DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দৰা নোহোৱাকৈ বিয়া যুৱতীৰ! অৱশেষত বিয়াৰ দিন ঠিক কৰি হনিমুনৰ সিদ্ধান্তও ল’লে বিন্দুৱে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2022 5:27 pm
142
VIEWS
Share on FacebookShare on Twitter

অহা ১১ জুনত ভাৰতত এখন অভিনৱ আৰু অভাৱনীয় বিবাহ হ’বলৈ গৈ আছে। কোনো চেলিব্ৰেটী অথবা বিখ্যাত ব্যক্তিৰ বিবাহ নহয়, শেহতীয়াকৈ চৰ্চালৈ অহা এই বিয়াখন হৈছে গুজৰাটৰ এগৰাকী ছব্বিশ বৰ্ষীয়া যুৱতীৰ। নাম তেওঁৰ ক্ষেমা বিন্দু।

বদোদৰাৰ বাসিন্দা বিন্দুৰ বিয়াখন চৰ্চালৈ অহাৰ মূলতে হৈছে তেওঁ নিজকে নিজে বিয়া কৰাব। নিজকে নিজে বিয়া? হয়, বিন্দুৱে নিজকে নিজে হোমযজ্ঞৰ সাক্ষী কৰি বিয়া পাতি গোৱাত হনিমুনৰ বাবেও যাব।

লগতে পঢক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সম্পৰ্কিত ফাৰ্মক উচ্চ হাৰত দিয়া হৈছিল চেনিটাইজাৰৰ বেছিভাগ অৰ্ডাৰ’: দাবী প্ৰতিবেদনৰ

 ইয়াক আত্মবিবাহ বুলি কোৱা হয় আৰু ভাৰতত বিন্দুৱেই হ’ব এইধৰণে নিজকে নিজৰ জীৱনসংগী বাচি লোৱা প্ৰথমগৰাকী যুৱতী।

টাইমছ অৱ ইণ্ডিয়াৰ বাতৰি অনুসৰি, এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত বিন্দুৱে জনাইছে যে তেওঁ কাহানিও বিয়াত বহিব খোজা নাছিল। কিন্তু বিয়াৰ দাবী বাঢ়ি আহিব ধৰে। অৱশেষত উপায়বিহীন হৈ নিজকে নিজে বিয়া পতাৰ সিদ্ধান্ত ল’লে।

নিজৰ পচন্দৰ কথা সদৰী কৰি বিন্দুৱে কয় যে নিজকে নিজে বিয়া পতা মাতে নিজক ভালপোৱা। নিজক ভাল পায় বাবেই বিন্দুৱে এইদৰে অভিনৱ পন্থা অৱলম্বন কৰিছে। তেওঁৰ পৰিয়ালেও এই বিবাহক সমৰ্থন জনাইছে বুলি তেওঁ কয়।

লগতে পঢক: Sonia Gandhi Covid Positive: কোভিদত আক্ৰান্ত ছোনিয়া গান্ধী; সামন্য জ্বৰৰ লগতে আছে আন লক্ষণো

অহা ১১ জুনত হ’বলগা বিয়াখন গট্ৰি নামৰ মন্দিৰ এটাত অনুষ্ঠিত হ’ব। নিজকে নিজে বিয়া পতাৰ পাছত বিন্দুৱে দুসপ্তাহৰ বাবে গোৱালৈ মধুচন্দ্ৰিকাৰ বাবে যাব।

Recent News

Indian Railway একাপ ২০টকাৰ চাহত ৫০ টকা GST! বিল দেখি চকু কপালত ৰে’লযাত্ৰীৰ; কি ক’লে ভাৰতীয় ৰে’লেৱেই?

Indian Railway একাপ ২০টকাৰ চাহত ৫০ টকা GST! বিল দেখি চকু কপালত ৰে’লযাত্ৰীৰ; কি ক’লে ভাৰতীয় ৰে’লেৱেই?

Noney landslide: নোনেৰ ভয়াৱহ ভূমিস্খলন; এতিয়াও কমেও ৫০ জন সন্ধানহীনৰ মাজত আছে অসমৰো ১৭ শ্ৰমিক

Noney landslide: নোনেৰ ভয়াৱহ ভূমিস্খলন; এতিয়াও কমেও ৫০ জন সন্ধানহীনৰ মাজত আছে অসমৰো ১৭ শ্ৰমিক

Israel’s parliament dissolves: ভংগ হ’ল ইজৰাইলৰ সংসদ; চাৰি বছৰৰত পঞ্চমবাৰৰ বাবে নিৰ্বাচনৰ দিশে ইহুদী ৰাষ্ট্ৰখন

Israel’s parliament dissolves: ভংগ হ’ল ইজৰাইলৰ সংসদ; চাৰি বছৰৰত পঞ্চমবাৰৰ বাবে নিৰ্বাচনৰ দিশে ইহুদী ৰাষ্ট্ৰখন

Maharashtra New Govt: শনি-দেওবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন; সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব সিন্দেই

Maharashtra New Govt: শনি-দেওবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন; সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব সিন্দেই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd