• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২৪ বছৰৰ পিছত ল’কডাউনে ঘৰলৈ উভতাই আনিলে ঘৰ এৰি গুচি যোৱা এজন লোকক

এন ই নাও নিউজ by এন ই নাও নিউজ
May 23, 2020 4:43 pm
index.jpg45

স্থানীয় বিদ্যালয়ত কোৱাৰান্টাইন কৰা অৱস্থাত কাৰ্কি

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজৰ ঘৰ-পৰিয়ালক এৰি সুদীৰ্ঘ ২৪ বছৰ আঁতৰি থকা এজন লোকে ক’ৰ’না প্ৰতিৰোধৰ বাবে দেশজুৰি বলৱৎ কৰা ল’কডাউনৰ বাবে ঘৰলৈ উভতি আহিছে।

উত্তৰাখণ্ডৰ বাগেশ্বৰ জিলাৰ ৰামাদি গাঁৱৰ প্ৰকাশ সিং কাৰ্কি নামৰ ৪২ বছৰীয়া লোকজনে ২৪ বছৰ পূৰ্বে নিজ ঘৰৰ পৰা উলাই যোৱাৰ পিছত গৰে কোনো সন্ধান পোৱা নাছিল।

Apply Now

লোকজনে সুদীৰ্ঘ ২৪ বছৰে পৰিয়ালৰ লোকৰ সৈতে কোনোধৰণ যোগাযোগো কৰা নাছিল।

যোৱা ১৮ এপ্ৰিলত গুজৰাটৰ পৰা উভতি নিজ গাঁৱত উপস্থিত হোৱা লোকজনক গাঁৱৰ মানুহে চিনি পোৱা নাছিল।

লোকজনে নিজৰ মাতৃ আৰু ভাতৃ দুজনৰ নাম কোৱাতহে গাঁৱৰ মানুহে তেওঁক নিচিবলৈ সক্ষম হয়।

ইয়াৰ লগে লগে লোকজনৰ মাতৃক তেওঁ উভতি অহাৰ খবৰ দিয়াটো দিয়া হয়।

‘আমি তেওঁক চিনি পোৱা নাছিলো, কিন্তু তেওঁ আমাক নিজৰ পৰিয়ালৰ লোকৰ নাম কৈছিল। আমি সকলোৱে আচৰিত হৈছিলো। এদিন ঘৰ এৰি যোৱা ল’ৰাটোক ল’কডাউনে ঘৰলৈ লৈ আনিলে। যেতিয়া তেওঁৰ মাতৃয়ে তেওঁক চিনি পালে তেতিয়া আমি নিশ্চিত হ’লো লোকজন প্ৰকাশ সিং কাৰ্কি হয়।’ গণেশ কুমাৰ নামৰ গঞাজনে কয়।

‘কাৰ্কিয়ে দেউতাক লগ নাপালে আৰু। কাৰণ তেওঁ ঘৰৰ পৰা আঁতৰত থাকোতেই দেউতাক ঢুকাল। তেওঁ নিজৰ জ্যেষ্ঠ আৰু কণিষ্ঠ ভাতৃৰ লগত কথা পাতিলে আৰু তেওঁলোকে তেওঁক আকোৱালি ল’লে।’ কুমাৰে কয়।

ইফালে কাৰ্কিয়ে কয় তেওঁৰ পৰিয়ালক লগ পাই সুখী।

১৯৯৫ চনত হাই স্কুল পাছ কৰাৰ পিছতে কাৰ্কিয়ে কামৰ সন্ধানত ঘৰৰ পৰা উলাই গৈছিল। ঘৰৰ পৰা উলাই যোৱাৰ পিছত তেওঁ কোনোদিন ঘৰৰ সৈতে যোগাযোগ কৰা নাছিল।

তেওঁ দিল্লী, হিমাচল প্ৰদেশৰ পৰা গুজৰাটলৈকে বিভিন্ন প্ৰতিষ্ঠানত কৰ্মত নিয়োজিত হোৱাৰ কথা জানিবলৈ দিয়ে পৰিয়ালক।

‘মই নিশ্চিত হোৱা নাছিলো যে ঘৰ উলিয়াব পাৰিম নে নাই! কিন্তু অৱশেষত মই  ঘৰ আৰু পৰিয়ালক বিচাৰি পালোহি। ২৪ বছৰ পিছত মই এওঁলোকক বিচাৰি পালো। এতিয়া মই অতি সুখী।’ কাৰ্কিয়ে কয়।

‘সি ১৯৯৫ চনতে ঘৰৰ পৰা উলাই গৈছিল। দেউতাক আৰু মই তেওঁক বহুত বিচাৰিছিলো, আমি সন্ধান পোৱা নাছিলো। কিন্তু মই আশা কৰিছিলো, ভগৱান মহান আৰু এদিন মোৰ ল’ৰাই উভতাই দিবই।’ কাৰ্কিৰ মাতৃয়ে কয়।

কাৰ্কিয়ে জানিবলৈ দিয়ে যে তেওঁ আৰু কেতিয়াও ঘৰ এৰি নাযায়।

ইতিমধ্যে কাৰ্কি স্থানীয় প্ৰাথমিক বিদ্যালয়ত ১৪ দিনৰ বাবে কোৱাৰান্টেইন কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm
শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

October 7, 2026 4:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd