুৰব্বী ৰামদেৱ আৰু বালকৃষ্ণৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু হৈছে। ইয়াৰ লগতে উত্তৰাখণ্ড চৰকাৰেও তেওঁলোকৰ কোম্পানীৰ মুঠ ১৪টা সামগ্ৰীৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে।

সোমবাৰে এই খবৰ পোহৰলৈ আহিছে যদিও জানিব পৰা গৈছে যে উত্তৰাখণ্ড চৰকাৰে ১৫ এপ্ৰিলতে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছিল।

প্ৰতিবেদন অনুসৰি, পতঞ্জলিৰ অনুজ্ঞাপত্ৰ বাতিল কৰা সামগ্ৰীসমূহ হ’ল- স্বাসাৰী গোল্ড, স্বাসাৰী ভাটি, ব্ৰংকম, স্বাসাৰী প্ৰৱাহী, স্বাসাৰী আভালেহ, মুক্তা ভাটি এক্সট্ৰা পাৱাৰ, লিপিডম, বি পি গ্ৰীট, মধুগ্ৰীত, মধুনাশিনী ভাটি এক্সট্ৰা পাৱাৰ, লিভামৃত এডভান্স, লিভ’গ্ৰিট, আইগ্ৰিট গোল্ড আৰু পতঞ্জলি দৃষ্টি আই ড্ৰপ।

Apply Now

লগতে পঢ়কঃ IPL 2024: ইডেনত কলকাতাৰ মহাকাব্যিক জয়! দিল্লী কেপিটেলছক হৰুৱাই দ্বিতীয় স্থানলৈ নাইট ৰাইডাৰ্ছ

উল্লেখ্য যে পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত এটা গোচৰ চলি আছে। এনে পৰিস্থিতিত ৰামদেৱ আৰু বালকৃষ্ণক আদালত অৱমাননাৰ বাবে উচ্চতম ন্যায়ালয়ে বাৰে বাৰে ধমক দিছে। উচ্চতম ন্যায়ালয়ৰ ওচৰত ক্ষমা খুজিও তেওঁলোকে ৰেহাই পোৱা নাই। পিছত ৰামদেৱ আৰু বালকৃষ্ণই বাতৰি কাকতত ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ বাধ্য হয়। উচ্চতম ন্যায়ালয়ত এই গোচৰ চলি থকাৰ সময়তে উত্তৰাখণ্ড চৰকাৰে পতঞ্জলিৰ বিৰুদ্ধে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

কোম্পানীটোৰ সহ-প্ৰতিষ্ঠাপক ৰামদেৱ আৰু বালকৃষ্ণই ২৪ এপ্ৰিল বুধবাৰে বাতৰিকাকতত পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ গোচৰত এক নতুন ৰাজহুৱা ক্ষমাপ্ৰাৰ্থনা প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে ৰামদেৱ আৰু বালকৃষ্ণই আদালতত কেইবাবাৰো ক্ষমা খুজিছিল। অৱশ্যে উচ্চতম ন্যায়ালয়ে তেওঁলোকৰ ক্ষমাপ্ৰাৰ্থনাৰ ৰূপ আৰু প্ৰকৃতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে। এনে পৰিস্থিতিত যোৱা বুধবাৰে পুনৰ ৰাজহুৱাভাৱে ক্ষমা খুজিবলগীয়া হয় ৰামদেৱে।

লগতে পঢ়কঃ অসম প্ৰদেশ কংগ্ৰেছৰ ৱাৰ ৰুমৰ কৰ্মী ৰিতম সিঙক গ্ৰেপ্তাৰ ; অগণতান্ত্ৰিক আখ্যা কংগ্ৰেছৰ

পতঞ্জলিৰ ‘ৰাজহুৱা ক্ষমাপ্ৰাৰ্থনা’ত লিখা হৈছে, ‘ভাৰতৰ মাননীয় উচ্চতম ন্যায়ালয়ৰ সন্মুখত থকা গোচৰৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্দেশ অমান্য কৰাৰ বাবে নিশ্চৰ্তভাৱে ক্ষমা বিচাৰিছো। ২২.১১.২০২৩ তাৰিখে সভা/সংবাদমেল অনুষ্ঠিত কৰাৰ বাবে আমি নিশ্চৰ্তভাৱে ক্ষমা বিচাৰিছো। আমাৰ বিজ্ঞাপন প্ৰকাশৰ ভুলৰ বাবে আমি আন্তৰিকভাৱে দুঃখিত। এনে ধৰণৰ ভুলৰ পুনৰাবৃত্তি নহ’ব। আমি আদালতৰ নিৰ্দেশনা মানি চলাৰ প্ৰতিশ্ৰুতি দিছো।’ 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডিজিটেল ভাৰতত ঐতিহাসিক খোজ: এতিয়াৰে পৰা ঘৰত বহিয়েই নিজেই কৰিব পাৰিব নিজৰ লোকপিয়ল

ডিজিটেল ভাৰতত ঐতিহাসিক খোজ: এতিয়াৰে পৰা ঘৰত বহিয়েই নিজেই কৰিব পাৰিব নিজৰ লোকপিয়ল

June 27, 2026 6:45 am
আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডিজিটেল ভাৰতত ঐতিহাসিক খোজ: এতিয়াৰে পৰা ঘৰত বহিয়েই নিজেই কৰিব পাৰিব নিজৰ লোকপিয়ল

ডিজিটেল ভাৰতত ঐতিহাসিক খোজ: এতিয়াৰে পৰা ঘৰত বহিয়েই নিজেই কৰিব পাৰিব নিজৰ লোকপিয়ল

June 27, 2026 6:45 am
আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd