DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কোভিড১৯ত আক্ৰান্ত হৈছে উত্তৰাখণ্ডৰ পৰ্যটন মন্ত্ৰী সতপাল মহাৰাজৰ পত্নী অমৃতা ৰাৱাট

এন ই নাও নিউজ by এন ই নাও নিউজ
May 31, 2020 7:03 pm
Test--696x392

প্ৰতিনিধিত্বমূলক ছবি, সৌজন্য- পিটিআই

1.7k
VIEWS
Share on FacebookShare on Twitter

উত্তৰাখণ্ড ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী সতপাল মহাৰাজৰ পত্নীৰ শৰীৰত কোভিড১৯ পজিটিভ পোৱা গৈছে।

শনিবাৰে সন্ধিয়া এই কথা ঘোষণা কৰিছে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে।

ৰাজ্যখনৰ পৰ্যটন বিভাগৰ মন্ত্ৰী সতপাল মহাৰাজৰ পত্নী অমৃতা ৰাৱাটৰ শৰীৰত শনিবাৰে সন্ধিয়া কোভিড১৯ পজিটিভ পোৱা গৈছে। ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ এক সূত্ৰই কয়।

অমৃতা ৰাৱাটক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা সেৱা প্ৰদান কৰি থকা হৈছে।

অমৃতা ৰাৱাট ৰাজ্যখনৰ পূৰ্ব মুখ্যমন্ত্ৰী হৰিশ ৰাৱাট চৰকাৰৰ মন্ত্ৰী সভাৰ এগৰাকী মন্ত্ৰী আছিল।

ইতিমধ্যে মন্ত্ৰী পৰিয়ালটোৰ অন্যান্যসকলক আৱাসগৃহতে কোৱাৰেন্টাইন কৰা হৈছে।

যোৱা শুকুৰবাৰে মন্ত্ৰী মহাৰাজ কেবিনেট মিটিঙত উপস্থিত আছিল।

এতিয়ালৈকে উত্তৰাখণ্ডত ৭৪৯ গৰাকী লোক কোভিড১৯ত আক্ৰান্ত হৈছে।

Recent News

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Assam career

Assam Career : অসম কৃষি বিশ্ববিদ্যালয়ত বিভিন্ন পৰিচালনামূলক পদৰ বাবে আবেদন আহ্বান, কিদৰে কৰিব আবেদন?

JMB terrorist মহানগৰ আৰক্ষীৰ জালত জামাতুল মুজাহিদীনৰ সদস্য,আপত্তিজনক নথিপত্ৰ জব্দ

JMB terrorist মহানগৰ আৰক্ষীৰ জালত জামাতুল মুজাহিদীনৰ সদস্য,আপত্তিজনক নথিপত্ৰ জব্দ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd